• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী কেটৰ লাৱণ্যময়ী শৰীৰে সদায়ে আকৰ্ষণ কৰে বিকিক! এই সুন্দৰ দেহবল্লভৰ আঁৰত কি জনালে কেটে…

পত্নী কেটৰ লাৱণ্যময়ী শৰীৰে সদায়ে আকৰ্ষণ কৰে বিকিক! এই সুন্দৰ দেহবল্লভৰ আঁৰত কি জনালে কেটে…

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

5 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

6 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

6 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

7 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

8 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

9 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

10 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

11 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

12 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পত্নী কেটৰ লাৱণ্যময়ী শৰীৰে সদায়ে আকৰ্ষণ কৰে বিকিক! এই সুন্দৰ দেহবল্লভৰ আঁৰত কি জনালে কেটে…

editor by editor
December 10, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, স্বাস্থ্য
0
পত্নী কেটৰ লাৱণ্যময়ী শৰীৰে সদায়ে আকৰ্ষণ কৰে বিকিক! এই সুন্দৰ দেহবল্লভৰ আঁৰত কি জনালে কেটে…
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩৯ বছৰত ভৰি দিলে কেটৰীণা কাঈফে। কিন্তু কেটক দেখি জানো ৩৯ বছৰীয়া বুলি অনুমান কৰিব পাৰি? মসৃণ চাল, মেদহীন দেহবল্লভ, আৱেদনময়ী কেটৰ শৰীৰ দেখিলে কোনোপধ্যেই বয়সৰ অনুমান কৰিব নোৱাৰি। সম্প্ৰতি কেটৰ নতুন ছবি ভূতে মুক্তিলাভ কৰিছে। বক্স অফিচত বিশেষ কালেকশ্ব্যন কৰিব নোৱাৰিলেও কেটৰ অভিনয়ত মোহিত হৈছে দৰ্শক।

কেনেকৈ ৩৯ বছৰতো লাৱন্যময়ী কেট?

কেট অত্যন্ত স্বাস্থ্য সচেতন সেয়া সকলোৰেই জ্ঞাত। খোৱা-বোৱাৰ ক্ষেত্ৰত কেটে বাহিৰৰ খাদ্য গ্ৰহণ কৰাতকৈ ঘৰৰ খাদ্য খোৱাটোতেই গুৰুত্ব দিয়ে। শুটিঙৰ চাপৰ মাজতো শৰীৰচৰ্চাত হেমাহি নকৰে কেটে। সেউজীয়া শাক-পাচলি যেনে কোমোৰা, লাও, গাজৰ আদি পাচলি সিজাই খোৱাটোতেই গুৰুত্ব দিয়ে কেটে। এই খাদ্যভাস তেওঁ প্ৰতিদিনৰ ৰুটিন।

খাদ্যৰ তালিকাত কি কি ৰাখে কেটে?
দক্ষিণ ভাৰতৰ মছলাহীন খাদ্য কেটৰ প্ৰিয়। প্ৰায় সময়তে কেটে গ্ৰহন কৰে ইডলিজাতীয় খাদ্য। ভাত খাদ্যৰ তালিকাত কাহানিও সন্নিবিষ্ট নকৰে কেটে। কোনোস্থানত ভাত খাবলগীয়াত পৰিলেও খুব কম পৰিমানেহে গ্ৰহণ কৰে কেটে। চাপাটি, ৰুটি আদিও মাজে মাজে খাদ্য তালিকাত ৰাখে। কেটৰ দুপৰীয়াৰ আহাৰত থাকে আলু সিজোৱা, কণীৰ অমলেট আদি।

শৰীৰচৰ্চা কেতিয়া কেনেকৈ কৰে কেটে?

কেটৰীণাই পুৱাৰ ভাগতেই কিছু সময় যোগাসন কৰে। শীৰ্ষাসন, চক্ৰাসনকে ধৰি বহুকেইটা আসন কৰে কেটে। মানসিক ক্লান্তি দূৰ কৰাৰ বাবে, পেশীৰ জোৰ বঢ়াবৰ বাবে কেটে নিয়মিত যোগাসনেই মূল বুলি বহুসময়ত উল্লেখ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

August 7, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

August 7, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

August 7, 2026
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

August 7, 2026
Next Post
40yearschallenge, জুবিন গাৰ্গে শ্বেয়াৰ কৰা ফটোক লৈ নেট দুনীয়াত চৰ্চা! কাৰ কি মন্তব্য সবিশেষ…

40yearschallenge, জুবিন গাৰ্গে শ্বেয়াৰ কৰা ফটোক লৈ নেট দুনীয়াত চৰ্চা! কাৰ কি মন্তব্য সবিশেষ...

গীতালিৰ আগতে নেদেখা কেইখনমান ফটো! গীতালিৰ বিবাহ ক’ত কেনেকৈ কৰিছে আয়োজন?

গীতালিৰ আগতে নেদেখা কেইখনমান ফটো! গীতালিৰ বিবাহ ক’ত কেনেকৈ কৰিছে আয়োজন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.