• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাইৰেল দৰা, এফালে পুৰোহিত, আনফালে হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত দৰা

ভাইৰেল দৰা, এফালে পুৰোহিত, আনফালে হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত দৰা

3 years ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

6 minutes ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

1 hour ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

2 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

2 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

15 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

15 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

16 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

16 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

17 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

17 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

18 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভাইৰেল দৰা, এফালে পুৰোহিত, আনফালে হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত দৰা

editor by editor
November 30, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী
0
ভাইৰেল দৰা, এফালে পুৰোহিত, আনফালে হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত দৰা
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪: ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ব্যতিক্ৰমী বিবাহ ৷ বিয়াৰ মণ্ডপত বহাৰ সময়ত হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ল এজন দৰাক ৷ পশ্চিম বংগৰ ৰাজধানী কলিকতাৰ এই বিয়াখনে সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

উল্লেখ্য যে, ক’ভিড-১৯ ৰ পৰাই ৱাৰ্ক ফৰ্ম হোমৰ জৰিয়তে কৰ্তব্য পালন কৰিছিল দৰাজনে ৷ বিয়াৰ সময়ত অফিচৰ পৰা ছুটী লৈছিল যদিও বিয়াৰ দিনা জৰুৰী কাম থকাত মণ্ডপৰ পৰাই হাতত লেপটপ লৈ কৰ্তব্য পালন কৰা দেখা গ’ল দৰাজনক ৷

“আই জি কলিকতা” নামৰ এটা চেনেলে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ছবিখন নিমিষতে ভাইৰেল হৈ পৰিছে ৷ অজস্ৰলোকে ৰসিকতাৰে ব্যক্তিজনক উদ্দেশ্যি কমেন্ট কৰা পৰিলক্ষিত হৈছে ৷
নিজৰ বিবাহৰ দিনা লেপটপ লৈ কৰ্তব্য কৰা এই দৰাজনক উদ্দেশ্যি কি ক’ব আপুনি জনাওক মন্তব্য

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক
জীৱনশৈলী

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

May 17, 2026
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!
জীৱনশৈলী

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

May 17, 2026
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত
জীৱনশৈলী

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

May 17, 2026
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
Next Post
স্কুলীয়া শিক্ষাৰ্থীৰ বেগত কিতাপৰ পৰিৱৰ্তে ওলাল কণ্ডম, গৰ্ভনিৰোধক টেবলেট !

স্কুলীয়া শিক্ষাৰ্থীৰ বেগত কিতাপৰ পৰিৱৰ্তে ওলাল কণ্ডম, গৰ্ভনিৰোধক টেবলেট !

ভাৰতীয়ৰ মহানুভৱতা, ভাৰতৰ দৰে সহায়কাৰী দেশ মই কেতিয়াও দেখা নাই

ভাৰতীয়ৰ মহানুভৱতা, ভাৰতৰ দৰে সহায়কাৰী দেশ মই কেতিয়াও দেখা নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.