• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?

‘বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?

4 years ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

32 minutes ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

1 hour ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

14 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

15 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

15 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

16 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

16 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

17 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

19 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

19 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

20 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?

editor by editor
November 28, 2022
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
‘বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?
0
SHARES
9.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়। কিন্তু দায়িত্ব ল’বলৈ কোনো নাই। দায়িত্ব ল’বলৈ উত্তৰাধিকাৰী নথকাৰ বাবেই বিক্ৰি কৰা হৈছে বিখ্যাত পানীৰ কোম্পানী ‘বিছলেৰী’। কোম্পানীটোৰ মালিক ৰমেশ চৌহানে অৱসৰ ল’বলৈ আগ্ৰহী। যিহেতু বয়সো যথেষ্ট বাঢ়িছে। ৮০ ৰ ঘৰ অতিক্ৰম কৰিছে বয়সে সেয়ে দায়িত্বৰ পৰা অৱসৰ বিচাৰিয়েই বিখ্যাত কোম্পানীটো বিক্ৰীৰ সিদ্ধান্ত লৈছে ‘বিছলেৰী’ৰ মালিক ৰমেশ চৌহানে।

কোনো উত্তৰাধিকাৰী নাই নেকি ৰমেশ চৌহানৰ?

আশীতিপৰ বৃদ্ধ ৰমেশ চৌহানৰ আছে এগৰাকী কন্যা সন্তান। কন্যা জয়ন্তীও এই ব্যৱসায়ত ওতপ্ৰোতভাৱেই জড়িত হৈ আছে। কিন্তু তাৰ পাছতো কিয় কোম্পানীটো বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে চৌহানে? সেই বিষয়টোৱে ইতিমধ্যে দেশৰ আগশাৰীৰ সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে। বিছলেৰীৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ থাকিলেও শেহতীয়াভাৱে কন্যা জয়ন্তীয়ে পিতৃক জনাইছে যে, তেওঁ আৰু এই ব্যৱসায়টোৰ সৈতে জড়িত হৈ থাকিবলৈ আগ্ৰহী নহয়। সাধাৰণতে কোনো সা-সম্পত্তিৰ উত্তৰাধিকাৰী পৰিয়ালৰ সদস্যই হয়। তেনেক্ষেত্ৰত চৌহানৰ কন্যা কিন্তু ব্যতিক্ৰম।

জয়ন্তীয়ে কিয় কোম্পানীটোৰ মালিকীস্বত্ব ল’বলৈ আগ্ৰহী নহয়?

‘বিছলেৰী’ ইণ্টাৰনেছনেল সংস্থাটোৰ বৰ্তমানৰ চেয়াৰপাৰ্ছন ৰমেশ চৌহানৰ একমাত্ৰ কন্যা জয়ন্তী চৌহান। জয়ন্তীও এগৰাকী কৰ্মোদ্যমী নাৰী। জয়ন্তীৰ সৰুকালটো দিল্লী আৰু মুম্বাইত পাৰ হ’লেও পঢ়াশুনাৰ বাবে বেছিভাগ সময় জয়ন্তীয়ে নিউৱৰ্কতেই কটাইছে। নিউৱৰ্কত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত লছ এঞ্জেলছৰ এখন ফেশ্ব্যন ইনষ্টিটিউটৰ পৰা ডিজাইনিং বিষয়টোত উচ্চ ডিগ্ৰী গ্ৰহণ কৰে। তাৰ পিছতেই জয়ন্তীয়ে লছ এঞ্জেলছৰেই এখন বিশ্ববিদ্যালয়ৰ পৰা পুনৰ ফেশ্ব্যন আৰু ষ্টাইলিঙত শিক্ষা গ্ৰহণ কৰে। ফেশ্বনৰ দিশটোত আগ্ৰহী হ’লেও জয়ন্তীয়ে পিতৃৰ ব্যৱসায়তো পিঠি দিয়া নাছিল। প্ৰায় ২৪ বছৰ বয়সৰ পৰাই পিতৃৰ কোম্পানীটোৰ সৈতে জড়িত হৈ আছিল জয়ন্তী। কোম্পানীৰ কৰ্মচাৰীসকলে জয়ন্তীক জে আৰ চি হিচাপে সম্বোধন কৰে। পিতৃৰ অধীনতেই কোম্পানীৰ কামসমূহ শিকিছিল জয়ন্তীয়ে। কিন্তু বৰ্তমান আৰু এই কোম্পানীটোৰ দায়িত্ব ল’বলৈ মুঠেও আগ্ৰহ প্ৰকাশ কৰা নাই জয়ন্তীয়ে।

‘বিছলেৰী’ৰ দিল্লীস্থিত কাৰ্যালয় আৰু মুম্বাইস্থিত কাৰ্যালয়ৰ সম্পূৰ্ণ দায়িত্ব জয়ন্তীয়েই লৈ আহিছিল। কোম্পানীটোৰ আধুনিকীকৰণ প্ৰক্ৰিয়াটো জয়ন্তীৰ অনুদানেই সৰ্বাধিক। মানৱ সম্পদ উন্নয়নৰ পৰা ছেলচ মাৰ্কেটিঙলৈকে সকলো দিশেই জয়ন্তীয়ে তদাৰক কৰিছিল। ইপিনে কোম্পানীটোৱে নতুন প্ৰডাক্ট সৃষ্টি কৰাৰ ক্ষেত্ৰতো জয়ন্তীয়েই আগভাগ লৈ আহিছিল। ইমানবোৰৰ পাছতো জয়ন্তীয়ে কোম্পানীটোৰ দায়িত্বৰ পৰা অব্যাহতি বিচৰাটোক লৈ বহুতেই বহুকেইটা মতামত দাঙি ধৰিছে। এটা ৰিপৰ্টত প্ৰকাশ কৰা অনুসৰি ২০২৩ বৰ্ষৰ মাজভাগলৈ কোম্পানীটোৱে এটা লক্ষ্য বান্ধি লৈছিল। লক্ষ্যমতে ২০২৩ বৰ্ষত কোম্পানীটোৱে ২২০ কোটি টকা লাভ কৰিব। কিন্তু এই লক্ষ্যত এটা সমস্যা আছে। কিয়নো মালিক চৌহানৰ বৰ্তমান বয়স ৮২ বছৰ। শাৰিৰীক অসুস্থতা আছে। বিশাল ব্যৱসায় তেওঁ তদাৰক কৰিব পৰালৈ শৰীৰেও লগ নিদিয়া হৈছে। জয়ন্তীয়েও সকলোখিনি তদাৰক কৰিব পৰাকৈ আত্মবিশ্বাসী নহয়। ইয়াৰোপৰি চৌহানে তেওঁৰ জীৱনৰ শেষৰ দিনকেইটা সামাজিক কামকাজ, প্লাষ্টিকৰ পুনঃব্যৱহাৰ কেনেকৈ কৰিব পাৰি এইবোৰ দিশত কাম কৰিব খোজে।

কোনে ক্ৰয় কৰিব ‘বিছলেৰী’?
উল্লেখ্য যে, মিলাৰেল ৱাটাৰৰ ওপৰিও একাধিক পানীয়ৰ ব্যৱসায় আছে চৌহানৰ। এই কোম্পানীৰ পানীয়ই বিদেশী পানীয়ৰ কোম্পানীকো টক্কৰ দি আহিছে। কিন্তু শেহতীয়াভাৱে সেই সংস্থাটোৱেই এতিয়া বিক্ৰীৰ পথত। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা অনুযায়ী চৌহানৰ এই ব্ৰেণ্ড ক্ৰয়ৰ দৌৰত বহুকেইটা বহুজাতিক কোম্পানীয়েই আগবাঢ়ি আহিছে যদিও দৌৰত প্ৰথম স্থানতেই আছে টাটা। চৰ্চা অনুযায়ী এই ব্ৰেণ্ডটো ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে টাটা। অৱশ্যে টাটাই ক্ৰয় সন্দৰ্ভত কোনোধৰণৰ তথ্য ৰাজহুৱা কৰা নাই।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
Next Post
আপোনাকো WhatsAppত কোনেও মেছেজ নকৰে নেকি, চিন্তা নকৰিব… WhatsAppত আহিছে এই নতুন সুবিধা..

আপোনাকো WhatsAppত কোনেও মেছেজ নকৰে নেকি, চিন্তা নকৰিব... WhatsAppত আহিছে এই নতুন সুবিধা..

নাবালিকাৰ বিৰুদ্ধে অশ্লীল মন্তব্য, গ্ৰেপ্তাৰ হ’ল আৰক্ষী থানাৰ উপ-পৰিদৰ্শক

নাবালিকাৰ বিৰুদ্ধে অশ্লীল মন্তব্য, গ্ৰেপ্তাৰ হ'ল আৰক্ষী থানাৰ উপ-পৰিদৰ্শক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.