• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিজা আইতাৰ স্বাস্থ্য কেনে? স্বাস্থ্যৰ শেহতীয়া আপডেট কি দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই…

কলিজা আইতাৰ স্বাস্থ্য কেনে? স্বাস্থ্যৰ শেহতীয়া আপডেট কি দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই…

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

47 minutes ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

2 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

2 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

3 hours ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

5 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

5 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

5 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

6 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

7 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

7 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কলিজা আইতাৰ স্বাস্থ্য কেনে? স্বাস্থ্যৰ শেহতীয়া আপডেট কি দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই…

editor by editor
January 21, 2023
in অসম, গুৱাহাটী, জীৱনশৈলী, স্বাস্থ্য
0
কলিজা আইতাৰ স্বাস্থ্য কেনে? স্বাস্থ্যৰ শেহতীয়া আপডেট কি দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই…
0
SHARES
19.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় ২৪ ঘণ্টা অজ্ঞান হৈ থকাৰ পিছত শনিবাৰে সম্বিত ঘূৰি আহিছে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’ৰ। বিগত তিনি দিন ধৰি চকু নেমেলা আইতাই আজি দুই-এটা কথাও ক’বলৈ আৰম্ভ কৰিছে। এই কথা জানিবলৈ দিছে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোম কৰ্তৃপক্ষই।

অ’ল্ড এজ হোম কৰ্তৃপক্ষই আইতাৰ সাধাৰণভাৱে সুস্থ হোৱাত গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পতালৰ চিকিৎসক, চিকিৎসা কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰাইজৰ মৰমৰ শলাগ লয়। অৱশ্যে এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই আইতা। স্বাস্থ্যৰ সামান্য উন্নতি হোৱাৰ খবৰটোৱে কিন্তু বহুতকে আনন্দ দিছে। সকলোৰে মৰমৰ সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা। শতকগৰকা কলিজা আইতাৰ কথা–বতৰাই সকলোকে মুগ্ধ কৰি আহিছে।

বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰা কলিজা আইতাক বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমানো আই চি ইউতে চিকিৎসাধীন হৈ আছে তেওঁ। এতিয়া সকলোৱে আশা কৰিছে আইতা সোনকালে সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি আহক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

August 21, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

August 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

August 21, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

August 21, 2026
Next Post
প্ৰধানমন্ত্ৰীক বিহিলে ১০,০০০ টকাৰ জৰিমনা, আৰক্ষীয়ে কিয় বিহিলে জৰিমনা? সবিশেষ…

প্ৰধানমন্ত্ৰীক বিহিলে ১০,০০০ টকাৰ জৰিমনা, আৰক্ষীয়ে কিয় বিহিলে জৰিমনা? সবিশেষ...

সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?

সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.