• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিগত বছৰটোত, গা ধোৱাৰ তুলনাত সংগম বেছি হৈছে! মডেলৰ স্বীকাৰোক্তিত অবাক নেটিজেন

বিগত বছৰটোত, গা ধোৱাৰ তুলনাত সংগম বেছি হৈছে! মডেলৰ স্বীকাৰোক্তিত অবাক নেটিজেন

3 years ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

6 minutes ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

53 minutes ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

2 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

2 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

14 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

15 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

15 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

16 hours ago
EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

17 hours ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

17 hours ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

18 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিগত বছৰটোত, গা ধোৱাৰ তুলনাত সংগম বেছি হৈছে! মডেলৰ স্বীকাৰোক্তিত অবাক নেটিজেন

editor by editor
January 8, 2023
in জীৱনশৈলী, ফেশ্বন, বিশ্ব
0
বিগত বছৰটোত, গা ধোৱাৰ তুলনাত সংগম বেছি হৈছে! মডেলৰ স্বীকাৰোক্তিত অবাক নেটিজেন
0
SHARES
37.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এবছৰত যিমানবাৰ গা ধুইছে তাতোকৈ বেছি শাৰীৰিক মিলন হৈছে। বিগত বছৰৰ খতিয়ান দাঙি ধৰিছে এগৰাকী অভিনেত্ৰীয়ে। ডাটা চায়েণ্টিছ তথা অভিনেত্ৰীয়ে দাঙি ধৰা বছৰটোৰ খতিয়ানক লৈ চলিছে সমগ্ৰতে চৰ্চা। ২০২২ বৰ্ষত অভিনত্ৰীগৰাকীয়ে যিমানবাৰ গা ধুইছে তাতোকৈ বেছি যৌন মিলনত লিপ্ত হৈছে অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বছৰটোত ৩৭ বাৰ গা ধুইছে তেওঁ। ইয়াৰোপৰি ফুৰিবলৈ বছৰটোত কেইবাৰ গৈছে, মদ্যপান কিমান কৰিছে, সকলোবোৰেই লিখিতৰূপত প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

এবছৰত মাত্ৰ ৩৭ বাৰ গা ধোৱা বিষয়টোত সকলোৱেই আচৰিতো হৈছে। কিন্তু ঠাণ্ডা দেশৰ হোৱা হেতুকে প্ৰায়সংখ্যক লোকেই গা কমকৈয়ে ধোৱে। অভিনেত্ৰীগৰাকীয়ে নিজেই কোৱা অনুসৰি বছৰটোত তেওঁ যিমান গা ধুইছে তাতকৈ বহু বেছি শাৰীৰিক সম্পৰ্ক গঢ়িছে। আমেৰিকাৰ নাগৰিকে কিমান গা ধোৱে সেই সম্পৰ্কে চলোৱা গৱেষণাত পোহৰলৈ অহা তথ্যমতে আমেৰিকাৰ এজন মানুহে গড়ে ১৪৫ বাৰহে গা ধোৱে। গা ধোৱাৰ অনিহা দেখিয়েই বহুতে কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাবোৰ ভাৰতীয় লোকেই এইসকলতকৈ বেছিকৈ জানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!
জীৱনশৈলী

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

April 20, 2026
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!
জীৱনশৈলী

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

April 20, 2026
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

April 20, 2026
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!
জীৱনশৈলী

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

April 19, 2026
Next Post
মুকলিকৈ সহবাস কৰিব পাৰিব… ৰোনাল্ডোৰ বাবেই সলোৱা হৈছে ছৌদি আৰবৰ আইন!

মুকলিকৈ সহবাস কৰিব পাৰিব... ৰোনাল্ডোৰ বাবেই সলোৱা হৈছে ছৌদি আৰবৰ আইন!

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? জেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? জেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.