• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম দেশৰ বিষম কথা ! চুক্তি সম্পন্ন এখন ব্যতিক্ৰমী বিবাহ

অসম দেশৰ বিষম কথা ! চুক্তি সম্পন্ন এখন ব্যতিক্ৰমী বিবাহ

4 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

23 minutes ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

59 minutes ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

2 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

2 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

4 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

6 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

8 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম দেশৰ বিষম কথা ! চুক্তি সম্পন্ন এখন ব্যতিক্ৰমী বিবাহ

editor by editor
November 30, 2022
in অসম, জীৱনশৈলী, বিনোদন
0
অসম দেশৰ বিষম কথা ! চুক্তি সম্পন্ন এখন ব্যতিক্ৰমী বিবাহ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ বৰ্তমান সময়খিনি বিয়াৰ সময় ৷ সম্ভৱত বিয়া আপুনি বহুত দেখিছে ৷ সকলোৱে নিজৰ বিয়াখন মনত থকাকৈ পাতিব বিচাৰে ৷ যাৰবাবে বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হয় এনেকুৱা ধৰণৰ ব্যতিক্ৰমী বিবাহ ৷

কিন্তু আজি আপোনালোকক কম এইখন অসমৰে এখন ব্যতিক্ৰমী বিবাহৰ কথা ৷ যি কথা শুনিলে আপোনাৰো চকু কপালত উঠিব ৷

এইখন অসমতে সংঘটিত হৈছে এই ব্যতিক্ৰমী বিবাহখন ৷ দৰা-কইনাই বিয়াত বহাৰ পূৰ্বে স্বাক্ষৰ কৰিছে চুক্তিত ৷ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে দৰা-কইনাই ৷ কইনাৰ চুক্তি অনুসৰি, প্ৰতি ১৫ দিনৰ মূৰে-মূৰে দৰাই কৰিব লাগিব বজাৰ, প্ৰতি মাহত এবাৰকৈ পিজ্জাৰ পাৰ্টী দিব লাগিব কইনাক, প্ৰতি মাহত কাপোৰ কিনি দিব লাগিব দৰাই, বছৰত দুবাৰকৈ ভ্ৰমণৰ বাবে নিব লাগিব কইনাক ৷

ইফালে, দৰাৰ ফালৰ পৰাও আছে অদ্ভুত চুক্তি ৷ দৰাৰ চুক্তি অনুসৰি, প্ৰতিদিনে কাপোৰ ইস্ত্ৰি কৰিব লাগিব কইনাই, খাদ্যৰ আলপৈচান ধৰিব লাগিব কইনাই ৷
এই ব্যতিক্ৰমী বিবাহখন সম্প্ৰতি ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে ৷

‘ৱেডলক ফটোগ্ৰাফী’ নামৰ এটা চেনেলৰ পৰা ছ’চিয়েল মিডিয়াত আপলোড হোৱা ষ্টৰীটো বৰ্তমান প্ৰায় ৪৫ মিলিয়ন লোকে চাইছে ৷ বিভিন্নজনে ইনষ্টাগ্ৰামতে বিভিন্ন মন্তব্যৰে উপচাই তুলিছে ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ
বিনোদন

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

July 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
Next Post
আগন্তুক বৰ্ষৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব ইলেকট্ৰনিক স্কুটীঃ মুখ্যমন্ত্ৰী

আগন্তুক বৰ্ষৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব ইলেকট্ৰনিক স্কুটীঃ মুখ্যমন্ত্ৰী

ভাইৰেল দৰা, এফালে পুৰোহিত, আনফালে হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত দৰা

ভাইৰেল দৰা, এফালে পুৰোহিত, আনফালে হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত দৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.