• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? ঠাণ্ডা পানীৰে গা ধোৱাৰ আগতে এইটো চাই লওঁক

ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? ঠাণ্ডা পানীৰে গা ধোৱাৰ আগতে এইটো চাই লওঁক

4 years ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

3 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

5 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

6 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

21 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

21 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

22 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

23 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

24 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? ঠাণ্ডা পানীৰে গা ধোৱাৰ আগতে এইটো চাই লওঁক

editor by editor
November 19, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? ঠাণ্ডা পানীৰে গা ধোৱাৰ আগতে এইটো চাই লওঁক
0
SHARES
16.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শীতত আপোনাৰ ছালখনৰ লগতে শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। তাৰ বাবে আপুনি লয় বিভিন্ন যতন। ইয়াৰ উপৰিও শীত কালত আপোনাৰ এটা ডাঙৰ সমস্যা হ’ল গা ধোৱাটো। বেছিভাগ মানুহে শীতকালত গা ধুবলৈ মন নকৰে বা অৱহেলা কৰে। শীতত ঠাণ্ডা পানীৰে গা ধোৱাটোও সঠিক নহয়। কিন্তু কিয়? এই বিষয়ত চিকিৎসকসকলে কি কয়?

ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত আপোনাৰ হ’ব পাৰে ডাঙৰ বিপদ। শীতকালত শ্বাস-প্ৰশ্বাসৰ সমস্যা বা শৰীৰৰ পুৰণি বিষ আকৌ বৃদ্ধি হ’ব পাৰে। বহুলোকে শীতকালত অভ্যাসগতভাৱে ঠাণ্ডা পানীত গা ধোৱে। যাৰ ফলত হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনাৰ লগতে মানুহৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, যেতিয়া শীতকালত হঠাতে ঠাণ্ডা পানী শৰীৰৰ সংস্পৰ্শলৈ আহে, তেতিয়া অতিপাত ঠাণ্ডাৰ প্ৰভাৱত ৰক্তনলীবোৰ সংকুচিত হয়। ফলস্বৰূপে, ৰক্ত সঞ্চালনৰ গতি হ্ৰাস হয়। ৰক্তচাপ বৃদ্ধি হয়। হৃদস্পন্দনৰ অস্বাভাৱিক হাৰে সোনকালেই বিপদ মাতি আনিব পাৰে আপোনাৰ ।

শীতকালত হৃদৰোগৰ আশংকা এৰাই চলিবলৈ কি কৰিব নালাগে?
ঠাণ্ডা পানী ত্যাগ কৰক। বিশেষজ্ঞসকলৰ মতে কেৱল শীতকালতে নহয়, প্ৰতিদিনেই পাতল গৰম পানীত গা ধোৱা উচিত। গৰম পানীৰে ধোৱাৰ উপৰিও গৰম কাপোৰ পৰিধান কৰক। শৰীৰটো যদি আপুনি ভিতৰৰ পৰা গৰম কৰিব নোৱাৰে, তেন্তে সমস্যাই দেখা দিব পাৰে।
শীতত আপোনাৰ খুব ৰাতিপুৱাই উঠিব এলাহ লাগে। কিন্তু এইবোৰে আপোনাৰ শৰীৰত অপকাৰ কৰিব পাৰে। কিয়নো শৰীৰটো সবল কৰি ৰাখিবলৈ দৈনিক শৰীৰ চৰ্চা অতিকৈয়ে প্ৰয়োজন। যদি আপুনি নিতৌ শৰীৰ চৰ্চা, খোজ কঢ়া, দৌৰাৰ দৰে শাৰীৰিক ব্যায়াম কৰে, শৰীৰটো সিমানেই ফিট হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamcoldwaterwinterwinterbath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!
নিয়োগ

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

September 9, 2026
Next Post
মৃত প্ৰেয়সীক সেন্দুৰ পিন্ধাই শেষ বিদায় বিতোপনৰ, প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা পূৰণ কৰিলে বিতোপনে…

মৃত প্ৰেয়সীক সেন্দুৰ পিন্ধাই শেষ বিদায় বিতোপনৰ, প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা পূৰণ কৰিলে বিতোপনে...

সঁচা প্ৰেমনো কি? দেশবাসীক দেখুৱাই দিলে অসমৰ বিতোপনে…

সঁচা প্ৰেমনো কি? দেশবাসীক দেখুৱাই দিলে অসমৰ বিতোপনে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.