• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁ মানুহক ভালপাব লাগিব! বিবাহত বহিবলৈ সাজু ৰাহুল, কইনা হ’ব কোন?

তেওঁ মানুহক ভালপাব লাগিব! বিবাহত বহিবলৈ সাজু ৰাহুল, কইনা হ’ব কোন?

4 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

5 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

6 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

6 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

6 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

7 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

8 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

9 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

10 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

10 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

11 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তেওঁ মানুহক ভালপাব লাগিব! বিবাহত বহিবলৈ সাজু ৰাহুল, কইনা হ’ব কোন?

editor by editor
January 23, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
তেওঁ মানুহক ভালপাব লাগিব! বিবাহত বহিবলৈ সাজু ৰাহুল, কইনা হ’ব কোন?
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহত মন মেলিছে ৰাহুল গান্ধীয়ে৷ দেশৰ বহু যুৱতীৰ ক্ৰাছ ৰাহুল গান্ধী৷ বয়সে অৰ্ধশতক কোৱালেও ৰাহুলৰ শৰীৰি অৱয়ৱ ২৫ বছৰীয়া চফল ডেকাতকৈ কোনোগুণে কম নহয়৷ দেশৰ মষ্ট’ ইলিজিৱল হেণ্ডছাম বুলিলেই নাম আহে ৰাহুল গান্ধীৰ৷ এক সাক্ষাৎকাৰত অৱশেষত ৰাহুলে কৈ পেলালে বিবাহৰ বাবে পছন্দৰ পাত্ৰীৰ কথা৷ কেনে নাৰী ৰাহুলৰ পছন্দ সেই কথাও সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছে ৰাহুলে৷ লগতে কেতিয়ালৈ বিবাহ কৰাব সেই কথাও জনালে ৰাহুলে৷

ৰাহুল গান্ধীয়ে কেতিয়া বিবাহ কৰাব?

এগৰাকী ইউটিউবাৰক দিয়া সাক্ষাৎকাৰত ৰাহুলে সেই সন্দৰ্ভত কৈছে, ‘যেতিয়াই সঠিক প্ৰাৰ্থী পাম সেইদিনটোতেই মই বিবাহ কৰাম৷’ কাৰ্লি টেলছক দিয়া সাক্ষাৎকাৰটোত ৰাহুলে কৈছে, ‘প্ৰেমময় ব্যক্তিত্বৰ লগতে বুদ্ধিমান এগৰাকী নাৰীহে মোৰ পছন্দ৷ মা নতুবা আইতা ইন্দিৰা গান্ধীৰ গুণ দেখা পালে মই বিবাহ কৰোৱাত একোৱেই বাধা নাই৷ কিন্তু মোৰ পত্নীগৰাকীয়ে কেৱল মোক ভালপালেই নহ’ব তেওঁ মানুহৰ ভালপাব লাগিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
Next Post
কি কি ভিটামিনৰ অভাৱত মাইগ্ৰেনৰ সমস্যাই দেখা দিয়ে?

কি কি ভিটামিনৰ অভাৱত মাইগ্ৰেনৰ সমস্যাই দেখা দিয়ে?

২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?

২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.