• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰ্ত্যতেই স্বৰ্গসুখ লোৱা শাসক কিম জং উন! মহাপ্ৰতাপী শাসক কিম জং উনে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ, বিশ্বজয়ৰ স্বপ্ন সাৰ্থক হ’বনে কিমৰ?

মৰ্ত্যতেই স্বৰ্গসুখ লোৱা শাসক কিম জং উন! মহাপ্ৰতাপী শাসক কিম জং উনে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ, বিশ্বজয়ৰ স্বপ্ন সাৰ্থক হ’বনে কিমৰ?

4 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

2 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

3 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

5 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

5 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

6 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

7 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

7 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

9 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

10 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৰ্ত্যতেই স্বৰ্গসুখ লোৱা শাসক কিম জং উন! মহাপ্ৰতাপী শাসক কিম জং উনে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ, বিশ্বজয়ৰ স্বপ্ন সাৰ্থক হ’বনে কিমৰ?

editor by editor
November 30, 2022
in জীৱনশৈলী, বিশ্ব
0
মৰ্ত্যতেই স্বৰ্গসুখ লোৱা শাসক কিম জং উন! মহাপ্ৰতাপী শাসক কিম জং উনে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ, বিশ্বজয়ৰ স্বপ্ন সাৰ্থক হ’বনে কিমৰ?
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বৰ শক্তিশালী কৌশলগত অস্ত্ৰ তৈয়াৰ কৰিছে উত্তৰ কোৰিয়াই। এই দাবী নিজেই কৰিছে একনায়কত্ববাদী শাসক কিম জং উনে। কিমে প্ৰকাশ কৰা মতে উত্তৰ কোৰিয়াই এটা নতুন আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্ৰ তৈয়াৰ কৰিছে। এই ক্ষেপণাস্ত্ৰই বিশ্বৰ শক্তিশালী কৌশলগত অস্ত্ৰ বুলি দাবী কৰিছে কিমে। উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে দাবী কৰা অনুযায়ী, বহুদিন আগৰে পৰাই বিশ্বৰ শক্তিশালী পাৰমানৱিক অস্ত্ৰভাণ্ডাৰ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে উত্তৰ কোৰিয়াই। এই নতুন বেলিষ্টিক মিছাইল পৰিকল্পনা কৰা অস্ত্ৰভাণ্ডাৰৰ এটা মাত্ৰ ক্ষুদ্ৰ অংশহে। কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা কেএনছি এ কিমৰ এই মন্তব্য প্ৰকাশ কৰিছে যদিও এই সম্পৰ্কত তেওঁলোকে পৃথক এক বাখ্যা দাঙি ধৰিছে।

কেএনচিয়ে প্ৰকাশ কৰা মতে কিমে প্ৰকৃততে তেওঁৰ সৈন্য বাহিনীকেই আটাইতকৈ শক্তিশালী আখ্যা দিছে। কে এন চিৰ মতে কিমে উত্তৰ কোৰিয়াৰ উত্তৰ কোৰিয়াৰ পাৰমানৱিক অস্ত্ৰভাণ্ডাৰ শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে। কিমে এই সন্দৰ্ভত দিয়া মন্তব্যত কৈছে, ‘আমাৰ ৰাষ্ট্ৰৰ জনগণৰ মৰ্যাদা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে আমি নিৰৱচ্ছিন্নভাৱে কাম কৰি আছো। আমাৰ লক্ষ্য, বিশ্বৰ সকলোতকৈ শক্তিশালী কৌশলগত অস্ত্ৰ তৈয়াৰ কৰা। এই অস্ত্ৰসমূহ হ’ব নজৰবিহীন।’ কিমে প্ৰতিৰক্ষা বিষয়ক গৱেষণাত নিযুক্তি দিয়া বিশ্বস্ত কেডাৰ তথা বিজ্ঞানীজনে তেওঁ বিশ্বাস অটুত ৰাখি নিৰ্মাণ কৰি উলিয়ালে এই বিশেষ ক্ষেপনাস্ত্ৰ। এই বিশেষ ক্ষেপনাস্ত্ৰৰ নাম দিছে ‘হংছাপো’।

উল্লেখ্য যে, কেৱল ক্ষেপনাস্ত্ৰ নিৰ্মাণ কৰায় নহয়, এটা শক্তিশালী পাৰমানৱিক জাহাজো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কিমে। জাহাজ নিৰ্মাণৰ কথা ২০১৯ চনতেই ঘোষণা কৰিছিল কিমে। এই পাৰমাণৱিক ক্ষেপনাস্ত্ৰ সম্বলিত জাহাজখনত বিভিন্ন সামৰিক সা-সৰঞ্জামো ৰখাৰ কথা উল্লেখ কৰিছিল কিমে। উপগ্ৰহৰ পৰাই এই জাহজ পৰ্যবেক্ষণ কৰিব পৰাৰো ব্যৱস্থা ৰখা হ’ব জাহাজখনত বুলি উল্লেখ কৰিছিল কিমে। এই চৰ্চা সমূহৰ মাজতেই শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে কিমৰএ খন বিশেষ ফটো। এই ফটোত কিমৰ সৈতে দেখা গৈছে তেওঁৰ কন্যাক।

ক্ষেপনাস্ত্ৰ বিজ্ঞানীসকলৰ সৈতে এক বৈঠকত মিলিত হ’বলৈ যাওঁতে কন্যাকো লগত লৈ গৈছিল কিমে। কিমৰ এগৰাকী কন্যা সন্তান আছে বুলি জানিলেও কাহানিও কন্যাৰ ফটো ক’তোৱেই প্ৰকাশ কৰা হোৱা নাছিল। কিমৰ মুঠ তিনিটা সন্তান। ভাইৰেল খবৰ অনুযায়ী ১০ বছৰীয়া কন্যা ‘জু’ সকলোতকৈ প্ৰিয় কিমৰ। ‘জু’ৱেই পৰবৰ্তীসময়ত উত্তৰ কোৰিয়াৰ শাসনৰ দায়িত্বতো আহিব বুলি উত্তৰ কোৰিয়াৰ কেইবাটাও সূত্ৰই প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

October 19, 2026
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?
জীৱনশৈলী

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

October 19, 2026
Next Post
বলীউডত প্রভাস-কৃতিৰ প্ৰেমৰ গুঞ্জৰ! সঁচাকৈয়ে কৃতিয়ে বিয়াত বহিবনে দক্ষিণৰ অভিনেতাৰে? ইনষ্টাগ্ৰামযোগে সকলো সদৰি কৰিলে কৃতিয়ে…

বলীউডত প্রভাস-কৃতিৰ প্ৰেমৰ গুঞ্জৰ! সঁচাকৈয়ে কৃতিয়ে বিয়াত বহিবনে দক্ষিণৰ অভিনেতাৰে? ইনষ্টাগ্ৰামযোগে সকলো সদৰি কৰিলে কৃতিয়ে...

মুখ্যমন্ত্ৰীয়ে ক’লে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নহয় ওপৰৰ কথা ভাৱক, আজিৰ প্ৰজন্মই বিশ্বজয় কৰিবই লাগিব…

মুখ্যমন্ত্ৰীয়ে ক’লে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নহয় ওপৰৰ কথা ভাৱক, আজিৰ প্ৰজন্মই বিশ্বজয় কৰিবই লাগিব...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.