• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম হৈ যায়! গেয়াৰ সলনিৰ ষ্টাইলেই বান্ধিলে প্ৰণয়ৰ বান্ধোন, কি হৈছিল প্ৰকৃততে? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

প্ৰেম হৈ যায়! গেয়াৰ সলনিৰ ষ্টাইলেই বান্ধিলে প্ৰণয়ৰ বান্ধোন, কি হৈছিল প্ৰকৃততে? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

17 minutes ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

30 minutes ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

1 hour ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

3 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

3 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

3 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

4 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

4 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

5 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

16 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেম হৈ যায়! গেয়াৰ সলনিৰ ষ্টাইলেই বান্ধিলে প্ৰণয়ৰ বান্ধোন, কি হৈছিল প্ৰকৃততে? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
November 4, 2022
in জীৱনশৈলী, বিশ্ব
0
প্ৰেম হৈ যায়! গেয়াৰ সলনিৰ ষ্টাইলেই বান্ধিলে প্ৰণয়ৰ বান্ধোন, কি হৈছিল প্ৰকৃততে? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেম হৈ যায়। কৰিম কৰিম বুলি নাথাকিলেও এপলক সময়তে প্ৰেমে হৃদয় ভৰাই যায়। প্ৰেমত পৰিবলৈতো চুক্তিৰ প্ৰয়োজন নাই। এই কথা প্ৰমান কৰি দিলে এগৰাকী যুৱতীয়ে। গাড়ীৰ চালকৰ প্ৰেমত পৰিল যুৱতীগৰাকী। প্ৰেমত পৰিয়েই বিবাহৰ সিদ্ধান্ত লোৱা যুৱতীৰ মন্তব্যই এতিয়া তেওঁক চৰ্চাৰ শিখৰলৈ আনিছে। ঘৰুৱা গাড়ীচালকৰ গাড়ীৰ গেয়াৰ সলনিৰ ষ্টাইল দেখিয়েই প্ৰেমত পৰিছিল যুৱতীগৰাকী। ১৭ বছৰীয়া এই যুৱতীগৰাকীয়ে ২১ বছৰীয়া যুৱকজনৰ এই ষ্টাইলটোৰ বাবেই বিয়াও কৰায় ড্ৰাইভাগৰাকীক।

সম্প্ৰতি পাকিস্তানৰ এটা সংবাদ প্ৰতিষ্ঠানত নৱ দম্পত্তিহালৰ বিয়াৰ প্ৰসংগই দখল কৰিছে শিৰোনাম। দম্পত্তিহালৰ প্ৰেমৰ অভূতপূৰ্ব কাহিনীয়ে সকলোকে সচকিত কৰি তুলিছে। কেনেকৈ আৰম্ভ হৈছিল এই প্ৰেম কাহিনী? কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে ড্ৰাইভাৰ হিচাপে নিয়োগ কৰিছিল যুৱকজনক। পিতৃমাতৃয়ে কল্পনাও কৰিব পৰা নাছিল ড্ৰাইভাৰেৰে প্ৰেম কৰিব কন্যাই। খতিজা নাম্মী নামৰ কিশোৰীগৰাকী গাড়ীচালকৰ প্ৰেমত পৰে। প্ৰেমত পৰাৰ কাৰণো এটাই, যুৱকজনৰ গেয়াৰ সলনি ষ্টাইলটো অন্যতকৈ পৃথক।

গেয়াৰ সলনিৰ ষ্টাইলে ইমানেই মুগ্ধ কৰে যে যুৱকজনৰ প্ৰেমত পৰে খতিজা। পিতৃ-মাতৃয়ে খতিজাক গাড়ী শিকিবলৈকো ব্যৱস্থা কৰি দিছিল যদিও খতিজাই গাড়ী শিকাতকৈ যুৱকজনক প্ৰেমৰ প্ৰস্তাৱ দিয়াতহে মনোনিবেশ কৰে। অৱশেষত খতিজাৰ গাড়ী শিকা নহ’ল যদিও গাড়ীচালককহে আজীৱন লগৰী কৰি লোৱাৰ সিদ্ধান্ত লয়। ইতিমধ্যে এই প্ৰেমিক যুঁটিটোৰ বিবাহ সম্পন্ন হৈছে। দুয়োৱে প্ৰকাশ কৰা অনুযায়ী প্রণয়ৰ বান্ধোনেই নহয় প্ৰেমৰো বান্ধোন আছে দুয়োৰে মাজত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

August 19, 2026
Next Post
ছলমান-কেটৰিণাৰ মাজত কোন এই নায়িকা? মনে-মনে ভাইজানৰ টাইগাৰ-৩ত কোন নায়িকাই কৰিছে অভিনয়?

ছলমান-কেটৰিণাৰ মাজত কোন এই নায়িকা? মনে-মনে ভাইজানৰ টাইগাৰ-৩ত কোন নায়িকাই কৰিছে অভিনয়?

‘মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান…’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

'মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান...’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.