• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংকতো সুৰক্ষিত নহয় ধন! বেংকৰ লকাৰতেই উঁইয়ে খালে লক্ষ লক্ষ ধন

7 months ago
গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?

12 hours ago
‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

13 hours ago
কানাডা ভাৰতৰ নতুন শত্ৰু নেকি? কানাডাত ভাৰতক আক্ৰমণ কৰিবৰ বাবেই কালসৰ্প পুঁহি থকা হৈছে নেকি? ক’ৰ পৰা আৰম্ভ হৈছে ভাৰত-কানাডাৰ বিবাদ?

14 hours ago
দুৰ্গাৰ অতি প্ৰিয় এই ৪ৰাশি, সকলো দুখ-কষ্টৰ পৰা দুৰ্গাই ৰক্ষা কৰিব এই ৪ৰাশিক

15 hours ago
সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

17 hours ago
সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

এয়াই প্ৰথম, এয়াই শেষ…বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

18 hours ago
য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী

1 day ago
হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

2 days ago
১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

মাত্ৰ ৪৮ ঘণ্টা, হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰৰ বুকুত আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞান? মুখ খুলিছে ইছৰোৰ বিজ্ঞানীয়ে

  • About
  • Advertise
  • Careers
Friday, September 22, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বেংকতো সুৰক্ষিত নহয় ধন! বেংকৰ লকাৰতেই উঁইয়ে খালে লক্ষ লক্ষ ধন

editor by editor
February 15, 2023
in বিবিধ, ভাৰত
0
বেংকতো সুৰক্ষিত নহয় ধন! বেংকৰ লকাৰতেই উঁইয়ে খালে লক্ষ লক্ষ ধন
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কষ্টোপাৰ্জিত ধন বেংকত ৰখাটো আমাৰ প্ৰত্যেকৰেই পুৰণি স্বভাৱ৷ বেংকত ধন সুৰক্ষিত বুলি প্ৰত্যেকজন ব্যক্তিৰেই সহজ ধাৰণা৷ পিছে এই ধাৰণাক মিছা প্ৰমাণিত কৰি সংঘটিত হৈছে অন্য এক ঘটনা৷ ৰাজস্থানৰ পাঞ্জাৱ নেশ্ব্যনেল বেংকত সংঘটিত ঘটনাই বেংকৰ সুৰক্ষাৰ দিশটোলৈকে প্ৰশ্ন আনিছে৷

সুনীতা মেহতা নামৰ এগৰাকী গ্ৰাহকৰ অভিযোগ অনুসৰি ৰাজস্থানৰ উদয়পুৰত পঞ্জাৱ নেশ্ব্যনেল বেংকত নিজা লকাৰ আছিল সুনীতাৰ৷ তাতেই নিজা কষ্টোপাৰ্জিত ২ লাখ ১৫ হাজাৰ টকা জমা থৈছিল সুনীতাই৷ কিন্তু লকাৰ খুলিয়েই মূৰে-কঁপালে হাত দিছে সুনীতাই৷ লকাৰৰ ভিতৰত অসংখ্য উঁইয়ে খাই পেলাইছে লকাৰৰ ভিতৰৰ সমস্ত ধন৷ কেৱল সুনীতাৰ ধনেই নহয় অন্য বহুকেইগৰাকী গ্ৰাহকৰ ধন খাই পেলাইছে উঁইয়ে৷ বেংকৰ প্ৰায় ২০-২৫ টা লকাৰৰ ধন খাই পেলাইছে উঁইয়ে৷

এই ঘটনাৰ পাছতেই প্ৰশ্ন উত্থাপিত হৈছে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে৷ গ্ৰাহকৰ অভিযোগৰ পাছতেই আৰক্ষীয়ে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইতিমধ্যে বেংক মেনেজাৰক সোধপোছৰ বাবে থানালৈ মাতি পঠিয়াইছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?
জীৱনশৈলী

September 21, 2023
‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?
ভাৰত

‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

September 21, 2023
কানাডা ভাৰতৰ নতুন শত্ৰু নেকি? কানাডাত ভাৰতক আক্ৰমণ কৰিবৰ বাবেই কালসৰ্প পুঁহি থকা হৈছে নেকি? ক’ৰ পৰা আৰম্ভ হৈছে ভাৰত-কানাডাৰ বিবাদ?
বিশ্ব

কানাডা ভাৰতৰ নতুন শত্ৰু নেকি? কানাডাত ভাৰতক আক্ৰমণ কৰিবৰ বাবেই কালসৰ্প পুঁহি থকা হৈছে নেকি? ক’ৰ পৰা আৰম্ভ হৈছে ভাৰত-কানাডাৰ বিবাদ?

September 21, 2023
দুৰ্গাৰ অতি প্ৰিয় এই ৪ৰাশি, সকলো দুখ-কষ্টৰ পৰা দুৰ্গাই ৰক্ষা কৰিব এই ৪ৰাশিক
জীৱনশৈলী

দুৰ্গাৰ অতি প্ৰিয় এই ৪ৰাশি, সকলো দুখ-কষ্টৰ পৰা দুৰ্গাই ৰক্ষা কৰিব এই ৪ৰাশিক

September 21, 2023
Next Post
কেৰিয়াৰত উন্নতি কৰিবলৈ চানক্যৰ এই ৩টা উপদেশ মানিবই, অন্যথা সফল জীৱনত মন্ত্ৰণা আওৰাইয়ো বিফল হ’ব আপুনি

গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন