• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টীম ব্লুৰ বিপৰ্যয়! ব্ৰিটিছ বাহিনীৰ পৰা এইকেইটা কথা শিকিবলৈ পৰামৰ্শ দিলে ভাৰতীয় দলক…

টীম ব্লুৰ বিপৰ্যয়! ব্ৰিটিছ বাহিনীৰ পৰা এইকেইটা কথা শিকিবলৈ পৰামৰ্শ দিলে ভাৰতীয় দলক…

4 years ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

34 minutes ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

1 hour ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

2 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

3 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

3 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

4 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

4 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

6 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

7 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টীম ব্লুৰ বিপৰ্যয়! ব্ৰিটিছ বাহিনীৰ পৰা এইকেইটা কথা শিকিবলৈ পৰামৰ্শ দিলে ভাৰতীয় দলক…

editor by editor
November 11, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত, লেখা
0
টীম ব্লুৰ বিপৰ্যয়! ব্ৰিটিছ বাহিনীৰ পৰা এইকেইটা কথা শিকিবলৈ পৰামৰ্শ দিলে ভাৰতীয় দলক…
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতীয় দলটো ধৰাশায়ী হ’ল ইংলেণ্ডৰ হাতত। হাৰ্দিক আৰু কোহলিয়ে ভাল বেটিং কৰিলেও শেষ পৰ্যন্ত ভাৰতীয় দলটো ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। প্ৰথমে বেট ধৰি ৬ উইকেট হেৰুৱাই ১৬৮ ৰান কৰিছিল টীম ব্লুৱে। কিন্তু ইংলেণ্ডৰ অপেনাৰদ্বয় জ’ছ বাটলাৰ আৰু এলেক্স হেলছেৰ বেটিঙে ধৰাশায়ী কৰে ভাৰতীয় দলটোক। টী-২০ বিশ্বকাপত আৰম্ভণিৰে পৰা ভাৰতীয় দলটোৰ পাৰফৰ্মেন্সক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। প্ৰায়কেইখন মেচতে ভাৰতীয় দলটোৱে কেৱল বেটিঙৰ জোৰতহে জিকিবলৈ সক্ষম হৈছিল। পাকিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধেও কথমপিহে জয় লাভ কৰিছিল ভাৰতে। কিন্তু ছেমিফাইনেলত ভাৰতীয় দলটোক আৰু ভাগ্যই লগ নিদিলে। ইংলেণ্ডৰ ভাবিব নোৱাৰা ধৰণে বিধ্বস্ত হ’ল টীম ব্লু। ।

ভাৰতীয় দলটোৰ এই বিপৰ্যয় কিয়?

উন্নত বেটিং লাইন আৰু বলিং লাইন থকাৰ পিছতো কিয় এই বিপৰ্যয়ৰ সন্মুখীন হ’ল ভাৰতীয় দলটো! আৰম্ভণি ঠিকেই আছিল! সূৰ্য কুমাৰ, বিৰাট কোহলী, হাৰ্ডিক পাণ্ডিয়াৰ পাৰফৰ্মেন্সক লৈ আশাবাদী হৈ পৰিছিল ভাৰতবাসী। এইবাৰ বিশ্বকাপ ভাৰতেই জয় কৰিব, কিন্তু সকলোৰে আশাত চেঁচাপানী ঢালি ছেমিফাইনেল খেলিয়ে অষ্ট্ৰেলিয়াৰ পৰা বিদায় মাগিলে ভাৰতে।

উল্লেখ্য যে, ২০১৫ চনত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত ইংলেণ্ড দলটোৰ পাৰফৰ্মেন্স বিশেষ উন্নত নাছিল। যাৰ বাবে ভাৰতীয় দলটো অধিক আত্মবিশ্বাসী হৈ পৰিছিল। এই অতি আত্মবিশ্বাসেই পৰাজয়ৰ অন্য এক কাৰণ বুলি ক্ৰিকেট সমালোচকসকলে মন্তব্য কৰিছে। আনহাতে ইংলেণ্ডে ’১৫ৰ পাছৰে পৰা অনুশীলন জোৰদাৰ কৰিছিল। তাৰ ফলাফল ২০১৬ৰ টী-২০ বিশ্বকাপতেই বিশ্ববাসীয়ে দেখিলে। কিয়নো মাত্ৰ এবছৰৰ ভিতৰতে উন্নত প্ৰদৰ্শনেৰে ২০১৬ত ফাইনেল খেলিলে ইংলেণ্ডে। তাৰ পাছত ২০১৯ৰ শ্বাসৰুদ্ধকৰ ফাইনেলত ৰোমাঞ্চকৰ জয় লাভ ইংলেণ্ডৰ।

ইয়াৰ পাছৰে পৰা টীম ইংলেণ্ড আৰু থমকি ৰব লগা হোৱা নাই। কিন্তু ভাৰতীয় দলটোৱে পাৰফৰ্মেন্স উন্নত কৰা নাছিল বুলিও খেল সমালোচকে মন্তব্য কৰিছে। ইংলেণ্ড, পাকিস্তান আদি দলসমূহে প্ৰত্যেক বছৰে উন্নত প্ৰদৰ্শন দেখুৱাবৰ বাবে যথেষ্ট অনুশীলন কৰে। কিন্তু ভাৰতীয় দলটোৱে এইবাৰো অনুশীলনতকৈ খাদ্য, হোটেল আদি আনুসংগিক দিশসমূহতহে বিতৰ্ক কৰা পৰিলক্ষিত হ’ল বুলিও আক্ষেপ উজাৰিছে বহু নেটিজেনে। ।

ইংলেণ্ডৰ পৰা কি শিক্ষা ল’ব লাগে ভাৰতে?

বিগত বছৰকেইটাত খেলৰ পদ্ধতিত বহুকেইটা পৰিৱৰ্তন আনিছে ব্ৰিটিছ বাহিনীয়ে। সীমিত অভাৰৰ খেলসমূহত প্ৰথমৰৰ পৰা আক্ৰমণাত্মক প্ৰদৰ্শন দাঙি ধৰাৰ চেষ্টা কৰে বাটলাৰ বাহিনীয়ে। বহুকেইখন টী-২০ মেচত ইংলেণ্ডৰ দলৰ ছিনিয়ক তাৰকা খেলুৱৈ সময়মতে বিদায় দিছে দলটোৱে। ২০০৭ চনত মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় দলটোৰ দায়িত্ব লৈ, যেনেকৈ সময়মতে তাৰকা খেলুৱৈসকলক দলটোৰ পৰা অব্যাহতি দিছিল, সেই নীতিকে অনুসৰণ কৰিছে বাটলাৰ বাহিনীয়ে। সাম্প্ৰতিক সময়ত বাটলাৰ বাহিনীৰ খেল দেখি খেল সমালোচকে একেষাৰে কৈছে বাটলাৰ বাহিনীয়ে হয় কৰিম- নহ’লে মৰিম। এই নীতিৰেই খেলপথাৰত খেল দেখুৱাইছে ইংলেণ্ডে। দলটোৰ বেটিং পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে। বিপক্ষৰ কোনো দলকেই দুৰ্বল বুলি ভবা নাই বাটলাৰ বাহিনীয়ে।

খেলৰ মাজতে বিৰতিৰ প্ৰয়োজন!

২০২১ চনত ভাৰতৰ মাটিত হোৱা টেষ্ট ছিৰিজৰ মাজতেই সাময়িক বিৰতি লৈছিল বাটলাৰে। অৰ্থাৎ খেলৰ মাজত বিৰতিৰো প্ৰয়োজনীয়তা আছে। ইংলেণ্ডৰ দলটোৰ যুক্তি ক্ৰিকেটাৰসকলৰ মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ বিৰতিৰ প্ৰয়োজনীয়তা থাকে। বিশ্বকাপ খেলাৰ আগমুহূৰ্তত পাকিস্তানৰ বিৰুদ্ধে টি-২০ খেলি থকাৰ মাজতেই বেন ষ্ট’কচ আৰু বাটলাৰকে ধৰি বহুকেইজনেই বিৰতি লৈছিল।

স্পিনাৰৰ গুৰুত্ব বঢ়াব লাগে!

ইংলেণ্ড দলে স্পিনাৰৰ গুৰুত্ব আগতকৈ বঢ়াইছে। সীমিত অভাৰৰ মেচত স্পিনাৰৰ গুৰুত্ব আছে। আদিল ৰছিদ আৰু লিয়াম লিভিংষ্টনৰ দৰে স্পিনাৰক গুৰুত্ব দিছে বাটলাৰবাহিনীয়ে। তাৰ বিপৰীতে ধোনীৰ অৱসৰৰ পিছত ভাৰতীয় দলটোৱে স্পিনাৰ চিনাক্ত কৰাত সিদ্ধান্তই ল’ব পৰা নাই। ধোনীৰ পাছত আৰু কোনো এজন অধিনায়কে সঠিক স্পিনাৰ চিনাক্ত কৰিব পৰা নাই।

ধনৰ বাবেই লীগ খেলি অযথা মানসিক কষ্ট লোৱাৰ প্ৰয়োজন নাই

বিভিন্ন দেশত হোৱা টী-২০ৰ লীগ খেলসমূহত ইংলেণ্ডৰ খেলুৱৈৰ চাহিদা বৃদ্ধি হৈছে। কিন্তু ধনৰ বাবেই লীগ খেল খেলিব সেই কথাত ইংলেণ্ডৰ খেলুৱৈৰ দ্বিমত আছে। ষ্ট্ৰোকছৰ দৰে খেলুৱৈয়ে মানসিক স্বাস্থ্য ভালে ৰখাৰ বাবেই আইপিএলৰ পৰাও অব্যাহতি লৈছিল।

এই সময়ত ভাৰতীয় দলটোৱে এইকেইটা কথাত গুৰুত্ব আৰোপ কৰিলেই পৰবৰ্তী সময়ত ভাৰতীয় দলৰ আৰু এনে বিপৰ্যয় নহ’ব বুলিও খেল সমালোচকসকলে মন্তব্য কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক
বাণিজ্য

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

May 15, 2026
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক
জীৱনশৈলী

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

May 15, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

May 15, 2026
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?
জীৱনশৈলী

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

May 15, 2026
Next Post
হাৰ্টথ্ৰ’বৰ ওপজা দিন! ক’ত কেনেদৰে পালন কৰা হ’ব জুবিনৰ জন্মদিন

হাৰ্টথ্ৰ’বৰ ওপজা দিন! ক’ত কেনেদৰে পালন কৰা হ’ব জুবিনৰ জন্মদিন

শৰীৰ চৰ্চা কৰিবলৈ গৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিল অভিনেতা সিদ্ধান্ত সূৰ্যবংশী, কি হৈছিল সিদ্ধান্তৰ?

শৰীৰ চৰ্চা কৰিবলৈ গৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিল অভিনেতা সিদ্ধান্ত সূৰ্যবংশী, কি হৈছিল সিদ্ধান্তৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.