• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?

সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?

4 years ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

2 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

3 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

4 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

4 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

5 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

5 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

13 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

13 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

13 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

14 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

14 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?

editor by editor
November 24, 2022
in ক্ৰীড়া
0
সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?
0
SHARES
12.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দুভৰিৰ যাদুৰে বিশ্ববাসীক চমক দেখুওৱা ফুটবলৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ড’ বৰ্তমান কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপত ব্যস্ত৷ আজি বিশ্বকাপ ২০২২ প্ৰথমখন মেচ খেলিব তাৰকা ফুটবলাৰগৰাকীয়ে৷ ৰোনাল্ড’ই বছৰ বছৰ ধৰি খেলি অহা মানচেষ্টাৰ ইউনাইটেডৰ সৈতে থকা চুক্তিৰ অৱসান ঘটিছে৷ ২২ নৱেম্বৰত দলটোৱে এক টুইটযোগে এই কথা সদৰী কৰে৷ বৰ্তমান ক্ৰিষ্টিয়ানো ৰোনাল্ড’ কোনো দলৰে সদস্য নহয়৷ একপ্ৰকাৰ নিবনুৱা হৈ পৰা ৰোনাল্ড’ই প্ৰফেচনেল কেৰিয়াৰত বেয়া দিনৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিন্তু এটা দলে ৰোনাল্ড’ৰ সৈতে চুক্তিবদ্ধ হ’বলৈ আগ্ৰহ কৰিছে৷ কিন্তু দলটোৱে আগবঢ়োৱা মাননিৰ কথা শুনিলে আপুনি আচৰিত হ’ব৷ ৰোনাল্ড’ক অফাৰ দিয়া দলটো হৈছে ১৪ নং স্তৰৰ নন লীগ ক্লাব এফ চি ক্ৰিউ৷ দলটোৱে ৰোনাল্ড’লৈ অফাৰ কৰিছে ৩৫ পাউণ্ড অৰ্থাৎ প্ৰায় ৩৫০০ টকা৷ ক্লাবটোৰ মতে এইটোৱেই তেওঁলোকৰ এতিয়ালৈকে আটাইতকৈ ব্যয়বহুল অফাৰ। মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলোতে ৰোনাল্ড’ই প্ৰতি সপ্তাহত দৰমহা হিচাপে লাভ কৰিছিল ৫ লাখ পাউণ্ড অৰ্থাৎ প্ৰায় ৫ কোটি টকা৷ কিন্তু বিশ্বৰ মহাতাৰকা ৰোনাল্ড’ৰ ইমানেই বেয়া দিন চলিছেনে যে তেওঁ ৩৫০০ টকা দৰমহাত খেলিব? অৱশ্যে ৰোনাল্ড’ই এতিয়া কোনটো ক্লাবত যোগদান কৰিব, সেই বিষয়ে বিশ্বকাপৰ পাছতহে সিদ্ধান্ত ল’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড
বিনোদন

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

October 27, 2026
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড
বিনোদন

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

October 22, 2026
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
Next Post
ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.