• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলে কৈছে, ‘ঘৃণাৰ বজাৰত মই প্ৰেমৰ দোকান খুলিম কৈছিলো এয়া চাওক প্ৰমাণ…’

ৰাহুলে কৈছে, ‘ঘৃণাৰ বজাৰত মই প্ৰেমৰ দোকান খুলিম কৈছিলো এয়া চাওক প্ৰমাণ…’

4 years ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

9 minutes ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

47 minutes ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

18 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

18 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

19 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

20 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

21 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

22 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাহুলে কৈছে, ‘ঘৃণাৰ বজাৰত মই প্ৰেমৰ দোকান খুলিম কৈছিলো এয়া চাওক প্ৰমাণ…’

editor by editor
December 24, 2022
in ভাৰত, ৰাজনীতি
0
ৰাহুলে কৈছে, ‘ঘৃণাৰ বজাৰত মই প্ৰেমৰ দোকান খুলিম কৈছিলো এয়া চাওক প্ৰমাণ…’
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত জোড়ো যাত্ৰা দিল্লীত উপস্থিত হৈছে। বৃহস্পতিবাৰে হাৰিয়ানাৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰিছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, কংগ্ৰেছ দলৰ সচিব , প্ৰিয়ংকা গান্ধী আৰু তেওঁৰ স্বামী ৰবাৰ্ট বাদ্ৰাইয়ো এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। ৰাহুলে কিছুদিন পূৰ্বে দিয়া বিশেষ মন্তব্যটো পুনৰবাৰ দিল্লীৰ ৰাজপথত গুঞ্জৰিত হৈ উঠিল। ৰাহুলে বিজেপি কৰ্মীয়ে এই যাত্ৰা ৰাহুলে কিয় কৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কৈছিল, ‘মই ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈকে কৰিছো এই সকলো আয়োজন।’ পুনৰ দিল্লীৰ ৰাজপথতো ৰাহুলে একেই বাক্য পাঠ কৰিলে। এইবাৰ ৰাহুলে কোৱাই নহয়, হাতে-কামে এই কথাৰ প্ৰমাণো দেখুওৱালে দিল্লীৰ ৰাজপথত।

ৰাহুলক এই যাত্ৰাপথত এগৰাকী মুছলমান মহিলাই উপহাৰস্বৰূপে দিছে এটা শিৱৰ মূৰ্তি। বোৰ্খা পৰিহিতা মুছলমান মহিলাগৰাকীয়ে ৰাহুলৰ হাতত তুলি দিয়া শিৱৰ মুৰ্তিৰ ফটো এতিয়া দেশজুৰি ভাইৰেল। কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ হৈছে এই বিশেষ ফটো। ছবিখনৰ তলত দিছে এটা কেপশ্ব্যনো। কেপশ্ব্যনত লিখা আছে ‘ঈশ্বৰ আল্লা তেৰে নাম…’

ইপিনে ৰাহুলে তেওঁৰ ভাষণত কয়, বিজেপি আৰু আৰ এছএছৰ নীতিয়েই হ২ল সমাজত ঘৃণা বিয়পোৱা। আমি এয়া হ’ব দিব নোৱাৰো। সেয়ে এই ঘৃণাৰ বজাৰত আমি প্ৰেমৰ দোকান খুলিম।’ ইয়াৰোপৰি ৰাহুলে কয়, ‘বিজেপিয়ে যেনে তেনে এই যাত্ৰাক ৰখাব বিচাৰিছে। চীনত কৰ’না বিয়পিছে আৰু ভাৰতত ক’ভিড নীতি আনি এই যাত্ৰাক ৰখাব খুজিছে।’

উল্লেখ্য যে ৰাজধানীত উপস্থিত হোৱা ৰাহুলে এই যাত্ৰা আগন্তুক ৮ দিনৰ বাবে স্থগিত কৰাৰ কথাও তেওঁৰ মন্তব্যত উল্লেখ কৰিছে। দ্বিতীয় যাত্ৰাৰ আৰম্ভণিতেই যোগীৰাজ্য উত্তৰ প্ৰদেশলৈ যাব ৰাহুল তাৰপাছতেই পঞ্জাৱ হৈ কাশ্মীৰলৈ হ’ব পৰবৰ্তী যাত্ৰা বুলি উল্লেখ কৰিছে ৰাহুলে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
Next Post
ঘৰে ঘৰে আহিব ছান্তাক্লজ! পিছে বৰদিনত উপহাৰ কঢ়িওৱা ছান্তাৰ প্ৰকৃত ঘৰ ক’ত? ছান্তাৰ গাঁৱত আজিও আছে এনে কিছুু নিয়ম…

ঘৰে ঘৰে আহিব ছান্তাক্লজ! পিছে বৰদিনত উপহাৰ কঢ়িওৱা ছান্তাৰ প্ৰকৃত ঘৰ ক’ত? ছান্তাৰ গাঁৱত আজিও আছে এনে কিছুু নিয়ম...

নতুন বৰ্ষলৈ মাজত কেইটামান দিন, নতুন বছৰত কৰক এইকেইটা কাম সমৃদ্ধিৰে ভৰি পৰিব জীৱন…

নতুন বৰ্ষলৈ মাজত কেইটামান দিন, নতুন বছৰত কৰক এইকেইটা কাম সমৃদ্ধিৰে ভৰি পৰিব জীৱন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.