• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?

২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?

2 weeks ago
কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

3 hours ago
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

3 hours ago
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

6 hours ago
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

7 hours ago
মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

8 hours ago
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

8 hours ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

1 day ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

1 day ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

2 days ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

2 days ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

2 days ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

2 days ago
  • About
  • Advertise
  • Careers
Saturday, February 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?

editor by editor
January 23, 2023
in জীৱনশৈলী, ভাৰত, সংগীত
0
২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?
0
SHARES
24k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰৰ তালিকাত নাম আছে অলকা ইয়াগনিকৰো৷ মাত্ৰ ১৪ বছৰ বয়সৰ পৰাই প্লে বেক চিংগাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল অলকা ইয়াগনিকে৷ লতা মংগেশকাৰ, আশা মংগেশকাৰৰ পাছতেই আহে অলকাৰ নাম৷ মুঠ ১৬ টা ভাষাত ২,০০০ ৰো অধিক গীত গাইছে তেওঁ৷ নব্বৈৰ দশকত মেলডি কুইনৰ শীৰ্ষত আছিল অলকা৷ অন্য গায়ক-গায়িকাতকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ চৰ্চা খুবেই ক’ম৷

১৯৮৯ চনত শিলঙস্থিত ব্যৱসায়ী নীৰজ কাপুৰৰ সৈতে বিবাহত বহিছিল অলকা৷ কেৰিয়াৰৰ বাবে স্বামীৰ সৈতে একেলগে থকাৰ সুযোগেই পোৱা নাছিল অলকাই৷ দূৰে দূৰে থাকিও কিন্তু দুয়োৰে মাজত অটুত আছিল ভালপোৱা৷ ২৫ বছৰ ধৰি লং ডিষ্টেনছ ৰিলেশ্যনচিপত আছিল দুয়ো৷ ১৯৮৬ চনত অলকাই মাতৃৰ সৈতে নতুন দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল৷ তাতেই সাক্ষাৎ হৈছিল নীৰাজৰ সৈতে৷ প্ৰথমে বন্ধুত্ব তাৰপিছত বিবাহ৷

অলকাৰ পৰিয়ালে পোনতে এই বিবাহত মত দিয়া নাছিল৷ কিয়নো অলকাই মুম্বাইত কেৰিয়াৰ আৰম্ভ কৰিছিলহে৷ তেনেক্ষেত্ৰত মুম্বাইৰ বাহিৰৰ এজন ব্যৱসায়ীৰ সৈতে বিয়া কৰোৱাই কেৰিয়াৰত খেলিমেলিৰ সৃষ্টি হোৱাটো পৰিয়ালে বিচৰা নাছিল৷ নীৰাজৰ সৈতে তেওঁ শ্বিলঙলৈ গুচি যোৱাটো কোনো কাৰণতে সম্ভৱ নহয়৷ কিন্তু সকলো বাধা আঁতৰাই দুয়ো বিয়াত বহে৷ বিবাহৰ এবছৰৰ পাছতেই মাতৃও হৈছিল অলকা৷ কন্যাক লৈ অকলেই মুম্বাইত সংগ্ৰাম অব্যাহত ৰাখে অলকাই৷ এক সাক্ষাৎকাৰত অলকাই এই সন্দৰ্ভত কয়, ‘মই কোনো অন্য পুৰুষৰ সৈতে কেতিয়াও আকৃষ্টই নহওঁ৷ মোৰ প্ৰেমক লৈ ধাৰণা কিছু পৃথক৷ মই সোঁতত উটি যোৱা ব্যক্তি কোনোদিনেই নহয়৷ বৰং সকলো অতিক্ৰমি প্ৰতিদিনেই মই নীৰাজৰ প্ৰেমতেই পৰিছো৷ বিশ্বাসেই আমাৰ সম্পৰ্কটো ধৰি ৰাখিলে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ
অসম

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

February 4, 2023
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা
বাণিজ্য

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

February 4, 2023
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট
জীৱনশৈলী

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

February 4, 2023
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…
অপৰাধ

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

February 4, 2023
Next Post
‘শ্বাহৰুখক মই মূৰত লৈ নাচিম! পাঠান নাচাম কি কথা কয়…’ কোনে কিয় ক’লে এই কথা?

'শ্বাহৰুখক মই মূৰত লৈ নাচিম! পাঠান নাচাম কি কথা কয়...' কোনে কিয় ক'লে এই কথা?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.