• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্টথ্ৰ’বৰ ওপজা দিন! ক’ত কেনেদৰে পালন কৰা হ’ব জুবিনৰ জন্মদিন

হাৰ্টথ্ৰ’বৰ ওপজা দিন! ক’ত কেনেদৰে পালন কৰা হ’ব জুবিনৰ জন্মদিন

4 years ago
কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

5 minutes ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

46 minutes ago
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

2 hours ago
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

3 hours ago
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

3 hours ago
AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

16 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

16 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

17 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

18 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

হাৰ্টথ্ৰ’বৰ ওপজা দিন! ক’ত কেনেদৰে পালন কৰা হ’ব জুবিনৰ জন্মদিন

editor by editor
November 11, 2022
in অপৰাধ, জীৱনশৈলী, সংগীত
0
হাৰ্টথ্ৰ’বৰ ওপজা দিন! ক’ত কেনেদৰে পালন কৰা হ’ব জুবিনৰ জন্মদিন
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫০ বছৰীয়া জন্মদিন কেনেদৰে পালন কৰিব হাৰ্টথ্ৰ’বে? এইবাৰ ওপজা দিনত ক’ত থাকিব জনপ্ৰিয় কণ্ঠাশিল্পী জুবিন গাৰ্গ? সংবাদ মাধ্যমৰ আগত আগন্তক ওপজা দিনৰ পৰিকল্পনাৰ কথা জনালে জুবিন গাৰ্গে।

প্ৰত্যেক বাৰৰ দৰেকৈ এইবাৰো ব্যতিক্ৰমভাৱে জন্মদিন পালন কৰিবলৈ আগ্ৰহী হাৰ্টথ্ৰ’ব। এইবাৰ ওপজা দিনটোত যোৰহাটত থকাৰ কথা জনাইছে কণ্ঠশিল্পী জুবিন গাৰ্গে। প্ৰত্যেকবাৰেই জুবিন ফেন ক্লাবে তেওঁৰ ওপজা দিনটোত গছপুলি ৰোৱা, আৰ্তজনক সহায় কৰা আদি বিভিন্ন সমাজহিতৈষী কাৰ্যকলাপ কৰি আহিছে।

এইবাৰো তেনে কাৰ্যপন্থাই হাতত লৈছে জুবিন ফেন ক্লাবে। ১৮ নৱেম্বৰৰ দিনটোত প্ৰিয় কণ্ঠশিল্পীগৰাকীক তেওঁ ভালপোৱাধৰণে কিছু উপহাৰ আগবঢ়াব বুলিও জনাইছে জুবিন ফেনক্লাবৰ সদস্যসকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
জীৱনশৈলী

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

June 29, 2026
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!
জীৱনশৈলী

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

June 29, 2026
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ
জীৱনশৈলী

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

June 29, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

June 29, 2026
Next Post
শৰীৰ চৰ্চা কৰিবলৈ গৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিল অভিনেতা সিদ্ধান্ত সূৰ্যবংশী, কি হৈছিল সিদ্ধান্তৰ?

শৰীৰ চৰ্চা কৰিবলৈ গৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিল অভিনেতা সিদ্ধান্ত সূৰ্যবংশী, কি হৈছিল সিদ্ধান্তৰ?

কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল! সভাপতি কোন হ’ল?

কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল! সভাপতি কোন হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.