• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি, অসম চৰকাৰক বহিৰাগত কোন কোম্পানীয়ে আগবঢ়াব সহযোগিতা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি, অসম চৰকাৰক বহিৰাগত কোন কোম্পানীয়ে আগবঢ়াব সহযোগিতা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

28 minutes ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

2 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

2 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

3 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

3 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

4 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

4 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

15 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

15 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

15 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি, অসম চৰকাৰক বহিৰাগত কোন কোম্পানীয়ে আগবঢ়াব সহযোগিতা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
November 4, 2022
in অসম, স্বাস্থ্য
0
গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি, অসম চৰকাৰক বহিৰাগত কোন কোম্পানীয়ে আগবঢ়াব সহযোগিতা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেচমেন্ট প্ৰাইভেট লিমিটেড, মুম্বাইৰ মাজত শুকুৰবাৰে বুজাবুজিৰ এখন চুক্তি স্বাক্ষৰিত হয়। গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে সহায় কৰাৰ বাবে চুক্তি পত্ৰত স্বাক্ষৰ কৰে ষ্টাৰ ইনভেছমেন্ট প্ৰাইভেট লিমিটেডে।

অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা সভাখনত ব্ৰাইট ষ্টাৰ ইনভেছমেন্ট প্ৰাইভেট লিমিটেডৰ হৈ প্ৰমোটাৰ ৰাধাকৃষ্ণ ডামানি উপস্থিত থাকে। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত ব্ৰাইট ষ্টাৰ ইনভেছমেন্ট প্ৰাইভেট লিমিটেডে মেডিকেল কলেডৰ বাবে আগতীয়াকৈ ৫ কোটি টকা প্ৰদান কৰে।

উল্লেখ্য যে ব্ৰাইট ষ্টাৰ ইনভেছমেন্ট প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ বাবে ১৫০ কোটি টকা আগবঢ়াব। প্ৰাগজ্যোতিষ মেডিকেল কলেজ নামেৰে গুৱাহাটীত হ’বলগীয়া দ্বিতীয়খন মেডিকেল কলেজ ২০২৪ চনৰ ভিতৰত শুভাৰম্ভ কৰিব বুলি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
Next Post
প্ৰেম হৈ যায়! গেয়াৰ সলনিৰ ষ্টাইলেই বান্ধিলে প্ৰণয়ৰ বান্ধোন, কি হৈছিল প্ৰকৃততে? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

প্ৰেম হৈ যায়! গেয়াৰ সলনিৰ ষ্টাইলেই বান্ধিলে প্ৰণয়ৰ বান্ধোন, কি হৈছিল প্ৰকৃততে? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

ছলমান-কেটৰিণাৰ মাজত কোন এই নায়িকা? মনে-মনে ভাইজানৰ টাইগাৰ-৩ত কোন নায়িকাই কৰিছে অভিনয়?

ছলমান-কেটৰিণাৰ মাজত কোন এই নায়িকা? মনে-মনে ভাইজানৰ টাইগাৰ-৩ত কোন নায়িকাই কৰিছে অভিনয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.