• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

4 years ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

2 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

3 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

4 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

4 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

5 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

5 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

13 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

13 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

13 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

14 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

14 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

editor by editor
November 25, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?
0
SHARES
626
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপ ফুটবলৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী। নেইমাৰ, মেছি, ৰোণাল্ডোৰ দৰে তাৰকা খেলুৱৈৰ ভৰিৰ যাদুৱে মোহাছন্ন কৰে বিশ্ববাসীক। কাটাৰত অনুষ্ঠিত বিশ্বকাপত মেছি বাহিনীৰ পৰাজয়ে বিশ্ব ফুটবলত মেছিৰ অনুৰাগীসকলক হতাশ কৰিলেও কালি নেইমাৰৰ খেলৰ চৰ্চা এতিয়া সকলোতে।

ছাৰ্বিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে খেলত নামিছিল নেইমাৰ নেতৃত্বাধীন ব্ৰাজিল। মেচত ব্ৰাজিল ২-০ গ’লত জয়ী হয়। কিন্তু এই জয়ৰ পিছতো কান্দোনত কিয় ভাঙি পৰিছিল নেইমাৰ। ভৰিত দুখ পায় বাগৰি পৰিছিল নেইমাৰ। যন্ত্ৰণাত কান্দি উঠা নেইমাৰক দেখি নেইমাৰৰ সমৰ্থকৰো সেমেকি উঠিছিল দুচকু। এই আঘাত লৈ কেনেকৈ আগন্তুক খেলত ভাগ ল’ব নেইমাৰে, সেই বিষয়টোক লৈও চিন্তিত হৈছে নেইমাৰৰ সমৰ্থকসকল। নেইমাৰে পৰৱৰ্তী মেচত নাথাকিলেও কিন্তু বিশ্বকাপ জয়ৰ লক্ষ্যৰে ব্ৰাজিলবাহিনী আত্মবিশ্বাসী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
Next Post
ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

মেগাষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠস্বৰ, ছবি অবিকলভাৱে নকল কৰিব পাৰিলেও নকৰিব! এই কাৰ্যকলাপ কৰিলে কাৰাগাৰৰ দুৱাৰ খোল খাব আপোনাৰ বাবেও…

মেগাষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠস্বৰ, ছবি অবিকলভাৱে নকল কৰিব পাৰিলেও নকৰিব! এই কাৰ্যকলাপ কৰিলে কাৰাগাৰৰ দুৱাৰ খোল খাব আপোনাৰ বাবেও...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.