• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল

৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল

3 years ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

40 minutes ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

1 hour ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

2 hours ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

2 hours ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

3 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

3 hours ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

3 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

4 hours ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

4 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

5 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

6 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল

editor by editor
November 28, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা ইনিংছত ১৬ টা ছিক্স। এক অভাৰত ৭ টা ছিক্স। ক্ৰিকেটত অভুতপূৰ্ব নজিৰ গঢ়িলে ৰুতুৰাজ গায়কোৱাডে। বিজয় হাজাৰে ট্ৰফীত এই অভিলেখ গঢ়িছে ৰুতুৰাজে। বিগত সময়ছোৱাত ভাৰতীয় ক্ৰিকেট ইতিহাসত ৬ টা বলত ৬ টা ছিক্স মাৰি অভিলেখ গঢ়া ক্ৰিকেটাৰ আছিল ৰবি শাস্ত্ৰী আৰু যুৱৰাজ সিং। এই দুই তাৰকা ক্ৰিকেটাৰৰ অভিলেখ ভংগ কৰিলে ৰুতুৰাজে। বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত উত্তৰপ্ৰদেশৰ বিৰুদ্ধে এই ৰেকৰ্ড গঢ়িলে ৰুতুৰাজে।

কেইটা বলত কিমান ৰান কৰিলে ৰুতুৰাজে?

১৫৯ টা বলত অপৰাজিত ২২০ ৰান কৰিছে ৰুতুৰাজে। ৰুতুৰাজে বেট ধৰিয়েই আক্ৰমণাত্মক খেল দেখুওৱাই। আনহাতে অপেনাৰ যুঁটি ৰাহুল ত্ৰিপাঠী আৰু সত্যজিৎ বাচ্ছভে বিশেষ পাৰদৰ্শিতা দেখুওৱাব নোৱাৰিলেও ৰুতুৰাজৰ প্ৰদৰ্শনে সকলোৰে চকু থৰ কৰি দিয়ে। ৰুতুৰাজে বেট ধৰিয়েই ১০ টা বাউণ্ডেৰী আৰু ১৬ টা ছিক্স কোবাই। উত্তৰ প্ৰদেশৰ স্পিনাৰ শিবা সিংহৰ এক অভাৰত ৭ টা ছিক্স কোবাই ৰবি শাস্ত্ৰী আৰু যুৱৰাজ সিঙৰ ৰেকৰ্ড ভংগ কৰে ৰুতুৰাজে। শিবা সিংহৰ প্ৰথম ৪ টা বলত ছিক্স কোবোৱাৰ পাছত ৫ নং বলত ন’ বল দিয়ে শিবা সিংহই। সেই ন’ বলটোতো ৬ কোবাই মুঠ সম্পূৰ্ণ অভাৰটোত ৭টা ছিক্স কোবাই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ৰুতুৰাজে। শিবা সিংহৰ সেই অভাৰটোত মুঠ ৪৩ ৰান সংগ্ৰহ কৰে দলটোৱে।

ক’ত গঢ়িলে এই ৰেকৰ্ড?

চৰ্দাৰ পেটেল ষ্টেডিয়ামত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফীত এই বিশ্ব ৰেকৰ্ড গঢ়িছে ৰুতুৰাজে। ভাৰতৰ হৈ ৰুতুৰাজে বৰ্তমানলৈ ১ খন এদিনীয়া খেলাৰ বিপৰীতে ৯খন টি-২০ খেলিছে। ২৫ বছৰীয়া বেটাৰ ৰুতুৰাজৰ দুৰ্দান্ত প্ৰদৰ্শন সহিতে বিজয় হাজাৰে ট্ৰফীত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ দলটোৱে ৫ টা উইকেট হেৰুৱাই ৩৩০ ৰান সংগ্ৰহ কৰে। খেলখনত মুঠ ৩৩০ ৰানৰ ভিতৰত অপৰাজিত ২২০ ৰানেই সংগ্ৰহ কৰিছে ৰুতুৰাজে।

উল্লেখ্য যে, আইপিএলতো দুৰ্দান্ত প্ৰদৰ্শন কৰি ক্ৰিকেট প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৰুতুৰাজে। বিগত আইপিএলত মহেন্দ্ৰ সিং ধোনীৰ দল চেন্নাই ছুপাৰ কিংছৰ হৈ অপেনাৰ আছিল ৰুতুৰাজ গায়কোৱাড। বিশ্ব ক্ৰিকেটত ১টা অভাৰত ৭টা ছিক্স কোবোৱা এয়াই প্ৰথমটো ঘটনা। ১ টা অভাৰত ৬টা ছিক্স মাৰিছে বহুকেইজন ক্ৰিকেটাৰেই। ভাৰতীয় খেলুৱৈ ৰবি শাস্ত্ৰী, যুৱৰাজ সিঙেও ১ টা অভাৰত ৬টা ছিক্স মৰাৰ ৰেকৰ্ড আছে। আফগানিস্তানৰ খেলুৱৈ হজৰতুল্লাহ জাজাইয়ো ২০১৮ চনত অনুষ্ঠিত এখন মেচত এক অভাৰত ৬টা ছিক্স মাৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?
জীৱনশৈলী

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

May 5, 2026
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?
অসম

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

May 5, 2026
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

May 4, 2026
Next Post
১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! কি কি নিয়ম সলনি হ’ব? সবিশেষ…

১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! কি কি নিয়ম সলনি হ’ব? সবিশেষ...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত কোন কোন জড়িত? ছাত্ৰ মুক্তিৰ কোন কোন নেতা আছে এই তালিকাত?

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত কোন কোন জড়িত? ছাত্ৰ মুক্তিৰ কোন কোন নেতা আছে এই তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.