• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰৰ কোনকেইটা অংগ পৰিষ্কাৰ নকৰে পুৰুষে? এইকেইটা অংগ অপৰিষ্কাৰ হ’লেই আক্ৰমণ কৰে ৰোগে…

শৰীৰৰ কোনকেইটা অংগ পৰিষ্কাৰ নকৰে পুৰুষে? এইকেইটা অংগ অপৰিষ্কাৰ হ’লেই আক্ৰমণ কৰে ৰোগে…

4 years ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

30 seconds ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

41 minutes ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

2 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

14 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

14 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

14 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

15 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

16 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

18 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

18 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

19 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰৰ কোনকেইটা অংগ পৰিষ্কাৰ নকৰে পুৰুষে? এইকেইটা অংগ অপৰিষ্কাৰ হ’লেই আক্ৰমণ কৰে ৰোগে…

editor by editor
October 26, 2022
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
শৰীৰৰ কোনকেইটা অংগ পৰিষ্কাৰ নকৰে পুৰুষে? এইকেইটা অংগ অপৰিষ্কাৰ হ’লেই আক্ৰমণ কৰে ৰোগে…
0
SHARES
21.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুস্থ জীৱন-যাপনৰ অন্যতম প্ৰয়োজনীয় বিষয়েই হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা৷ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাবলৈ নিয়মিত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ৷ কিন্তু কোনটো অংগ অত্যাধিক পৰিষ্কাৰকৈ ৰাখিব লাগে? বহুলোকেই শৰীৰৰ এই অংগ পৰিষ্কাৰ কৰাত বিশেষ গুৰুত্ব আৰোপ নকৰে৷

নিউৱৰ্কৰ লেনক্স হিল হাস্পতালত চিকিৎসকে চলোৱা এক গৱেষণাত পোহৰলৈ আহিছে এই কথা৷ শৰীৰৰ এই অংগকেইটাই অত্যাধিক অপৰিষ্কাৰ অংগ৷

কাণ
কাণৰ ভিতৰ আৰু কাণৰ পিছফালৰ অংশত অত্যাধিক মলি হয়৷ সেয়ে এই অংগটো নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে৷ বিশেষকৈ কাণৰ ভিতৰত ছিবেছিয়াছ গ্ৰন্থিৰ দৰে বহুকেইটা গ্ৰন্থি থাকে৷ নিয়মিত কপাহ তিয়াই কাণৰ ভিতৰভাগ পৰিষ্কাৰ কৰিব লাগে৷

নখৰ ভিতৰভাগ

হাত ধুলেও বহুসময়ত নখৰ ভিতৰৰ অংশ অপৰিষ্কাৰ হৈয়েই থাকে৷ খাদ্য সেৱন কৰোতে এনে অপৰিষ্কাৰ নখৰ পৰা জীৱাণুৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায়৷ কভিডৰ সময়তো চিকিৎসকে বাৰে বাৰে ভালদৰে নখৰ ভিতৰভাগ পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছিল৷

নাভি

নাভিৰ গৰ্ভত বহুতো খাজ থাকে। এই স্থানৰ উষ্ণতা দেহৰ বিভিন্ন অংশতকৈ বেছি। বহুসময়ত শৰীৰৰ ঘাম নাভিত প্ৰবেশ কৰে। এনেকৈ ঘাম প্ৰবেশে নাভিত জীৱাণুৰ আক্ৰমণৰ আশংকা বঢ়াই দিয়ে। কাণৰ দৰেই নাভিও তুলাৰে পৰিষ্কাৰ কৰিব পাৰে।

কৰঙনৰ চুক

গুপ্তাংগৰ কাষবোৰো ভালধৰণে পৰিষ্কাৰ কৰাটো গুৰুত্বপূৰ্ণ। বহুসময়ত ভালধৰণে চাফা নকৰিলে খহু আদি হোৱাৰ আশংকা বাঢ়ি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
Next Post
শিল্পীৰ মৃত্যু নহয়! কায়িক বিদায় অভিনেতা নিপন গোস্বামীৰ…

শিল্পীৰ মৃত্যু নহয়! কায়িক বিদায় অভিনেতা নিপন গোস্বামীৰ...

সোঁৱৰিলে সেই সময়! অভিনেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক’লে বিশেষ কথা…

সোঁৱৰিলে সেই সময়! অভিনেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক’লে বিশেষ কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.