• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘১৫২/০ বনাম ১৭০/০’, টিম ব্লুক টুইটযোগে কটাক্ষ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ

‘১৫২/০ বনাম ১৭০/০’, টিম ব্লুক টুইটযোগে কটাক্ষ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

1 hour ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

2 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

2 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

2 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

3 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

4 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

4 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

6 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

6 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

7 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

8 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘১৫২/০ বনাম ১৭০/০’, টিম ব্লুক টুইটযোগে কটাক্ষ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ

editor by editor
November 11, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
‘১৫২/০ বনাম ১৭০/০’, টিম ব্লুক টুইটযোগে কটাক্ষ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ
0
SHARES
350
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দহ উইকেটত ইংলেণ্ডৰ হাতত পৰাস্ত হৈ টি-২০ বিশ্বকাপৰ পৰা বিদায় মাগিছে ভাৰতে। ভাৰতৰ এই পৰাজয়বৰণৰ পিছতেই সামাজিক মাধ্যমত ভাৰতীয় ক্ৰিকেট দলক কটাক্ষ কৰি বিভিন্ন পষ্ট। এই কটাক্ষমূলক পষ্ট কেৱল নেটিজেনেই দিয়া নাই। শেহতীয়াভাৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে কৰা এটা টুইট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পাকিস্তানৰ দলটোৰ ভাল প্ৰদৰ্শনক লৈ সুখী হৈ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘দেওবাৰে ফাইনেলত দুই দল মুখামুখি হ’ব। মুখামুখি হোৱা দুই দলৰ মাজত মিল এটাই দুয়োটা দলেই ১৫২/০ বনাম ১৭০/০।’ অৰ্থাৎ বিশ্বকাপৰ মঞ্চত ভাৰতক দহ উইকেটত পৰাস্ত কৰিছে ইংলেণ্ডে। নাম নোলোৱাকৈয়ে ভাৰতকেই এই টুইটেৰে কটাক্ষ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে বুলি দাবী কৰিছে নেটিজেনে।

২০২১ চনতো প্ৰথম মেচত ভাৰতৰ মুখামুখি হৈছিল পাকিস্তান। সেইবাৰো ভাৰতীয় বেটাৰক ধৰাশায়ী কৰিছিল পাকিস্তানৰ বলাৰে। সেইবাৰো চুপাৰ ১২ পৰ্যায়ৰ পৰা বিদায় লৈছিল ভাৰতে। এবছৰৰ অন্ততো ভাৰতীয় দলটোৱে খেলত উন্নতি কৰিব নোৱাৰিলে। প্ৰথমখন মেচত পাকিস্তানক হৰুৱাই সুখী হৈছিল ৰোহিত বাহিনী কিন্তু ছেমিফাইনেলত প্ৰৱেশ কৰিয়েই ধৰাশায়ী হ’ল টিম ব্লু। চাৰি অভাৰ বাকি থাকোতেই ১৭০ ৰান কৰে ইংলেণ্ডে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
Next Post
ওপজা দিনত চৰ্চা! হাগ্ৰামতকৈ শ্ৰেষ্ট বিবেচনা কৰিব পাৰি নেকি প্ৰমোদ বড়োক? প্ৰমোদ বড়োৰ এইকেইটা দিশেই বড়োসমাজক দেখুৱাইছে নতুন বড়োলেণ্ডৰ সপোন…

ওপজা দিনত চৰ্চা! হাগ্ৰামতকৈ শ্ৰেষ্ট বিবেচনা কৰিব পাৰি নেকি প্ৰমোদ বড়োক? প্ৰমোদ বড়োৰ এইকেইটা দিশেই বড়োসমাজক দেখুৱাইছে নতুন বড়োলেণ্ডৰ সপোন...

টীম ব্লুৰ বিপৰ্যয়! ব্ৰিটিছ বাহিনীৰ পৰা এইকেইটা কথা শিকিবলৈ পৰামৰ্শ দিলে ভাৰতীয় দলক…

টীম ব্লুৰ বিপৰ্যয়! ব্ৰিটিছ বাহিনীৰ পৰা এইকেইটা কথা শিকিবলৈ পৰামৰ্শ দিলে ভাৰতীয় দলক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.