• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ…

প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ…

4 years ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

25 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

49 minutes ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

1 hour ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

2 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

3 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

4 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

4 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

6 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

7 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

8 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

22 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ…

editor by editor
November 19, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ…
0
SHARES
467
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ

‘আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘোণৰ পথাৰত কাম আৰু কাম’

কবিতাটোত আছে আঘোণৰ বৰ্ণনা। আঘোণ চহা খেতিয়কৰ বাবে প্ৰাপ্তিৰ মাহ। পথাৰত খেতিয়কৰ কাম আৰু কাম। এৰাব নোৱাৰা বস্ততা। ধানৰ পাতে কাটে। গধূলিত পানী লাগিলে কটা ঘাঁখিনি চেকচেকায়। তথাপিও বাটৰুৱাক হাত বাউল দি মাতে সোণোৱালী পথাৰে।

সোণোৱালী পথাৰলৈ যোৱা আমেজেই সুকীয়া। পথাৰ ভৰি থাকে সোণগুটিৰে। পুৱাই প্ৰতিঘৰ খেতিয়কৰ ঘৰতে ব্যস্ততা বাঢ়ে। দাৱনীয়ে হাতত তুলি লয় কাচি। দাৱনীৰ খিকিন্দালিত ৰজনজনাই পথাৰ।

হাউলি পৰা ধান এটা দিশৰ পৰা কাটি গৈ থাকোতে ধানৰ এটা থোকেৰে মুঠিবোৰ বান্ধি নৰাৰ ওপৰত বিশেষ কায়দাৰে থৈ যায়। শীতকালৰ ৰ’দ হ’লেও দুপৰীয়া চোকা ৰ’দে ধৰে। ঠাণ্ডা দিনৰ বেলি মূৰৰ ওপৰত উঠা মানেই পশ্চিমৰ আকাশত বুৰ যোৱাৰেই প্ৰস্তুতি। তথাপিও খৰ হাতে কাচি চলি থাকে।

পশ্চিমৰ আকাশত বেলিটো হাউলি পৰিলেই কুমলীয়া বাঁহ কাটি বনোৱা টঙাল আৰু বিৰিয়াডাল লৈ পথাৰ পায়হি গৃহস্থ। কাটি যোৱা ধানৰ মুঠিবোৰ হাতৰ ফাঁকত লৈ ৮টাকৈ হিচাপ কৰি গণনা কৰে- এঠৰ, দুঠৰ। চাৰিঠৰ মুঠিৰে এটা মজবুত ডাঙৰি। তেনেকৈয়ে যুৰীয়া হিচাপত মুঠিবোৰ বান্ধি জোঙা বিৰিয়াৰে খুচি দুফালে দুটা ডাঙৰি গুজি কান্ধত লৈ আগবাঢ়ে। এই যাত্ৰা ঘৰমুখী। এভাৰ দুভাৰকৈ চোতাল ভৰ। এইযে খচ খচ শব্দেৰে পাহুৱাল খোজ, সেই খোজতো ছন্দ থাকে, থাকে বছৰযোৰাৰ প্ৰাপ্তি।

অসমীয়া জাতি অত্যন্ত স্ব-নিৰ্ভৰশীল জাতি বুলি ইতিহাসেও দাবী কৰে। সময়ৰ শৰ সময়ত মাৰে অসমীয়াই। আঘোণত লখিমী আদৰি ক্ষণ গণে ভোগালীলৈ। সময় সলনি হৈছে। গৰুৰ গাড়ীৰে পথাৰৰ পৰা ধান কঢ়িওৱাৰ সলনি ট্ৰেক্টৰে সেই ঠাই ললে। দাৱনীৰ ঠাই ললে মেচিনে। মুঠতে যুগৰ হাতত ধৰি চহা জীৱনে পিন্ধিলে যান্ত্ৰিকতাৰ আভুষণ। সময়ৰ হাতত ধৰি আঘোণ আহিছে যদিও মেটা মুখী প্ৰজন্মৰ বাবে আঘোণ এতিয়া কেৱল কেশৱ মহন্তৰ এটি বিশেষ কবিতাহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam farmerassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
Next Post
ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? ঠাণ্ডা পানীৰে গা ধোৱাৰ আগতে এইটো চাই লওঁক

ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? ঠাণ্ডা পানীৰে গা ধোৱাৰ আগতে এইটো চাই লওঁক

মৃত প্ৰেয়সীক সেন্দুৰ পিন্ধাই শেষ বিদায় বিতোপনৰ, প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা পূৰণ কৰিলে বিতোপনে…

মৃত প্ৰেয়সীক সেন্দুৰ পিন্ধাই শেষ বিদায় বিতোপনৰ, প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা পূৰণ কৰিলে বিতোপনে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.