• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় পৰাস্ত হ’ল টীম ইণ্ডিয়া… দুৰ্বল বলিং নে দুৰ্বল আছিল বেটিং?

কিয় পৰাস্ত হ’ল টীম ইণ্ডিয়া… দুৰ্বল বলিং নে দুৰ্বল আছিল বেটিং?

3 years ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

18 minutes ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

51 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

2 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

15 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কিয় পৰাস্ত হ’ল টীম ইণ্ডিয়া… দুৰ্বল বলিং নে দুৰ্বল আছিল বেটিং?

editor by editor
November 10, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
কিয় পৰাস্ত হ’ল টীম ইণ্ডিয়া… দুৰ্বল বলিং নে দুৰ্বল আছিল বেটিং?
0
SHARES
10.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪…
১৪০ কোটি ভাৰতীয়ৰ আশাত চেঁচা পানী ঢালিলে টীম ইণ্ডিয়াই

চলিত বৰ্ষৰ টী-২০ বিশ্বকাপ ছেমিফাইনেলত মুখথেকেচা খালে ভাৰতে। ছেমিফাইনেলখনত ইংলেণ্ডৰ অপেনাৰ যুটিয়ে ধৰাশায়ী কৰিলে টীম ব্লুক। কিন্তু কিয় পৰাজয়বৰণ কৰিলে প্ৰতিভাৱান ভাৰতীয় দলটোৱে ?

ব্যৰ্থ ৰোহিত-ৰাহুল-সূৰ্য
ক্ৰিকেটত অপেনাৰ যুটিৰ বিশেষ ভূমিকা থাকে দলটোত। কিন্তু ছেমিফাইনেলত সেই ভূমিকা দেখা পোৱা নগ’ল ভাৰতীয় দলটোত। ভাৰতীয় দলটোৰ অপেনাৰ পুনৰবাৰ ব্যৰ্থ হ’ল খেল দেখুওৱাত। আজিৰ খেলখনত মাত্ৰ ৫ ৰান কৰিয়েই পেভিলিয়ন উভতিল কে এল ৰাহুল, লগতে ২৮ বলত ২৭ ৰান কৰি পেভিলিয়ন উভতিল অধিনায়ক ৰোহিত শৰ্মা। গোটেই বিশ্বকাপখনত আকৰ্ষণীয় ৰান কৰাৰ পৰা বিৰত থাকিল কে এল ৰাহুল। বাৰে বাৰে সুবিধা পোৱাৰ পাছতো খেল দেখুওৱাব নোৱাৰিলে কে এল ৰাহুলে। অধিনায়ক ৰোহিত শৰ্মাও ছেমিফাইনেলত বিশেষ ৰান কৰিব নোৱাৰিলে। অতি গুৰুত্বপূৰ্ণ খেলখনত অপেনাৰদ্বয়ৰ ভূমিকাক লৈ আক্ষেপ প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীয়ে। আনফালে, অন্য খেলৰ দৰে এইখন খেলত দলটোক শকত ৰানৰ টোপোলা দিব নোৱাৰিলে সূৰ্য কুমাৰ যাদৱে। আদিল ৰছিদৰ স্পীন বলত উইকেট হেৰুৱাবলগীয়া হয় প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে।

দুৰ্বল বলিং প্ৰদৰ্শন
ভাৰতীয় দলটোৰ বলিং প্ৰদৰ্শনো বিশেষ আকৰ্ষণীয় নাছিল। প্ৰথম পাৱাৰ প্লেত ভুৱনেশ্বৰ কুমাৰ উইকেট লোৱাৰ পৰা বঞ্চিত থাকিল। গোটেই ইনিংছটোত এটাও উইকেট ল’বলৈ সক্ষম নহ’ল বলাৰকেইগৰাকীয়ে। পাৱাৰ প্লেত সৰ্বমুঠ ৬৩ ৰান দি এটাও উইকেট ল’ব নোৱাৰিলে ভাৰতীয় দলটোৱে। স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনেও উত্তম প্ৰদৰ্শন দেখুৱাবলৈ নোৱাৰিলে। উল্লেখযোগ্য যে ভাৰতীয় দলটোত অন্তৰ্ভুক্ত থকা য়ুজৱেন্দ্ৰ চহলক এখনো খেল খেলিবলৈ দিয়া নহ’ল। যাৰ বাবে সামাজিক মাধ্যমত আক্ষেপ উজাৰিছে ক্ৰিকেটপ্ৰেমীসকলে।

প্ৰথম ইনিংছত সন্মান ৰক্ষাৰ যুঁজ
প্ৰথম ইনিংছত ঘনে ঘনে এজন এজন বেটছমেন পেভিলিয়ন যোৱাৰ সময়তে খেলখন ধৰি ৰখাত সহায় কৰিছিল বিৰাট কোহলীয়ে। গুৰুত্বপূৰ্ণ খেলখনত কোহলীৰ আকৰ্ষণীয় ৫০ ৰান আছিল বিশেষ উপহাৰ। ভাৰত পৰাস্ত হৈছিল, কিন্তু কোহলি আৰু হাৰ্ডিক পাণ্ডিয়াৰ অৱদান বহুত গুণে সন্মান ৰক্ষা কৰিলে ভাৰতৰ। ১১.২ অভাৰত মাত্ৰ ৭৫ ৰান হৈ কৰিবলৈ সক্ষম হৈছিল দলটোৱে। কিন্তু দুয়োগৰাকী ক্ৰীড়া তাৰকাৰ যুটীয়ে বেচ আমোদ দিছিল ক্ৰিকেটপ্ৰেমী জনতাক। হাৰ্দিক পাণ্ডিয়াৰ ৬৩ ৰান দলটোৰ সৰ্বাধিক আছিল। ৫ টা ছিক্স আৰু ৪টা বাউণ্ডেৰীৰে শেষ বললৈকে খেলখন ধৰি ৰাখিছিল হাৰ্দিক পাণ্ডিয়াই।

যিকোনো খেলতেই জয়-পৰাজয় থাকে আৰু এই পৰাজয়ৰ পৰা ভাৰতীয় দলটোৱে কি শিক্ষা গ্ৰহণ কৰে, সেইটোহে লক্ষ্যণীয় হ’ব। আগন্তুক টীম ইণ্ডিয়াৰ খেলত উত্কৃষ্ট খেল দেখিবলৈ পাব বুলি সকলোৱে আশা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
Next Post
স্বপ্ন পূৰণ নহ’ল! ২০১৩ ৰ পাছত আৰু এখনো টুৰ্নামেণ্ট জিকিব পৰা নাই ভাৰতে

স্বপ্ন পূৰণ নহ’ল! ২০১৩ ৰ পাছত আৰু এখনো টুৰ্নামেণ্ট জিকিব পৰা নাই ভাৰতে

ধনৰ লালসা! অৱশেষত গ্ৰেপ্তাৰ আশীৰ্বাদ হাজৰিকা…

ধনৰ লালসা! অৱশেষত গ্ৰেপ্তাৰ আশীৰ্বাদ হাজৰিকা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.