• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত ঠাণ্ডা লাগিল ৰাহুলৰ… পিন্ধিলে জেকেট, এইবাৰ নেটিজেনে সুধিছে কি?

অৱশেষত ঠাণ্ডা লাগিল ৰাহুলৰ… পিন্ধিলে জেকেট, এইবাৰ নেটিজেনে সুধিছে কি?

4 years ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

1 hour ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

2 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

3 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

4 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

4 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

5 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

5 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

6 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

7 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

9 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৱশেষত ঠাণ্ডা লাগিল ৰাহুলৰ… পিন্ধিলে জেকেট, এইবাৰ নেটিজেনে সুধিছে কি?

editor by editor
January 20, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
অৱশেষত ঠাণ্ডা লাগিল ৰাহুলৰ… পিন্ধিলে জেকেট, এইবাৰ নেটিজেনে সুধিছে কি?
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাঁড় কপোৱা জাৰৰ মাজতো কেৱল এটা টি-চাৰ্ট পৰিধান কৰিয়েই ‘ভাৰত জোড়ো যাত্ৰা’ অব্যাহত ৰাখিছে ৰাহুল গান্ধীয়ে৷ যাৰ বাবে ৰাহুল গান্ধীৰ ঠাণ্ডা নালাগে নেকি? কিয় কেৱল এটা হাফ টি চাৰ্ট পিন্ধি ঘূৰি ফুৰিছে ৰাহুলে? এনেধৰণৰ বহু প্ৰশ্নৰ সন্মুখীন হৈ আহিছে কংগ্ৰেছ নেতাগৰাকী৷ ইয়াৰ মাজতে জম্মুত ‘ভাৰত জোড়ো যাত্ৰা’ত প্ৰথমবাৰৰ বাবে জেকেট পৰিধান কৰা দেখা গ’ল ৰাহুল গান্ধীয়ে৷

উল্লেখ্য যে, জম্মুৰ বহুকেইটা অঞ্চলত পুৱাৰে পৰা অব্যাহত আছে হিমপ্ৰবাহ৷ যাৰ বাবে জেকেট পৰিধান কৰি যাত্ৰাত অংশ লৈছে ৰাহুল গান্ধীয়ে৷ পৰৱৰ্তী সময়ত তেওঁ জেকেট খুলি বগা টি-চাৰ্টতে পদযাত্ৰা অব্যাহত ৰাখে৷ বৰ্তমানলৈকে ১২৫ দিনীয়া ‘ভাৰত জোড়ো যাত্ৰা’ত ৩,৪০০ কিলোমিটাৰ খোজ কাঢ়িছে ৰাহুল গান্ধীয়ে৷ এই সময়ছোৱাত ৰাহুল গান্ধীয়ে কেৱল টি-চাৰ্ট পিন্ধিয়েই পদযাত্ৰা অব্যাহত ৰাখিছিল৷

ৰাহুল গান্ধীক ঠাণ্ডা নালাগে নেকি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে যদি তেওঁৰ ঠাণ্ডা লাগে, তেওঁ গৰম কাপোৰ পিন্ধিব, কিন্তু এতিয়ালৈকে তেওঁৰ ঠাণ্ডাৰ অনুভৱ হোৱা নাই। ৫২ বছৰীয়া কংগ্ৰেছ নেতাজনে ২৬ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ বানিহালত জাতীয় পতাকা উত্তোলন কৰি ২৭ জানুৱাৰীত অনন্তনাগ হৈ শ্ৰীনগৰত প্ৰৱেশ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
হাতত মাত্ৰ ৫ দিন, নতুন ৰেচন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ?

হাতত মাত্ৰ ৫ দিন, নতুন ৰেচন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ?

মহাকাশত নিজলৈ এটুকুৰা মাটি কিনি থোৱা লৰাজনৰ আজি ওপজা দিন, অনুপস্থিতিতো আয়োজন কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ ওপজা দিনৰ…

মহাকাশত নিজলৈ এটুকুৰা মাটি কিনি থোৱা লৰাজনৰ আজি ওপজা দিন, অনুপস্থিতিতো আয়োজন কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ ওপজা দিনৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.