• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতত মাত্ৰ ৫ দিন, নতুন ৰেচন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ?

হাতত মাত্ৰ ৫ দিন, নতুন ৰেচন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ?

4 years ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

28 minutes ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

2 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

2 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

3 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

15 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

16 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

16 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

17 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

17 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

17 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

18 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাতত মাত্ৰ ৫ দিন, নতুন ৰেচন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ?

editor by editor
January 20, 2023
in অসম, খাদ্য, জীৱনশৈলী, ৰাজনীতি
0
হাতত মাত্ৰ ৫ দিন, নতুন ৰেচন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ?
0
SHARES
50.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ
নতুন ৰেচন কাৰ্ডৰ বাবে ২৫ জানুৱাৰীৰ ভিতৰত কৰক আৱেদন
অন্যথা আপুনি নাপাব নতুন ৰেচন কাৰ্ড
জিলাই জিলাই চলি আছে আৱেদনৰ প্ৰক্ৰিয়া
নতুন ৰেচন কাৰ্ডৰ বাবে কেনেদৰে কৰিব আৱেদন?
গাওঁ পঞ্চায়ত নাইবা পৌৰসভাৰ কাৰ্যালয়ত শীঘ্ৰেই কৰক আৱেদন
আৱেদন কৰিব পাৰিব আৰ্থিকভাৱে দূৰ্বল, ভূমিহীন, গৃহহীন, কৰ্কট ৰোগী, HIV পজিটিভ
বিশেষভাৱে সক্ষম, বৃদ্ধাশ্ৰমৰ বাসিন্দা, পিতৃ-মাতৃহীন লৰাছোৱালী বাবেও আছে সুবিধা
ঘৰুৱা সহায়ক সহায়িকা, চাহ শ্ৰমিক, যৌন কৰ্মী, লিংগ পৰিৱৰ্তন কৰা ব্যক্তিলৈয়ো অগ্ৰাধিকাৰ
পৰিয়ালৰ বাৰ্ষিক আয় হ’ব লাগিব ২.৫ লাখৰ তলত
নতুন ৰেচন কাৰ্ডৰ বাবে দিব লাগিব কি কি তথ্য?
মূল হিতাধীকাৰীসকলৰ বেংক একাউণ্টৰ নম্বৰ,
পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ডৰ কপি
বিশেষভাৱে সক্ষমতাৰ প্ৰমাণপত্ৰ
আৱেদনকাৰীৰ ফটোৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ পাছপৰ্ট ফটো
জটিল ৰোগত আক্ৰান্ত হোৱাৰ প্ৰমাণপত্ৰ
পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ
গাওঁ প্ৰধান, পঞ্চায়তৰ সভাপতি, পৌৰসভাৰ প্ৰমাণপত্ৰ
জন্মৰ প্ৰমাণপত্ৰ দি ২৫ জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আৱেদন
এই আঁচনিত আছে বিনামূলীয়া ৰেচনৰ লগতে ৫ লাখ টকাৰ চিকিৎসা ব্যয়

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
Next Post
মহাকাশত নিজলৈ এটুকুৰা মাটি কিনি থোৱা লৰাজনৰ আজি ওপজা দিন, অনুপস্থিতিতো আয়োজন কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ ওপজা দিনৰ…

মহাকাশত নিজলৈ এটুকুৰা মাটি কিনি থোৱা লৰাজনৰ আজি ওপজা দিন, অনুপস্থিতিতো আয়োজন কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ ওপজা দিনৰ...

কলিজা আইতাৰ স্বাস্থ্য কেনে? স্বাস্থ্যৰ শেহতীয়া আপডেট কি দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই…

কলিজা আইতাৰ স্বাস্থ্য কেনে? স্বাস্থ্যৰ শেহতীয়া আপডেট কি দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.