• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত কোন কোন জড়িত? ছাত্ৰ মুক্তিৰ কোন কোন নেতা আছে এই তালিকাত?

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত কোন কোন জড়িত? ছাত্ৰ মুক্তিৰ কোন কোন নেতা আছে এই তালিকাত?

4 years ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

14 minutes ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

60 minutes ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

2 hours ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

4 hours ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

4 hours ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

7 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

8 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

9 hours ago
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

10 hours ago
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত কোন কোন জড়িত? ছাত্ৰ মুক্তিৰ কোন কোন নেতা আছে এই তালিকাত?

editor by editor
November 28, 2022
in অপৰাধ, অসম
0
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত কোন কোন জড়িত? ছাত্ৰ মুক্তিৰ কোন কোন নেতা আছে এই তালিকাত?
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ডিব্ৰুগড় ৰেগিং কাণ্ডৰ সৈতে কোন কোন জড়িত হৈ আছে সেই বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ নামো সাঙোৰ খাই পৰিছে এই ৰেগিং কাণ্ডত। ইতিমধ্যে আৰক্ষীয়ে ৰেগিং কাণ্ডত জড়িত অভিযুক্তৰ এখন তালিকা প্ৰকাশ কৰিছে। তালিকাত কাৰ কাৰ নাম উল্লেখ আছে?

তালিকাত থকা অনুসৰি-
১) ৰাহুল ছেত্রী, পিতাঃ টংক বাহাদুৰ চেত্ৰী, উদয়পুৰ, লেখাপানী, তিনিচুকীয়া।
২) দিব্যজ্যোতি গগৈঃ তৃতীয় ষান্মাসিকৰ ছাত্ৰ, প্রায়োগিক ভূতম বিভাগ, পিতা: অজিত গগৈ, চাউলখোলা, বালিগাঁও, গোগামুখ।
৩) শুভ্রজিত বৰুৱাঃ তৃতীয় সান্মাসিকৰ ছাত্ৰ, ৰাজনীতি বিজ্ঞান বিভাগ, পিতা: হৰেশ
বৰুৱা, জেৰাই গাঁও, ডিব্ৰুগড়।
৪) নিৰঞ্জন ঠাকুৰঃ তৃতীয় ষান্মাসিকৰ ছাত্ৰ শাৰীৰিক শিক্ষা আৰু অধ্যয়ন কেন্দ্র, পিতা : উমা ঠাকুৰ, কাকতিবাৰী গাঁও, চৰাইদেউ
৫) কল্যাণ দত্তঃ তৃতীয় ষান্মাসিকৰ ছাত্ৰ, বুৰঞ্জী বিভাগ, মাতৃ মীনা কাকতি দত্ত, উজনি জালভাৰী গাঁও, ঢকুৱাখনা।
৬) গালব ডেকাঃ তৃতীয় ষান্মাসিক, জীৱ বিজ্ঞান বিভাগৰ ছাত্ৰ, পাঠশালাৰ বাসিন্দা।
৭) নিৰঞ্জন যাদৱঃ তৃতীয় ষান্মাসিক, পৰিসংখ্যা বিজ্ঞান বিভাগৰ ছাত্ৰ, ৱাৰ্ড নং ৯, শিমলুগুৰি, শিৱসাগৰৰ বাসিন্দা।
৮) কল্যাণ দত্তঃ তৃতীয় ষান্মাসিক, বুৰঞ্জী বিভাগৰ ছাত্ৰ, মাতৃ : মীনা কাকতি দত্ত, উজনি জালভাৰী গাঁও, ঢকুৱাখনাৰ বাসিন্দা।
৯) সীমান্ত হাজৰিকাঃ তৃতীয় ষান্মাসিক, অর্থনীতি বিভাগৰ ছাত্ৰ, সৰ্বাইবন্ধা, যোৰহাটৰ বাসিন্দা।
১০) প্ৰাণজিত বৰুৱাঃ তৃতীয় ষান্মাসিক, ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ, কমলাবাৰী, মাজুলীৰ বাসিন্দা।
১১) চন্দন জ্যোতি বড়া সোনোৱালঃ তৃতীয় ষান্মাসিক, পৰিসংখ্যা বিজ্ঞান বিভাগৰ ছাত্ৰ, বালিজান শান্তিপুৰ, পোঃআঃ দেউৰী বৰবাম, ধেমাজিৰ বাসিন্দা।
১২) শিৱম শ্ৰোফঃ বি,চি, এ, পৰিকলন বিজ্ঞান আৰু প্ৰযোগ কেন্দ্ৰৰ ছাত্ৰ, পুৰণা এ.টি. ৰোড, ডুমডুমাৰ তিনিচুকীয়া জিলাৰ বাসিন্দা।
১৩) পুচাং থাম বৰুৱাঃ টাই ভাষাৰ দুবছৰীয়া পাঠ্যক্ৰম, ভাষা অধ্যয়ন কেন্দ্ৰৰ ছাত্র, রার্ড নং ৬, মোলাৰি সেউজীদাম, চৰাইদেউৰ বাসিন্দা।
১৪) পল্লর বড়াঃ তৃতীয় ষান্মাসিক, শিক্ষাতত্ব বিভাগৰ ছাত্ৰ, চণ্টক বিছবৰ, শিৱসাগৰৰ বাসিন্দা।
১৫) চিত্ৰবন বৰুৱাঃ তৃতীয় যাত্মাসিক, বি.চি. এ. পৰিকলন বিজ্ঞান আৰু প্ৰযোগ কেন্দ্ৰৰ ছাত্ৰ, ৱাৰ্ড নং ৩. পোঃআঃ বিহপুৰীয়াৰ বাসিন্দা৷
১৬) নাৰায়ণ অধিকাৰীঃ তৃতীয় ষান্মাসিক, ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ,অম্বিকাপুৰ, নদীকিনাৰ, শদিয়া, ভিনিচুকীয়া জিলাৰ বাসিন্দা।
১৭) নয়নজিত ঠেকানঃ তৃতীয় ষান্মাসিক, প্রায়োগিক মনোবিজ্ঞান, মনোবিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ, চাউদাং পথাৰ গাঁও, গোলাঘাটৰ বাসিন্দা।
১৮) মনোনয়ন দাসঃ তৃতীয় ষান্মাসিক, নৃতত্ব বিভাগৰ ছাত্ৰ, পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাস, ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ বাসিন্দা।
১৯) মৌচুম ফুকনঃ তৃতীয় ষান্মাসিক, প্রায়োগিক ভূতত্ব বিজ্ঞান বিভাগৰ ছাত্ৰ, মগরাহাট, চাংমাইগাঁও, শিৱসাগৰৰ বাসিন্দা।
২০) বিশাল ডেকাঃ তৃতীয় স্বান্মাসিক, ভূগোল ভূগোল অধ্যয়ন কেন্দ্ৰৰ গেছেঙাগুৰি, চিৰাজুলি, শোণিতপুৰৰ বাসিন্দা। ছাত্র,
২১) দেবাশিস বিশ্বাসঃ তৃতীয় ষান্মাসিক পৰিসংখ্যা বিজ্ঞান বিভাগৰ ছাত্ৰ,বেলে বাৰী, টেঙাপুখুৰী, মথুৰাপুৰ, শিৱসাগৰ জিলাৰ বাসিন্দা।
২২) অমৰ জ্যোতি নাথঃ তৃতীয় ষান্মাসিক, ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ, ৭ মাইল দোকানী গাঁৱৰ বাসিন্দা।
২৩) নবদীপ শর্মাঃ তৃতীয় ষান্মাসিক, প্রায়োগিক ভূতত্ত্ব বিজ্ঞান বিভাগৰ ছাত্ৰ, গোৱাশাল, পোঃআঃ ব্যাসপাৰাৰ বাসিন্দা।

উল্লেখ্য যে ক্ৰমিক নং ১ত নাম উল্লেখ কৰা ৰাহুল ছেত্ৰীৰ প্রৱেশ বিশ্ববিদ্যালয়ৰ চৌহদত নিষিদ্ধ কৰা হৈছে। ক্ৰমিক নং ২ৰ পৰা ৫ লৈকে নাম উল্লেখ কৰা ছাত্রকেইজনক ছাত্রাবাসৰ পৰা বৰ্খাস্ত কৰাৰ উপৰিও তেওঁলোকক সাময়িকভাৱে শ্রেণীকক্ষত উপস্থিত থকাৰ পৰা বাৰণ কৰা হৈছে। ছাত্ৰসকলক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে হোষ্টেল কৰ্তৃপক্ষই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা
প্ৰযুক্তি

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

July 2, 2026
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য
ভাৰত

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

July 2, 2026
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য
বিশ্ব

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

July 2, 2026
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
Next Post
সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

‘বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?

'বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.