• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বপ্ন পূৰণ নহ’ল! ২০১৩ ৰ পাছত আৰু এখনো টুৰ্নামেণ্ট জিকিব পৰা নাই ভাৰতে

স্বপ্ন পূৰণ নহ’ল! ২০১৩ ৰ পাছত আৰু এখনো টুৰ্নামেণ্ট জিকিব পৰা নাই ভাৰতে

4 years ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

20 minutes ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

59 minutes ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

1 hour ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

2 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

2 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

4 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

5 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

5 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

6 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

7 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

স্বপ্ন পূৰণ নহ’ল! ২০১৩ ৰ পাছত আৰু এখনো টুৰ্নামেণ্ট জিকিব পৰা নাই ভাৰতে

editor by editor
November 10, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
স্বপ্ন পূৰণ নহ’ল! ২০১৩ ৰ পাছত আৰু এখনো টুৰ্নামেণ্ট জিকিব পৰা নাই ভাৰতে
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতে নোৱাৰিলে। টি-২০ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰাই বিদায় ল’লে টিম ইণ্ডিয়াই। ইংলেণ্ডৰ হাতত আত্মসমৰ্পণ কৰে ভাৰতীয় দলটোৱে।

টি-২০ ফৰমেটত ১৬৮ ৰান কৰা ইমান সহজ টাৰ্গেটো নাছিল। ইংলেণ্ডে ইমান অনায়াসে এই টাৰ্গেট পূৰ কৰিব সেয়া টিম ব্লুৱে ভাৱিবই পৰা নাছিল। খেলৰ প্ৰতি উদ্যম যেন হেৰুৱাই পেলাইছিল ভাৰতীয় টিমে। খেলৰ প্ৰতি যি তীব্ৰতা সেয়া যেন কৰোবাত কমি গ’ল ভাৰতীয় দলটোৰ। বিনাশকালত বুদ্ধিনাশ হোৱাৰ দলে হ’ল ভাৰতীয় দলটোৰ। ৪ অভাৰ বাকী থাকোতেই ভাৰতে বান্ধি দিয়া টাৰ্গেট সম্পূৰ্ণ কৰে ইংলেণ্ডৰ দলটোৱে। বিনা উইকেটতেই ইংলেণ্ডে ১৭০ ৰান কৰি ফাইনেলত প্ৰৱেশ কৰিছে। বাটলাৰে অপৰাজিত ৮০ ৰান কৰাৰ লগতে হেলছেও অপৰাজিত ৮৬ ৰান কৰে।

দেওবাৰে বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব পাকিস্তান। ১৯৯২ চনৰ সেই দিনটোৰেই যেন এইবাৰ আকৌ পুনৰাবৃত্তি ঘটিব। সেইবাৰো মেলবৰ্ণত ইংলেণ্ডক হৰুৱাই বিশ্বচেম্পিয়ন হৈছিল পাকিস্তান। তাতকৈয়ো গুৰুত্বপূৰ্ণ কথা যে সেইবাৰো পাকিস্তানে ছেমিফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰিয়েই ফাইনেলত প্ৰৱেশ কৰিছিল। অৱশ্যে এইবাৰ ট্ৰফী কাৰ হাতলৈ যাব সেই কথা দেওবাৰেহে স্পষ্ট হ’ব।

২০১৩ চনৰ পাছত এটাও আইচিচি টুৰ্নামেণ্ট জিকিবলৈ সক্ষম হোৱা নাই ভাৰতীয় দলটোৱে। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত সেইবাৰেই যি চেম্পিয়ন ট্ৰফী জিকিছিল তাৰ পাছত আৰু কোনো টুৰ্নামেণ্টতেই জয়ী হোৱা নাই ভাৰতীয় দলটো। আইচিচি বিশ্বকাপৰ পৰা এইবাৰো খালী হাতে উভতিছে টিম ব্লু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য
প্ৰযুক্তি

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

June 18, 2026
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

June 18, 2026
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?
প্ৰযুক্তি

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

June 18, 2026
Next Post
ধনৰ লালসা! অৱশেষত গ্ৰেপ্তাৰ আশীৰ্বাদ হাজৰিকা…

ধনৰ লালসা! অৱশেষত গ্ৰেপ্তাৰ আশীৰ্বাদ হাজৰিকা...

‘১৫২/০ বনাম ১৭০/০’, টিম ব্লুক টুইটযোগে কটাক্ষ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ

'১৫২/০ বনাম ১৭০/০’, টিম ব্লুক টুইটযোগে কটাক্ষ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.