• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

4 years ago
শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

14 minutes ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

55 minutes ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

3 hours ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

5 hours ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

5 hours ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

7 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

8 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

9 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

10 hours ago
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

editor by editor
November 28, 2022
in ভাৰত, শিক্ষা
0
সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰচুৰভাৱে ভাইৰেল হৈ আছে। টুইটাৰৰ ট্ৰেণ্ডিঙত থকা এই ভিডিঅ’টোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে। এজন সংখ্যালঘু ছাত্ৰক কৰা অপমানক লৈ দেশজুৰি অনলাইন কাজিয়াৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। আচলতে হৈছিল কি?

কৰ্ণাটকৰ মণিপাল ইনষ্টিটিউট অফ টেকনলোজীৰ এজন ছাত্ৰ আৰু অধ্যাপকৰ মাজত হোৱা বাক-বিতৰ্কই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। চলি থকা ক্লাছত এজন মুছলমান ছাত্ৰক সন্ত্ৰাসবাদী বুলি গালি পাৰিছিল এজন অধ্যাপকে।

ভাইৰেল হৈ পৰা ভিডিঅ’টো ২৬ নৱেম্বৰৰ। বাংগালুৰুৰ মণিপাল ইনষ্টিটিউট অফ টেকনলোজীৰ অধ্যাপক এজনে এজন ছাত্ৰক সন্ত্ৰাসবাদী বুলি উপলুঙা কৰিছিল। অৱশেষত ছাত্ৰজন অতিষ্ঠ হৈ পৰিছিল আৰু অধ্যাপকজনক প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল।

মুছলমান ছাত্ৰজন বহুত আৱেগিক হৈ পৰিছিল আৰু কৈছিল- ছাৰ, এইটো ধেমেলীয়া কথা নহয়। এজন মুছলমান ল’ৰাই হে জানে প্ৰতিদিনে আমি কিমান এনেকুৱা ধৰণৰ কথাৰ সন্মুখীন হ’ব লাগে। ছাৰ আপুনি নিজৰ সন্তানৰ লগতো এনেকুৱা ব্যৱহাৰ কৰে নেকি ? নিজৰ সন্তানকো আপুনি সন্ত্ৰাসবাদী বুলি মাতে নেকি ?

ছাত্ৰজন ইমানতেই ক্ষান্ত নাথাকিল। তেওঁ ক’লে- আপুনি মোক তেনেদৰে কেনেকৈ মাতিব পাৰে? মই মুছলমান হ’লো বুলিয়েই শ্ৰেণীকোঠাত ইমান মানুহৰ সন্মুখত মোক সন্ত্ৰাসবাদী বুলি কিয় মাতিলে? আপুনি এজন পেছাদাৰী, আপুনি শিকাই আছে আমাক।

অৱশেষত অধ্যাপকজনে ক্ষমা খুজিছিল ছাত্ৰজনৰ ওচৰত, কিন্তু তথাপিও খং যেন কমা নাছিল ছাত্ৰজনৰ। তেওঁ পুনৰাই কৈছিল- ক্ষমা খুজিলেই আপুনি সাৰি নাযায়, ক্ষমা খুজিলেই আপোনাৰ চিন্তাধাৰাত পৰিৱৰ্তন নহয়।

https://twitter.com/i/status/1597162436674871296

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে মণিপাল ইনষ্টিটিউট অফ টেকনলোজীৰ অধ্যাপকজনক বহিষ্কাৰ কৰা হয়। ইনষ্টিটিউটখনৰ পৰিচালন সঞ্চালকসকলে  অধ্যাপকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ছাত্ৰজনৰ লগত ঘটা ঘটনাটো অতি দুখজনক বুলি প্ৰকাশ কৰে।

সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেলৰ পাছতে একাংশ সচেতন নাগৰিকে সমবেদনা জ্ঞাপন কৰিছে। ধিক্কাৰ দিছে এনে মানসিকতাৰ চিন্তাধাৰাক। এজন ব্যৱহাৰকাৰীয়ে লিখিছে- এই যুৱকজনক অভিনন্দন যিয়ে এই ফাল্টু কথাবোৰ নীৰৱে গ্ৰহণ নকৰি সঠিক প্ৰত্যুত্তৰ দিলে। এজনে আকৌ লিখিছে- তেওঁক নিজৰ বাবে, নিজৰ পৰিচয়ৰ বাবে থিয় হোৱা দেখি বহুত সুখী। মানুহে সহ্য কৰিব লাগে। কিন্তু কোনেও এজন শিক্ষকৰ পৰা বৈষম্য, কুসংস্কাৰ সহ্য কৰিব নালাগে।

হায়!! সংখ্যালঘু ছাত্ৰ ওপৰত এনে ব্যৱহাৰ উচিত নে ? কৰ্ণাটকৰ শিক্ষানুষ্ঠানৰ এই ভিডিঅ’টো সঁচাই দুখজনক। জনতাৰ মনত কেৱল এটাই প্ৰশ্ন, কোন দিশে গতি কৰিছে ভাৰত? এজন ডিগ্ৰীধাৰী অধ্যক্ষৰ মুখত এনে কঠোৰ ভাষাই কি শিক্ষা দিছে ভৱিষ্যতমুখী প্ৰজন্মক?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

July 3, 2026
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…
বিনোদন

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

July 3, 2026
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!
বিশ্ব

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

July 3, 2026
শিক্ষা

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

July 2, 2026
Next Post
‘বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?

'বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?

আপোনাকো WhatsAppত কোনেও মেছেজ নকৰে নেকি, চিন্তা নকৰিব… WhatsAppত আহিছে এই নতুন সুবিধা..

আপোনাকো WhatsAppত কোনেও মেছেজ নকৰে নেকি, চিন্তা নকৰিব... WhatsAppত আহিছে এই নতুন সুবিধা..

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.