• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাস্থ্যই পৰম ধন! এইখন দেশত যুৱকক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব কণ্ডম…

স্বাস্থ্যই পৰম ধন! এইখন দেশত যুৱকক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব কণ্ডম…

4 years ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

47 seconds ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

23 minutes ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

49 minutes ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

2 hours ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

3 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

4 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

5 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

6 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

18 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

18 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

19 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বাস্থ্যই পৰম ধন! এইখন দেশত যুৱকক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব কণ্ডম…

editor by editor
December 10, 2022
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
স্বাস্থ্যই পৰম ধন! এইখন দেশত যুৱকক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব কণ্ডম…
0
SHARES
819
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে বৃহস্পতিবাৰে কৰিছে বিশেষ ঘোষণা। অবাঞ্ছিত গৰ্ভধাৰণ হ্ৰাস কৰাৰ বাবে ১৮ ৰ পৰা ২৫ বছৰীয়া যুৱকৰ বাবে ফাৰ্মাচীত বিনামূলীয়াকৈ কন্ডম উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হ’ব ফ্ৰান্সত।

পশ্চিম ফ্ৰান্সৰ পইটিয়াৰৰ উপনগৰ ফন্টেইন-লে-কমটেত স্বাস্থ্যসম্পৰ্কীয় এক বৈঠকত মেক্ৰ’নে কয়, ‘এয়া গৰ্ভনিৰোধৰ বাবে এটা সৰু বিপ্লৱ। চৰকাৰে এই বছৰ ২৫ বছৰৰ তলৰ সকলো মহিলাৰ বাবেই জন্ম নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে। জন্ম নিয়ন্ত্ৰণৰ বাবে যুৱতীসকলৰ মাজত গৰ্ভনিৰোধক বড়ি দিয়াৰ লগতে পুৰুষৰ বাবেও বিনামূলীয়া কণ্ডম প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।’

ইয়াৰোপৰি এইছ আইভি নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো এই পদক্ষেপ খুবেই গুৰুত্বপূৰ্ণ বুলি জনাইছে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে। সামগ্ৰিক যৌন শিক্ষাৰ ক্ষেত্ৰতো বিদ্যালয়সমূহতো সজাগতা সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি মেক্ৰনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

July 15, 2026
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!
বিশ্ব

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

July 15, 2026
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল
জীৱনশৈলী

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

July 15, 2026
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!
জীৱনশৈলী

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

July 15, 2026
Next Post
পত্নী কেটৰ লাৱণ্যময়ী শৰীৰে সদায়ে আকৰ্ষণ কৰে বিকিক! এই সুন্দৰ দেহবল্লভৰ আঁৰত কি জনালে কেটে…

পত্নী কেটৰ লাৱণ্যময়ী শৰীৰে সদায়ে আকৰ্ষণ কৰে বিকিক! এই সুন্দৰ দেহবল্লভৰ আঁৰত কি জনালে কেটে...

40yearschallenge, জুবিন গাৰ্গে শ্বেয়াৰ কৰা ফটোক লৈ নেট দুনীয়াত চৰ্চা! কাৰ কি মন্তব্য সবিশেষ…

40yearschallenge, জুবিন গাৰ্গে শ্বেয়াৰ কৰা ফটোক লৈ নেট দুনীয়াত চৰ্চা! কাৰ কি মন্তব্য সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.