• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! কি কি নিয়ম সলনি হ’ব? সবিশেষ…

১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! কি কি নিয়ম সলনি হ’ব? সবিশেষ…

4 years ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

10 minutes ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

45 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

1 hour ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

2 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

3 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

5 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

6 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

7 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

8 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! কি কি নিয়ম সলনি হ’ব? সবিশেষ…

editor by editor
November 28, 2022
in বাণিজ্য, ভাৰত
0
১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! কি কি নিয়ম সলনি হ’ব? সবিশেষ…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ডিচেম্বৰ মাহ আৰম্ভ হ’বলৈ মাজত মাত্ৰ ৩ টা দিন। চাওঁতে চাওঁতে ২০২২ বৰ্ষটো শেষ হ’ব। ২০২২ বৰ্ষত কি কি পৰিবৰ্তন আহিল? এই সমূহ কথা আকৌ এবাৰ উনুকিয়াই চাইছে প্ৰায়সংখ্যকেই। চলিত বছৰটোত বহু উত্থান-পতনৰ লগতে সাধাৰণ মানুহৰ বিনিয়োগ, টকা পইছাৰ ক্ষেত্ৰটো একাধিক পৰিবৰ্তন আহিল। বেংকৰ পৰা আৰম্ভ কৰি এলপিজি, ভাৰতীয় ৰে’লৰ বহুকেইটা নিয়মৰ সালসলনি ঘটিব বছৰৰ শেষৰটো মাহত। ডিচেম্বৰ মাহৰ আৰম্ভনিৰে পৰাই হ’বলগীয়া পৰিবৰ্তন সমূহৰ বিষয়ে আৰম্ভ হৈছে চৰ্চা।

Life Certificate জমা দিব লাগিব
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত যিসকল ব্যক্তিয়ে পেঞ্চন পায় তেওঁলোকে আগন্তুক ৩০ নৱেম্বৰৰ ভিতৰতেই Life Certificate জমা দিব লাগিব। এই ছাৰ্টিফিকেট জমা দিবলৈ মাজত মাত্ৰ ২ টা দিন আছে। সময়মতে লাইফ চাৰ্টিফিকেট জমা নিদিলে পেঞ্চনভোগী সকলক পেঞ্চন বন্ধ কৰিও ৰখা হ’ব পাৰে বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

ৰে’লৰ সময়সূচী
ডিচেম্বৰ মাহৰ পৰা দূৰ যাত্ৰাৰ ৰে’ল যাত্ৰীসকলে এই বিষয়টোক গুৰুত্বসহকাৰে ল’ব লাগে। কিয়নো ডিচেম্বৰ মাহত ভাৰতীয় ৰে’ল বিভাগে বহুকেইখন ৰে’লৰ সময়সূচী সলনি কৰাৰ সম্ভাৱনা আছে। ডিচেম্বৰত অত্যাধিক ঠাণ্ডা পৰাৰ বাবে এই পৰিবৰ্তনৰ দিহা কৰিছে ৰে’ল বিভাগে। বিশেষকৈ উত্তৰ ভাৰতৰ পৰা অহা ৰে’লৰ সময়সুচী সলনিৰ সম্ভাৱনা বেছি।

LPG-ৰ দামৰ পৰিবৰ্তন হ’ব

প্ৰতি মাহতেই LPG-ৰ দামৰ পৰিবৰ্তন হৈ থকা বুলিয়েই ক’ব পাৰি। ঘৰুৱা চিলিণ্ডাৰ আৰু বাণিজ্যিক চিলিণ্ডাৰ দুয়োটাতেই দামৰ পৰিবৰ্তন প্ৰায় প্ৰতিমাহতেই ঘটিছে। কেন্দ্ৰই চলিত মাহতেই বাণিজ্যিক চিলিণ্ডাৰ (১৯ কিঃগ্ৰাঃ) দাম কমাইছে। ১৪ কিঃগ্ৰাঃ ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কিন্তু পৰিবৰ্তন হোৱা নাই। কিন্তু আগন্তুক ডিচেম্বৰত LPG-ৰ দামৰ পৰিবৰ্তন হ’ব পাৰে বুলি একাংশই উল্লেখ কৰিছে।

ডিচেম্বৰতেই বেংক কৰ্মচাৰীয়ে পাব ১৩ দিন ছুটী

RBI তথা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা জাননী অনুসৰি ডিচেম্বৰ মাহত বেংক কৰ্মচাৰীসকলে মুঠ ১৩ দিনৰ ছুটী লাভ কৰিব। কিন্তু এখন ৰাজ্যতেই এই ১৩ টা ছুটী কৰ্মচাৰীসকলে লাভ কৰিব এনে নহয়। সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যৰ কৰ্মচাৰীৰহে এয়া মুঠ ছুটী। এই ছুটী সমগ্ৰ দেশৰ চৰকাৰী বেচৰকাৰী সকলো বেংকৰ বাবেই প্ৰযোজ্য। বৰদিনকে ধৰি বহুকেইটা উৎসৱ এই মাহত অনুষ্ঠিত হ’ব যাৰ বাবে এইসমূহ ছুটি লাভ কৰিব বেংক কৰ্মচাৰীয়ে। কিন্তু ৰিজাৰ্ভ বেংকৰ জাননীত উল্লেখ থকা মতে বেংক বন্ধ থাকিলেও অনলাইন বেংকিঙৰ কাম চলি থাকিব।

CNG আৰু PNG-ৰ দামৰ পৰিবৰ্তন হ’ব

LPG-ৰ দামৰ দৰেই CNG আৰু PNG-ৰ দামৰো পৰিবৰ্তন হ’ব। এইক্ষেত্ৰত ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা দিল্লী, মুম্বাইত CNG আৰু PNG-ৰ দামৰ পৰিবৰ্তন ঘটিব। উল্লেখ্য যে এই সপ্তাহতেই দিল্লী, মুম্বাইত CNG আৰু PNG-ৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত কোন কোন জড়িত? ছাত্ৰ মুক্তিৰ কোন কোন নেতা আছে এই তালিকাত?

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত কোন কোন জড়িত? ছাত্ৰ মুক্তিৰ কোন কোন নেতা আছে এই তালিকাত?

সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.