• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?

বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?

4 years ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

42 minutes ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

2 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

2 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

3 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

5 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

19 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

20 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

20 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?

editor by editor
October 26, 2022
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, ভ্ৰমণ
0
বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?
0
SHARES
11.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুৰ্জ খলিফা, সপোনৰ অট্টালিকা। পৃথিৱীৰ এই সু-উচ্চ অট্টালিকাত এটা ফ্লেট ক্ৰয় কৰাটো বহুতৰে সপোন হ’লেও এই সপোন সম্ভৱ কৰি তুলিবলৈ বৰ বেছি কঠিনো নহয়। পৃথিৱীৰ সু-উচ্চ অট্টালিকাত আছে ১৬৩ টা ফ্লৰ। ২০১০ চনত মুকলি কৰা এই বিশেষ অট্টালিকাটো ডুবাইৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ। কিন্তু এই সু-উচ্চ অট্টালিকাত আপুনিও ক্ৰয় কৰিব পাৰে ফ্লেট।

বুৰ্জ খলিফাৰ উচ্চতা হৈছে ৮২৮ মিটাৰ। এই অট্টালিকাৰ ভিতৰত এপাৰ্টমেণ্ট আৰু ষ্টুডিঅ’ সকলোমিলি মুঠ বাসস্থানৰ সংখ্যা ৯০০টা। সেই অট্টালিকাত বসবাস কৰে প্ৰায় ৩৫ হাজাৰৰো অধিক লোকে। ২০০৪ চনত নিৰ্মাণৰ কাম আৰম্ভ হোৱা বুৰ্জ খলিফা তৈয়াৰ হৈ উঠোতে সময় লাগিছিল প্ৰায় ৫ বছৰ। ২০০৯ চনৰ ১ অক্টোবৰত বুৰ্জ খলিফাৰ নিৰ্মাণ সম্পূৰ্ণ হয়। লগে লগেই বুৰ্জ খালিফাক বিশ্বৰ সৰ্বাধিক উচ্চতা সম্পন্ন বিল্ডিং বুলি ঘোষণাও কৰে। ২০১০ চনৰ ৪ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে এই সুউচ্চ অট্টালিকাটো উদ্বোধন কৰা হয়।

১৬৩ মহলীয়া এই অট্টালিকাৰ ভিতৰত কি আছে? পৃথিৱীৰ সুউচ্চ অট্টালিকাটো কেনেকৈ সজোৱা হৈছে? ভিতৰত কি কি আছে এই সকলোবোৰেই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। বুৰ্জ খলিফাৰ ভিতৰত আছে মুঠ ৪টা ছুইমিং পুল। প্রথমটো আছে ৪৩ তলাত আৰু আনটো আছে ৭৬ তলাত। অন্য দুটা ছুইমিং পুল আছে ছাদৰ ওপৰত। বুৰ্জ খলিফাৰ ভিতৰত আছে এটি শৰীৰচৰ্চা কেন্দ্ৰও। এই অট্টালিকাৰ ১২৩ ফ্লৰত আছে এটি লাইব্ৰেৰী। যি সকলে কিতাপ পঢ়িবলৈ আগ্ৰহী তেওঁলোকৰ বাবেই এই লাইব্ৰেৰীটো নিৰ্মাণ কৰা হৈছে।

বুৰ্জ খলিফাৰ ৪৩, ৭৬ আৰু ১২৩ তলাত আছে স্কাই লবী। বিভিন্ন অনুষ্ঠানৰ বাবে ফ্লৰকেইটা ভাড়া দিয়া হয়। বুৰ্জ খলিফাৰ ভিতৰত আছে এটমস্ফিয়াৰ নামৰ এখন ব্যয়বহুল ৰেষ্টুৰেণ্ট। পৃথিবীৰ উচ্চতম ৰেষ্টুৰেণ্টসমূহৰ ভিতৰত এই ৰেষ্টুৰা অন্যতম। অৱশ্যে ২০২১ চনত চীনে নিৰ্মাণ কৰা সুউচ্চ ৰেষ্টুৰেণ্টে এই খিতাপ কাঢ়ি লয়।

পৃথিৱীৰ উচ্চতম ‘আউটডৰ অবজাৰভেছন’ আছে ১৪৮ নং ফ্লৰত। ৫৫৫ মিটাৰ উচ্চতাৰ এই ঠাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। সম্পূৰ্ণ ডুবাই চহৰখনকেই এই স্থানৰ পৰা দেখা যায়। বুৰ্জ খালিফাৰ পৰা ১৫৩ কিঃমিঃ দূৰত্বত আছে ইৰাণৰ এখন সমূদ্ৰ উপকুল। এই স্থানো বুৰ্জ খালিফাৰ ওপৰৰ পৰাই চাব পাৰি।

বুৰ্জ খলিফাৰ ১ আৰু ৮ নং মহলাত আছে বিশেষ হোটেল। এই দুটা ফ্লৰত আছে ১৬০ টাকৈ কোঠা। বুৰ্জ খলিফাৰ বাসিন্দাৰ বাহিৰেও অন্য লোকো এই হোটেলত থাকিব পাৰে। হোটেলৰ ভিতৰত আছে স্পা, ছুইমিং পুল, লাইব্ৰেৰী, জিমকে ধৰি বহু সা-সুবিধা। ইয়াৰ উপৰিও আছে নিজস্ব দোকান, বজাৰ, শ্বপিং মল। ইয়াক বাস কৰা বাসিন্দাসকলে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই।

পৃথিৱীৰ উচ্চতম এই অট্টালিকাত থকাৰ বাবে খৰছ কিমান হয়? এই সুউচ্চ অট্টালিকাত ৪-৫ বেডৰুমৰ কোনো এপাৰ্টমেন্ট ক্ৰয় কৰিবলৈ লাগে ২ কোটি ৭ লাখ ডলাৰ। ভাৰতীয় টকাত এই মূল্য হ’ব ২০০ কোটি টকা। আনহাতে এই এপাৰ্টমেণ্টত বসবাস কৰা বাসিন্দাই দিব লাগে ছাৰ্ভিছ টেক্সো। এপাৰ্টমেণ্টৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি সেই খৰচ বেলেগ বেলেগ হয়। বছৰত এই ছাৰ্ভিছ টেক্স সৰ্বাধিক হয়গৈ ১ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 21, 2026
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
Next Post
ৱেইটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

ৱেইটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

শৰীৰৰ কোনকেইটা অংগ পৰিষ্কাৰ নকৰে পুৰুষে? এইকেইটা অংগ অপৰিষ্কাৰ হ’লেই আক্ৰমণ কৰে ৰোগে…

শৰীৰৰ কোনকেইটা অংগ পৰিষ্কাৰ নকৰে পুৰুষে? এইকেইটা অংগ অপৰিষ্কাৰ হ’লেই আক্ৰমণ কৰে ৰোগে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.