• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সফল হ’ল স্তন প্ৰদৰ্শনৰ আন্দোলন! ফেচবুক-ইনষ্টাত এতিয়াৰে পৰা নিউডিটিৰ দোহাই দি বন্ধ নহ’ব একাউণ্ট…

সফল হ’ল স্তন প্ৰদৰ্শনৰ আন্দোলন! ফেচবুক-ইনষ্টাত এতিয়াৰে পৰা নিউডিটিৰ দোহাই দি বন্ধ নহ’ব একাউণ্ট…

3 years ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

10 minutes ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

34 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

49 minutes ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

1 hour ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

2 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

2 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

3 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

4 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

5 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

5 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

6 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সফল হ’ল স্তন প্ৰদৰ্শনৰ আন্দোলন! ফেচবুক-ইনষ্টাত এতিয়াৰে পৰা নিউডিটিৰ দোহাই দি বন্ধ নহ’ব একাউণ্ট…

editor by editor
January 20, 2023
in বিবিধ, বিশ্ব
0
সফল হ’ল স্তন প্ৰদৰ্শনৰ আন্দোলন! ফেচবুক-ইনষ্টাত এতিয়াৰে পৰা নিউডিটিৰ দোহাই দি বন্ধ নহ’ব একাউণ্ট…
0
SHARES
69.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উন্নত হৈছে সমাজ৷ আগবাঢ়িছে প্ৰযুক্তি৷ যুগৰ হাতত ধৰিয়েই বিশ্বত আৰম্ভ হৈছিল এক আজৱ আন্দোলন। এই আন্দোলনৰ নাম ‘ফ্ৰী দ্য নিপলচ্’। অৰ্থাৎ স্তন প্ৰদৰ্শনৰ আন্দোলন। এই আচহুৱা আন্দোলনক উদগনি যোগাইছিল ফেচবুক, ইনষ্টাগ্ৰাম ইউজাৰেও। অৱশেষত এই আন্দোলন সফল হ’ল৷ এতিয়াৰে পৰা উন্মুক্ত স্তনৰ ছবি পোষ্ট কৰিব পাৰিব ফেচবুক আৰু ইনষ্টাগ্ৰামত। ফেচবুক-ইনষ্টাগ্ৰামে ঘোষণা কৰিছে এই বৃহৎ সিদ্ধান্তৰ কথা।

এই দুটা ছ’চিয়েল মিডিয়া প্লেটফৰ্মে মহিলাৰ ছবি পোষ্ট কৰাৰ কঠোৰ নিয়ম সলনি কৰিবলৈ এটা ডাঙৰ সিদ্ধান্ত লৈছে। এতিয়ালৈকে ফেচবুক আৰু ইনষ্টাগ্ৰামত এনে ছবিৰ ওপৰত কেইবাটাও বাধা আছিল। যদি কোনো মহিলাই ‘উন্মুক্ত নিপল’ৰ ছবি পোষ্ট কৰে তেন্তে লগে লগে তেওঁৰ একাউন্ট বন্ধ হৈ পৰিলহেঁতেন। নতুন নিয়ম অনুসৰি সেই ব্যৱস্থা আঁতৰি গৈছে এই দুটা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা।

উল্লেখযোগ্য যে এটা দশকৰো অধিক সময় ধৰি পশ্চিমীয়া বিশ্বৰ মহিলাৰ এটা অংশই ‘নিপল মুক্ত আন্দোলন’ চলাই আহিছে। ইয়াৰ ভিতৰত বিখ্যাত গায়িকা, অভিনেত্ৰী আৰু সমাজ কৰ্মীসকলো আছে। বিশেষজ্ঞসকলৰ মতে ফেচবুক-ইনষ্টাগ্ৰামৰ এই সিদ্ধান্তৰ বাবেই তেওঁলোকৰ আন্দোলন সফল হৈছে।

মাইলী চাইৰাছ নামৰ মহিলা গৰাকী আছিল পশ্চিমীয়া বিশ্বৰ ‘ফ্ৰী দ্য নিপল’ আন্দোলনৰ অন্যতম মুখ্য এগৰাকী নেত্রী। বিখ্যাত পপ গায়িকা মাইলীয়ে ২০১৯ চনত উন্মুক্ত নিপলৰ ছবি পোষ্ট কৰিছিল। সেই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। পিছত মডেল বেলা হাদিদ আৰু কেণ্ডেল জেনাৰে একেধৰণৰ ফটো পোষ্ট কৰে। মূলতঃ তেওঁলোকৰ এই পদক্ষেপৰ বাবেই ক্ৰমান্বয়ে পৃথিৱীৰ বিভিন্ন দেশত স্তন প্ৰদৰ্শনৰ আন্দোলন বিয়পিবলৈ ধৰে। কিম কাৰ্দাছিয়ান, ৰিহানা, কাৰা ডেলিভিং, লৰ্ডেছ আৰু জো ক্ৰাভিটজৰ দৰে চেলিব্ৰিটিয়ে এই আন্দোলনত যোগদান কৰা পৰিলক্ষিত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?
বাণিজ্য

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

March 31, 2026
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

March 31, 2026
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান
ভাৰত

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

March 31, 2026
Next Post
অৱশেষত ঠাণ্ডা লাগিল ৰাহুলৰ… পিন্ধিলে জেকেট, এইবাৰ নেটিজেনে সুধিছে কি?

অৱশেষত ঠাণ্ডা লাগিল ৰাহুলৰ... পিন্ধিলে জেকেট, এইবাৰ নেটিজেনে সুধিছে কি?

হাতত মাত্ৰ ৫ দিন, নতুন ৰেচন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ?

হাতত মাত্ৰ ৫ দিন, নতুন ৰেচন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.