• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত প্ৰেয়সীক সেন্দুৰ পিন্ধাই শেষ বিদায় বিতোপনৰ, প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা পূৰণ কৰিলে বিতোপনে…

মৃত প্ৰেয়সীক সেন্দুৰ পিন্ধাই শেষ বিদায় বিতোপনৰ, প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা পূৰণ কৰিলে বিতোপনে…

3 years ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

19 minutes ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

1 hour ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

2 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

3 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

3 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

4 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

5 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

5 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

6 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

6 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

7 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৃত প্ৰেয়সীক সেন্দুৰ পিন্ধাই শেষ বিদায় বিতোপনৰ, প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা পূৰণ কৰিলে বিতোপনে…

editor by editor
November 19, 2022
in অসম, উত্তৰ-পূব
0
মৃত প্ৰেয়সীক সেন্দুৰ পিন্ধাই শেষ বিদায় বিতোপনৰ, প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা পূৰণ কৰিলে বিতোপনে…
0
SHARES
21k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ তাই শুই আছে, কাকো মতা নাই, কাৰো মাতো শুনা নাই ৷ প্ৰেমিক বিতোপনৰ কথাতো গুৰুত্ব দিয়া নাই তাই ৷ আজি তাই অভিমানো কৰা নাই বিতোপনক ৷ কিন্তু কি হৈছে তাইৰ ?

নগাঁৱৰ ৰহাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷ ঘটনাটোৱে চকু সেমেকি তুলিব আপোনাৰো ৷ ৰহাৰ চাপৰমুখৰ দুগৰাকী প্ৰেমিক-প্ৰেমিকা বিতোপন আৰু প্ৰাৰ্থনা ৷ বিয়ালৈ মাথোঁ কেইটামান দিনহে বাকী আছিল ৷ বহুদিনীয়া সম্পৰ্ক আছিল দুয়োৰে ৷ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক এৰি এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল প্ৰেমিকদ্বয়ে ৷ বিপদৰ সময়ত ইজনে সিজনৰ কাষত একেলগে আছিল ৷ একেলগে জীৱনৰ পথত খোজ দিয়াৰ পৰিকল্পনা লৈছিল প্ৰাৰ্থনা-বিতোপনে ৷ কিন্তু নিয়তি নিষ্ঠুৰ ৷ শুকুৰবাৰে জটিল ৰোগত আক্ৰান্ত প্ৰেয়সীগৰাকী প্ৰেমিক বিতোপনক এৰি অজান দেশলৈ গ’লগৈ ৷

কিন্তু প্ৰেয়সীৰ মৃ্ত্যুৰ পিছতো প্ৰেমিকে পূৰণ কৰিলে প্ৰেমিকাৰ আশা ৷ সুখৰ সংসাৰখন সম্পূৰ্ণ কৰিব নোৱাৰিলেও প্ৰেমিকাৰ আশা পূৰণ কৰিলে বিতোপনে ৷ কেৱল চিনেমাতে গভীৰ প্ৰেমৰ আভাস পোৱা নাযায় ৷ বাস্তৱত প্ৰেমৰ গভীৰতা প্ৰকাশ কৰি দেখুৱালে বিতোপনে ৷ মৃত প্ৰাৰ্থনাৰ কপালত পিন্ধাই দিলে সেন্দুৰ ৷ ডিঙিত পিন্ধাই দিলে মালা আৰু প্ৰাৰ্থনাৰ সন্মুখতে নিজেও পিন্ধি ল’লে মালা ৷ ঘূৰি নহা বাটেৰে যোৱা প্ৰেয়সীৰ প্ৰতি থকা মৰম, আদৰে কন্দুৱাই দিলে তাত উপস্থিত লোকসকলক ৷ প্ৰাৰ্থনাৰ বিয়াৰ সপোন পূৰণ কৰি আৱেগিক হৈ পৰিল প্ৰেমিক বিতোপন ৷ আৰু প্ৰেয়সী প্ৰাৰ্থনাক দিলে শেষ বিদায় ৷ মৃত্যুৱেও যেন কাঢ়ি নিব নোৱাৰিলে অপাৰগ প্ৰেমক ৷ প্ৰাৰ্থনাৰ শেষ প্ৰাৰ্থনা অতি বিতোপনেৰে পূৰণ কৰিলে প্ৰেমিক বিতোপন তামুলীয়ে ৷

সৌ সিদিনা দিল্লীত আকৌ ওলোটা দৃশ্যহে দেখিবলৈ পোৱা গৈছিল ৷ দীৰ্ঘদিনে একেলগে থকা প্ৰেমিকাক ৩৫ টুকুৰা কৰিছিল প্ৰেমিকৰূপী আফতাবে ৷ তেওঁ প্ৰেমিকে আছিলনে? প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰাৰ আগতে এবাৰো হাত কঁপি নুঠিল নেকি তেওঁৰ?

নগাঁৱৰ ঘটনাটোৱে প্ৰেমৰ প্ৰীতি নিদৰ্শন দেখুৱাই থৈ গ’ল নৱপ্ৰজন্মক ৷ বিবাহ সম্পূৰ্ণ নহ’লেও চিৰদিনৰ বাবে এক হ’ল বিতোপন-প্ৰাৰ্থনা৷ এয়াহে প্ৰেম ৷ এই প্ৰেমৰ কেতিয়াও নহয় মৃত্যু ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান
অপৰাধ

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
Next Post
সঁচা প্ৰেমনো কি? দেশবাসীক দেখুৱাই দিলে অসমৰ বিতোপনে…

সঁচা প্ৰেমনো কি? দেশবাসীক দেখুৱাই দিলে অসমৰ বিতোপনে...

আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.