• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীয়ে ক’লে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নহয় ওপৰৰ কথা ভাৱক, আজিৰ প্ৰজন্মই বিশ্বজয় কৰিবই লাগিব…

মুখ্যমন্ত্ৰীয়ে ক’লে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নহয় ওপৰৰ কথা ভাৱক, আজিৰ প্ৰজন্মই বিশ্বজয় কৰিবই লাগিব…

3 years ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

39 minutes ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

1 hour ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

2 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

3 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

14 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

14 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

15 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

15 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

15 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

16 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

16 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰীয়ে ক’লে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নহয় ওপৰৰ কথা ভাৱক, আজিৰ প্ৰজন্মই বিশ্বজয় কৰিবই লাগিব…

editor by editor
November 30, 2022
in অসম
0
মুখ্যমন্ত্ৰীয়ে ক’লে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নহয় ওপৰৰ কথা ভাৱক, আজিৰ প্ৰজন্মই বিশ্বজয় কৰিবই লাগিব…
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ড০ বাণীকান্ত কাকতি বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত উল্লেখ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে এতিয়া আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সাজু হ’ব নালাগে। ইয়াতকৈয়ো আগুৱাই যোৱাৰহে পৰিকল্পনা কৰক বুলি ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

‘অমৃত মহোৎসৱৰ এই অমৃত কালৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকল অমৃত সন্তান। দেশ আৰু বিশ্বজয় কৰিব লাগিব আজিৰ প্ৰজন্মই।’ খানাপাৰাৰ অসম পশু চিকিত্‍সা মহাবিদ্যালয় খেলপথাৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীক স্কুটী বিতৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে লগতে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰা ‘৫ প্ৰাণ’ক স্মৰণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনাই কয়, ‘নতুন দিনৰ প্ৰযুক্তিৰ চিন্তাৰে আমি আগবাঢ়িব নোৱাৰিলে কাৰো লগত ফেৰ মাৰিব নোৱাৰিম। এয়া ব্যৱহাৰ কৰি নতুন দিনৰ, নতুন পৃথিৱীৰ বাবে কাম কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলে।’

মুখ্যমন্ত্ৰীয়ে ড০ বাণীকান্ত কাকতি বঁটা ৰূপে প্ৰদান কৰা স্কুটী লাভ কৰা ৩৫,৮০০ ছাত্ৰ-ছাত্ৰীক আটাইতকৈ মেধাসম্পন্ন বুলি উল্লেখ কৰি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে তৃতীয়-চতুৰ্থ বিভাগৰ চাকৰিৰ অপেক্ষাত থকাৰ পৰিৱৰ্তে নিজৰ মেধাক এক দিশ দিয়াৰো আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

April 18, 2026
Next Post
ৰিপুন বৰাৰ দাবী, মোগলে নহয় হিন্দুৱেহে আক্ৰমণ কৰিছিল! শৰাইঘাট ৰণ মোগলৰ বিৰুদ্ধে নহয় হিন্দুৰ বিৰুদ্ধেহে কৰিছিল লাচিতে

ৰিপুন বৰাৰ দাবী, মোগলে নহয় হিন্দুৱেহে আক্ৰমণ কৰিছিল! শৰাইঘাট ৰণ মোগলৰ বিৰুদ্ধে নহয় হিন্দুৰ বিৰুদ্ধেহে কৰিছিল লাচিতে

গুজৰাটৰ নিৰ্বাচনঃ কাৰ দখললৈ যাব গুজৰাট, জনাওক আপোনাৰ মন্তব্য

গুজৰাটৰ নিৰ্বাচনঃ কাৰ দখললৈ যাব গুজৰাট, জনাওক আপোনাৰ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.