• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ দ্বিতীয়টো দিন কেনে যাব আপোনাৰ?

নতুন বছৰৰ দ্বিতীয়টো দিন কেনে যাব আপোনাৰ?

3 years ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

6 minutes ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

22 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

23 hours ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

24 hours ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

1 day ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নতুন বছৰৰ দ্বিতীয়টো দিন কেনে যাব আপোনাৰ?

editor by editor
January 2, 2023
in অসম, জীৱনশৈলী, ভাৰত
0
নতুন বছৰৰ দ্বিতীয়টো দিন কেনে যাব আপোনাৰ?
0
SHARES
666
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ

মেষঃ পুৱা দহটালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কৰ্মব্যস্তসকলে কৰ্মকালত কিবা অশান্তি অনুভৱ কৰিব৷ ঘৰুৱাত শুভ কৰ্ম সম্পাদন৷ শৰীৰ সম্পৰ্কে সচেতন থাকক৷ আৰ্থিকত মজলীয়া৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা১৷

বৃষঃ কৰ্মত শুভ৷ বিদ্যাত শুভ৷ জ্ঞাতি-কুটুম্বৰ চিন্তা থাকিব৷ ভ্ৰমণত শুভ৷ বন্ধুৰ পৰা সাৱধানে থাকক৷ শুভ সংখ্যা ৰঙা৷ শুভ সংখ্যা৮৷

মিথুনঃ পঢ়াশুনাত মন দিয়ক৷ পৰিয়ালৰ শুভ৷ বন্ধুবৰ্গৰ আগমন৷ ব্যৱসায়ত চিন্তা৷ শৰীৰ মাধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

কৰ্কটঃ আৰ্থিকত খৰছ বৃদ্ধি৷ শৰীৰ মন আনন্দিত৷ কিবা পৰিবৰ্তনৰ নতুনত্ব অনুভৱ৷ বিদ্যাত যত্ন ৰাখক৷ অবাবত চিন্তা কৰি সময় নষ্ট নকৰিব৷ শুভ সংখ্যা ৭৷ শুভ ৰং বেঙুনীয়া৷

সিংহঃ কৰ্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও আহুকালে দেখা দিব৷ নতুন পৰিকল্পনা৷ সন্তানৰ শুভ৷ বিবাহৰ যোগ৷ শুভ সংখ্যা ৯৷ শুভ ৰং হালধীয়া৷

কন্যাঃ বৰ উন্নত দিন নহ’ব৷ আহুকালৰ মুখামুখী হ’ব৷ অবাবত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পাছত বুজিব৷ উদ্বিগ্নতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব৷ প্ৰেমৰ আগমন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

তুলাঃ যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কৰ্তব্যত নিজৰ দক্ষতা থাকিব৷ কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব৷ বিদ্যাত অনুকুল পৰিবেশ৷ ভ্ৰমণৰ চিন্তা কৰিলেও কষ্ট৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷

বৃশ্চিকঃ আশা কৰা ফল পাব৷ হেৰাই যোৱা প্ৰেম ওভতাই পাব৷ বিদ্যাত উন্নত৷ শুভ সংখ্যা ৩৷ শুভ ৰং ৰঙা৷

ধনুঃ পাৰিবাৰিক শুভ৷ কৰ্মব্যস্ততা বাঢ়িব৷ শৰীৰ মাধ্যম৷ খৰছ বৃদ্ধি৷ প্ৰেমত মাধ্যম৷ বিদ্যাত শুভ৷ শুভ সংখ্যা ৭৷ শুভ ৰং আকাশী নীলা৷

মকৰঃ পূৰ্ব দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ ব্যৱসায়ত উন্নতি৷ বিদ্যাত শুভ৷ স্বাস্থ্য উন্নত৷ শুভ সংখ্যা ১৷ শুভ ৰং ক’লা৷

কুম্ভঃ আৰ্থিকত হাত ধৰি চলক৷ বন্ধু-বান্ধৱৰ লগত সদ্ভাৱ ৰাখিব৷ শৰীৰ উন্নত৷ বিদ্যাত শুভ৷ শুভ সংখ্যা ২৷ শুভ ৰং কমলা৷

মীনঃ আকস্মিক সহায় লাভৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পৰ্কে চিন্তা৷ বিদ্যাত মাধ্যম৷ প্ৰেমত শুভ৷ ভ্ৰমণৰ যোগ৷ শুভ সংখ্যা ৮৷ শুভ ৰং বগা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ
জীৱনশৈলী

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

June 4, 2026
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ
জীৱনশৈলী

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

June 4, 2026
Next Post
কেন্দ্ৰৰ সিদ্ধান্তত ত্ৰুটি থাকিব নোৱাৰে! উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ক’লে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত সঠিকেই আছিল…

কেন্দ্ৰৰ সিদ্ধান্তত ত্ৰুটি থাকিব নোৱাৰে! উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ক’লে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত সঠিকেই আছিল...

তেজত ইউৰিক এচিডৰ লেবেল কিমান হ’ব লাগে? ইউৰিক এছিড বাঢ়িলে কি ঘৰুৱা উপায়েৰে প্ৰতিকাৰ কৰিব?

তেজত ইউৰিক এচিডৰ লেবেল কিমান হ'ব লাগে? ইউৰিক এছিড বাঢ়িলে কি ঘৰুৱা উপায়েৰে প্ৰতিকাৰ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.