• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংকতো সুৰক্ষিত নহয় ধন! বেংকৰ লকাৰতেই উঁইয়ে খালে লক্ষ লক্ষ ধন

বেংকতো সুৰক্ষিত নহয় ধন! বেংকৰ লকাৰতেই উঁইয়ে খালে লক্ষ লক্ষ ধন

3 years ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

6 minutes ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

30 minutes ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

45 minutes ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

1 hour ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

2 hours ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

3 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

4 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

5 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

6 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

6 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

18 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বেংকতো সুৰক্ষিত নহয় ধন! বেংকৰ লকাৰতেই উঁইয়ে খালে লক্ষ লক্ষ ধন

editor by editor
February 15, 2023
in বিবিধ, ভাৰত
0
বেংকতো সুৰক্ষিত নহয় ধন! বেংকৰ লকাৰতেই উঁইয়ে খালে লক্ষ লক্ষ ধন
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কষ্টোপাৰ্জিত ধন বেংকত ৰখাটো আমাৰ প্ৰত্যেকৰেই পুৰণি স্বভাৱ৷ বেংকত ধন সুৰক্ষিত বুলি প্ৰত্যেকজন ব্যক্তিৰেই সহজ ধাৰণা৷ পিছে এই ধাৰণাক মিছা প্ৰমাণিত কৰি সংঘটিত হৈছে অন্য এক ঘটনা৷ ৰাজস্থানৰ পাঞ্জাৱ নেশ্ব্যনেল বেংকত সংঘটিত ঘটনাই বেংকৰ সুৰক্ষাৰ দিশটোলৈকে প্ৰশ্ন আনিছে৷

সুনীতা মেহতা নামৰ এগৰাকী গ্ৰাহকৰ অভিযোগ অনুসৰি ৰাজস্থানৰ উদয়পুৰত পঞ্জাৱ নেশ্ব্যনেল বেংকত নিজা লকাৰ আছিল সুনীতাৰ৷ তাতেই নিজা কষ্টোপাৰ্জিত ২ লাখ ১৫ হাজাৰ টকা জমা থৈছিল সুনীতাই৷ কিন্তু লকাৰ খুলিয়েই মূৰে-কঁপালে হাত দিছে সুনীতাই৷ লকাৰৰ ভিতৰত অসংখ্য উঁইয়ে খাই পেলাইছে লকাৰৰ ভিতৰৰ সমস্ত ধন৷ কেৱল সুনীতাৰ ধনেই নহয় অন্য বহুকেইগৰাকী গ্ৰাহকৰ ধন খাই পেলাইছে উঁইয়ে৷ বেংকৰ প্ৰায় ২০-২৫ টা লকাৰৰ ধন খাই পেলাইছে উঁইয়ে৷

এই ঘটনাৰ পাছতেই প্ৰশ্ন উত্থাপিত হৈছে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে৷ গ্ৰাহকৰ অভিযোগৰ পাছতেই আৰক্ষীয়ে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইতিমধ্যে বেংক মেনেজাৰক সোধপোছৰ বাবে থানালৈ মাতি পঠিয়াইছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক
জীৱনশৈলী

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

April 21, 2026
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?
জীৱনশৈলী

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

April 21, 2026
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

April 21, 2026
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ
জীৱনশৈলী

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

April 21, 2026
Next Post
কেৰিয়াৰত উন্নতি কৰিবলৈ চানক্যৰ এই ৩টা উপদেশ মানিবই, অন্যথা সফল জীৱনত মন্ত্ৰণা আওৰাইয়ো বিফল হ’ব আপুনি

কেৰিয়াৰত উন্নতি কৰিবলৈ চানক্যৰ এই ৩টা উপদেশ মানিবই, অন্যথা সফল জীৱনত মন্ত্ৰণা আওৰাইয়ো বিফল হ’ব আপুনি

গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.