অসম লাইভ২৪ঃ ২৫ তাৰিখে মই পাঠান চাবলৈ সাজু দেশৰ সমান্তৰালকৈ অসমৰো বহুলোক৷ পাঠানক লৈ যিমানেই বিতৰ্ক বাঢ়িছে সিমানেই একাংশৰ বাঢ়িছে পাঠান ক্ৰেজ৷ অসমৰ চুকে-কোণে এতিয়া বহুতৰেই উঠিছে পাঠানৰ জ্বৰ৷
গোৱালপাৰাৰ এগৰাকী শ্বাহৰুখ অনুৰাগীয়ে চিনেমা সম্পৰ্কত দিয়া মন্তব্যত কয়, ‘শ্বাহৰুখৰ চিনেমা চামেই৷ লগপালে শ্বাহৰুখক মূৰত লৈ নাচিম৷ তেওঁক বহুত ভালপাও৷ যিয়েই যি নকওক মই পাঠান চামেই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ