• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?

সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?

4 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

5 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

5 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

6 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

6 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

7 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

7 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

8 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

8 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

9 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

9 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

10 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?

editor by editor
November 24, 2022
in ক্ৰীড়া
0
সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?
0
SHARES
12.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দুভৰিৰ যাদুৰে বিশ্ববাসীক চমক দেখুওৱা ফুটবলৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ড’ বৰ্তমান কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপত ব্যস্ত৷ আজি বিশ্বকাপ ২০২২ প্ৰথমখন মেচ খেলিব তাৰকা ফুটবলাৰগৰাকীয়ে৷ ৰোনাল্ড’ই বছৰ বছৰ ধৰি খেলি অহা মানচেষ্টাৰ ইউনাইটেডৰ সৈতে থকা চুক্তিৰ অৱসান ঘটিছে৷ ২২ নৱেম্বৰত দলটোৱে এক টুইটযোগে এই কথা সদৰী কৰে৷ বৰ্তমান ক্ৰিষ্টিয়ানো ৰোনাল্ড’ কোনো দলৰে সদস্য নহয়৷ একপ্ৰকাৰ নিবনুৱা হৈ পৰা ৰোনাল্ড’ই প্ৰফেচনেল কেৰিয়াৰত বেয়া দিনৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিন্তু এটা দলে ৰোনাল্ড’ৰ সৈতে চুক্তিবদ্ধ হ’বলৈ আগ্ৰহ কৰিছে৷ কিন্তু দলটোৱে আগবঢ়োৱা মাননিৰ কথা শুনিলে আপুনি আচৰিত হ’ব৷ ৰোনাল্ড’ক অফাৰ দিয়া দলটো হৈছে ১৪ নং স্তৰৰ নন লীগ ক্লাব এফ চি ক্ৰিউ৷ দলটোৱে ৰোনাল্ড’লৈ অফাৰ কৰিছে ৩৫ পাউণ্ড অৰ্থাৎ প্ৰায় ৩৫০০ টকা৷ ক্লাবটোৰ মতে এইটোৱেই তেওঁলোকৰ এতিয়ালৈকে আটাইতকৈ ব্যয়বহুল অফাৰ। মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলোতে ৰোনাল্ড’ই প্ৰতি সপ্তাহত দৰমহা হিচাপে লাভ কৰিছিল ৫ লাখ পাউণ্ড অৰ্থাৎ প্ৰায় ৫ কোটি টকা৷ কিন্তু বিশ্বৰ মহাতাৰকা ৰোনাল্ড’ৰ ইমানেই বেয়া দিন চলিছেনে যে তেওঁ ৩৫০০ টকা দৰমহাত খেলিব? অৱশ্যে ৰোনাল্ড’ই এতিয়া কোনটো ক্লাবত যোগদান কৰিব, সেই বিষয়ে বিশ্বকাপৰ পাছতহে সিদ্ধান্ত ল’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
Next Post
ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.