• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুকুৰ বিষ মানেই হাৰ্ট এটেক নহয়! গেছৰ বিষ নে হৃদৰোগ কেনেকৈ বুজিব?

3 years ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

30 minutes ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

41 minutes ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

1 hour ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

2 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

18 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

19 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

20 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

22 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

23 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুকুৰ বিষ মানেই হাৰ্ট এটেক নহয়! গেছৰ বিষ নে হৃদৰোগ কেনেকৈ বুজিব?

editor by editor
February 8, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
বুকুৰ বিষ মানেই হাৰ্ট এটেক নহয়! গেছৰ বিষ নে হৃদৰোগ কেনেকৈ বুজিব?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুকুৰ বিষ হ’লে সকলোৰে ধাৰণা যে হাৰ্টৰ ৰোগে শৰীৰত ঠাই লৈছে৷ বুুকুৰ বিষ মানেই হাৰ্টৰ ৰোগৰ উপসৰ্গ নহয়৷ গেছৰ কাৰণেও বুকুৰ বিষ হ’ব পাৰে৷ হাৰ্টৰ সমস্যাৰ বাবেই বুকুৰ বিষ হৈছে নে অন্যান্য কাৰণত হৈছে সেয়া কেনেকৈ বুজিব?

হাৰ্টৰ সমস্যা হ’লে বুকুৰ একেবাৰে মাজ অংশত বিষ অনুভূত হয়৷ বুকুৰ মাজত চাপ অনুভৱ হয়৷ বিষটো পিঠিৰ ফালেও গতি কৰিব পাৰে৷ এই বিষক এনজাইনেল পেইন বুলিও কোৱা হয়৷ এই বিষ এবাৰ আৰম্ভ হ’লে এক মিনিট বা কেইবা ছেকেণ্ডলৈ থাকিব পাৰে৷ বিষৰ লগতে প্ৰচণ্ড ঘামো ওলায়৷ শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱো হ’ব পাৰে৷ ভৰি-হাত ঠাণ্ডা হৈ পৰিব পাৰে৷ এই সকলোবোৰ উপসৰ্গই হাৰ্ট এটেকৰ একোটা লক্ষণ৷

কি কি কাৰণত বুকুৰ বিষ হয়?
মানসিক চাপঃ বহুসময়ত মানসিক চাপ আৰু উদ্বেগৰ বাবে ঘাম ওলোৱাৰ লগতে শ্বাস-প্ৰশ্বাসত কষ্ট হয়৷ মানসিক চাপৰ বাবেও বহুসময়ত বুকুৰ বিষ হয়৷

ইছোফজিয়েল পেশীৰ খুচা-বিন্ধাঃ হঠাৎ বুকুৰ বিষৰ লগতে খাদ্যনলীত অস্বাভাৱিক সংকোচন আৰু চেপি ধৰিলেই বিষ অনুভৱ হয়৷ বুকুত বিষ হ’লে অযথা অৱহেলা কৰা উচিত নহয়৷ হাৰ্ট এটেকৰ ক্ষেত্ৰত বুকুৰ বিষৰ লগতে কান্ধৰ বিষেও দেখা দিয়ে৷ খোজ কাঢ়িলে, শৰীৰচৰ্চা কৰোতে নতুবা বিশ্ৰাম কৰি থকাৰ অৱস্থাতো হৃদৰোগত আক্ৰান্ত লোকৰ বিষ হ’ব পাৰে৷ লক্ষণসমূহ থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

January 30, 2026
Next Post
কলেষ্টৰলৰ সমস্যাত ভূগিছে? দৈনিক খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ পাচলি

প্ৰেমৰ দিনটোত আলিংগন কৰক আপোনাৰ ঘৰৰ দামূৰিজনীকো! ভেলেণ্টাইনৰ সৈতে গৰুৰ সম্পৰ্ক কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন