• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা পৰ্যাপ্ত টোপনি হোৱাৰ পাছতো ঘনাই হামি আহে? এয়াও হাৰ্ট এটেকৰেই লক্ষণ!

নিশা পৰ্যাপ্ত টোপনি হোৱাৰ পাছতো ঘনাই হামি আহে? এয়াও হাৰ্ট এটেকৰেই লক্ষণ!

4 years ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

26 minutes ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

2 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

2 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

3 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

4 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

4 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

5 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

5 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

6 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

7 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা পৰ্যাপ্ত টোপনি হোৱাৰ পাছতো ঘনাই হামি আহে? এয়াও হাৰ্ট এটেকৰেই লক্ষণ!

editor by editor
January 22, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
নিশা পৰ্যাপ্ত টোপনি হোৱাৰ পাছতো ঘনাই হামি আহে? এয়াও হাৰ্ট এটেকৰেই লক্ষণ!
0
SHARES
739
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিশা ঘন টোপনিৰ পাছতো দিনটো হামিয়াই থাকে৷ এয়া কোনো বাদ দিয়া বিষয় নহয়৷ স্লীপ ফাউণ্ডেছনৰ তথ্য অনসৰি এজন প্ৰাপ্তবয়স্ক মানুহৰ দিনটোত ৫-১০ বাৰকৈ হামি আহে৷ কিছুসংখ্যকৰ ক্ষেত্ৰত হামি বেছিকৈয়ো আহে৷ টোপনি নহ’লে হামি অহাটো স্বাভাৱিক যদিও অনবৰতে হামিয়াই থকাটো কিন্তু স্বাভাৱিক নহয়৷ শৰীৰত কি কি অসুবিধা থাকিলে অনবৰত হামি আহি থাকে?

স্নায়ুৰ সমস্যা
স্নায়ুগত সমস্যা থাকিলেও ঘনাই হামি আহি থাকে৷ ডিমেনচিয়াৰো লক্ষণ হ’ব পাৰে হামি অহাটো৷ অতিৰিক্তভাৱে হামি আহি থাকিলে বিষয়টো লৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন৷

শৰীৰৰ তাপমাত্ৰা বাঢ়ি যোৱা
পৰ্যাপ্ত পৰিমানে টোপনি হোৱাৰ পাছতো হামি অহাৰ আন এক কাৰণ হ’ল শৰীৰৰ তাপমাত্ৰা বাঢ়ি যোৱা৷ শৰীৰৰ তাপমাত্ৰা বাঢ়ি গ’লে মস্তিষ্কৰ তাপমাত্ৰাও বাঢ়ি যায়৷ এনেদৰে তাপমাত্ৰা বাঢ়ি গ’লে হামি আহিব পাৰে৷ এনেদৰে ঘনাই হামি আহিলে ঠাণ্ডা পানী খাব পাৰে৷

হাৰ্ট এটেকৰো লক্ষণ

অত্যাধিক হামি অহাতো হাৰ্ট এটেকৰো লক্ষণ৷ হামিৰ স্নায়ুৰ সৈতে সমৰ্ক থাকে৷ চিকিৎসকে জনোৱা অনুসৰি হৃদপিণ্ডৰ চাৰিওফালে ৰক্তক্ষৰণ হ’লেও ঘনাই হামি আহে৷ একোজন হাৰ্টৰ ৰোগীয়ে এইক্ষেত্ৰত অধিক সতৰ্ক হ’ব লাগে৷ ষ্ট্ৰোকৰ আগজাননিও এই হামি অহাটো৷ বিশেষকৈ শৰীৰচৰ্চা কৰাৰ সময়ত যদি অত্যাধিক হামি আহে তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা আছে৷ সেয়ে তৎকালেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
Next Post
২৫০ গৰাকী যৌনদাসী ৰাখিছিল! প্ৰতিদিনেই কৰোৱাইছিল এই কাম…আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড

২৫০ গৰাকী যৌনদাসী ৰাখিছিল! প্ৰতিদিনেই কৰোৱাইছিল এই কাম...আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড

অসমত কেৱল জুবিনেই চলে! শ্বাহৰুখৰ পাঠান নে জুবিনৰ ডঃ বেজবৰুৱা-২ চলিব অসমত?

অসমত কেৱল জুবিনেই চলে! শ্বাহৰুখৰ পাঠান নে জুবিনৰ ডঃ বেজবৰুৱা-২ চলিব অসমত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.