• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বা ডাঙৰীয়া এয়া কি হৈছে? ‘বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’ত বিকৃত জাতীয় সংগীত শুনি নেটিজেনে সুধিছে…

সৰ্বা ডাঙৰীয়া এয়া কি হৈছে? ‘বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’ত বিকৃত জাতীয় সংগীত শুনি নেটিজেনে সুধিছে…

3 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 hour ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

2 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

2 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

3 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

3 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

4 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

4 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

4 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

4 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

5 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

5 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰ্বা ডাঙৰীয়া এয়া কি হৈছে? ‘বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’ত বিকৃত জাতীয় সংগীত শুনি নেটিজেনে সুধিছে…

editor by editor
November 4, 2022
in অসম, চিনেমা, বিনোদন
0
সৰ্বা ডাঙৰীয়া এয়া কি হৈছে? ‘বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’ত বিকৃত জাতীয় সংগীত শুনি নেটিজেনে সুধিছে…
0
SHARES
625
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৃহস্পতিবাৰে নয়ন নিলীমৰ ছবি ‘বন্ধু’ৰ প্ৰিমিয়াৰ শ্ব’ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি ৰাজ্যৰ প্ৰায়কেইখন ছবিগৃহতে মুকলি হৈছে ‘বন্ধু’। ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ৰ এটা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত অসমৰ জাতীয় সংগীত বিকৃতৰূপত পৰিবেশন কৰা দেখা গৈছে। অসমৰ জাতীয় সংগীতক বিকৃত কৰাৰ এই ভিডিঅ’টো দেখা মাত্ৰকেই জঁকি উঠিছে একাংশ নেটিজেন।

কিয় এনেকৈ পৰিবেশন কৰা হ’ল জাতীয় সংগীত? বুলি নেটিজেনে সামাজিক মাধ্যমত প্ৰশ্ন কৰাৰ লগতে লিখিছে, সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেনেকৈ ইমান বিকৃতকৈ জাতীয় সংগীত গাব পাৰে? জাতি মাটি ভেটিৰ পাছত জাতীয় সংগীতো নেৰিলে বুলিও সামাজিক মাধ্যমত একাংশই মন্তব্য কৰা এতিয়া পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…
বিনোদন

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

April 11, 2026
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
Next Post
অসমীয়া সংস্কৃতিৰ পৰিচয় ৰাসত বহুৱালী জনপ্ৰিয় চৰিত্ৰ কেকে-মোহনৰ! যোৰহাটৰ ৰাস অনুষ্ঠানত কি কৰিছিল দুই অভিনেতাই?

অসমীয়া সংস্কৃতিৰ পৰিচয় ৰাসত বহুৱালী জনপ্ৰিয় চৰিত্ৰ কেকে-মোহনৰ! যোৰহাটৰ ৰাস অনুষ্ঠানত কি কৰিছিল দুই অভিনেতাই?

গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি, অসম চৰকাৰক বহিৰাগত কোন কোম্পানীয়ে আগবঢ়াব সহযোগিতা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি, অসম চৰকাৰক বহিৰাগত কোন কোম্পানীয়ে আগবঢ়াব সহযোগিতা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.