• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে…

অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে…

3 years ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

25 seconds ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 hour ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

2 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

2 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

3 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

3 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

4 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

5 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

22 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

23 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে…

editor by editor
February 22, 2023
in অসম, বিশ্ব, ভাৰত, ৰাজনীতি
0
অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে…
0
SHARES
542
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেচিবাদ এতিয়াও জীয়াই আছে৷ ফেচিবাদক লৈ ৰাহুল গান্ধীৰ এটা বিশেষ মন্তব্যই বিদেশী সংবাদপত্ৰতো মুখ্যবাতৰি হৈ পৰিছে৷ ৰাহুলে ইটালিৰ এক সংবাদমাধ্যমত দিছে বিশেষ সাক্ষাৎকাৰ৷ সাক্ষাৎকাৰত ৰাহুলে বৰ্তমান ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাক লৈ কৰিছে বিশেষ মন্তব্য৷

ইটালীৰ দৈনিক বাতৰি কাকত Corriere della Seraত ৰাহুল গান্ধীয়ে সাক্ষাৎকাৰ দিয়াৰ পাছতেই ব্ৰিটেইনৰ সংবাদমাধ্যমতো ৰাহুলৰ মন্তব্যৰ চৰ্চা চলিছে৷ সাক্ষাৎকাৰটোত ৰাহুলে ভাৰত জোড়ো যাত্ৰাত হোৱা অভিজ্ঞতাৰ কথাও প্ৰকাশ কৰিছে৷ পিতৃ ৰাজীৱ গান্ধী আৰু আইতাৰ ইন্দিৰা গান্ধীক সোঁৱৰি আৱেগিক হোৱা ৰাহুলে ভাৰতীয় সংসদীয় ৰাজনীতিৰ কথাও সুন্দৰকৈ ফুটাই তুলিছে৷ ৰাহুলক সাংবাদিকে প্ৰশ্ন কৰিছে, আপুনি এতিয়াও চিংগল? উত্তৰত ৰাহুলে কৈছে- ভাৰত জোড়ো যাত্ৰা তপস্যাতকৈ কোনো গুণে কম নহয়৷ সংস্কৃতত থকা তপস্যা শব্দটোৰ সাৰমৰ্ম মই উপলব্ধি কৰিছো৷ পশ্চিমীয়া দেশৰ মানুহে হয়তো মোৰ এই কথা বুজি নাপাব৷ সহজ কথাত এয়া আত্মত্যাগ, মোৰ জীৱনটোৰ সৈতে আত্মত্যাগ শব্দটো নিবিড়ভাৱে জড়িত৷

ৰাহুলক কৰা দ্বিতীয় প্ৰশ্নটো আছিল, এইযে দেশত হিন্দু-মুছলমান মেৰুকৰণৰ কথা বাৰে বাৰে উত্থাপিত হৈছে, বাস্তৱত তাত কি চলিছে? ৰাহুলে উত্তৰ দিছে- সংবাদ মাধ্যমে প্ৰকাশ কৰাখিনিক লৈয়ে প্ৰশ্ন কৰাটো সমিচিন নহয়৷ কথা হ’ব লাগে দাৰিদ্ৰতাৰ, নিৰক্ষৰৰ, মূল্যবৃদ্ধিৰ, কভিডকালিন পৰিস্থিতিৰ মোকাবিলাৰ এইধৰণৰ ধৰ্মীয় মেৰুকৰণক লৈ প্ৰকৃততে চৰ্চাই হ’ব নালাগে৷

তাৰপাছতেই ৰাহুলক সোধা হৈছিল ফেচিবাদ বিষয়ক এটা বিশেষ প্ৰশ্ন৷ ফেচিবাদ ভাৰতত এতিয়াও আছেনে? উত্তৰত ৰাহুলে কৈছে- দুৰ্ভাগ্যৰ কথা এয়ে যে ফেচিবাদ এতিয়াও জীয়াই আছে৷ গণতান্ত্ৰিক ব্যৱস্থা ভাঙি পৰিছে৷ সংসদতো একেই৷ দুবছৰে বিৰোধীয়ে সংসদত মাতেই মাতিব পৰা নাই৷ আমি কথা ক’ব খুজিলেই মাইক বন্ধ কৰি দিয়ে৷ ন্যায় ব্যৱস্থাও এতিয়া স্বাধীন হৈ থকা নাই৷

ইয়াৰোপৰি ৰাজনৈতিক প্ৰেক্ষাপটক লৈ ৰাহুলে কয়, ‘অন্যান্য সকলো বিৰোধী দল যদি একলগ হয় তেন্তে মোদীৰ পতন অনিবাৰ্য৷’ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈয়ো ৰাহুলে কয়, ‘যুদ্ধ-হিংসাই অশান্ত পৰিবেশৰ সৃষ্টি কৰে৷ শান্তিপূৰ্ণ সমাধানক মই সদায়ে প্ৰাধান্য দিও৷’

জীৱন সন্দৰ্ভত ৰাহুলৰ কি ধাৰণা সেই প্ৰশ্নৰো উত্তৰ দিয়ে ৰাহুলে৷ ৰাহুলে কয়, ‘আইতা, দেউতাক হেৰুৱাইছো৷ মোৰ নিজৰ জীৱনক লৈয়ো মোৰ বিশেষ ভয় নাই৷ বিবাহ মই কিয় কৰোৱা নাই তাৰ উত্তৰ মই দিব নোৱাৰিম৷ কিন্তু অচিৰেই এই প্রশ্নৰ উত্তৰো হয়তো মই দিম৷ বিবাহ নকৰালেও শিশু মোৰ খুবেই প্ৰিয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
দুবছৰ পূৰ্বে আজিৰ দিনটোতেই ফাগুন ৰঙা হৈ ফুলিছিল বৰষাৰ শিৰত, বৰষা-ভাস্কৰৰ যুগ্ম জীৱনৰ দুবছৰ, সামাজিক মাধ্যমত দুয়োলৈকে শুভেচ্ছা বহুজনৰ…

দুবছৰ পূৰ্বে আজিৰ দিনটোতেই ফাগুন ৰঙা হৈ ফুলিছিল বৰষাৰ শিৰত, বৰষা-ভাস্কৰৰ যুগ্ম জীৱনৰ দুবছৰ, সামাজিক মাধ্যমত দুয়োলৈকে শুভেচ্ছা বহুজনৰ...

মাত্ৰ ৬ ছেকেণ্ডৰ চুম্বনতেই লুকাই আছে সম্পৰ্কৰ মাপকাঠি, কি কয় বিশেষজ্ঞই…

মাত্ৰ ৬ ছেকেণ্ডৰ চুম্বনতেই লুকাই আছে সম্পৰ্কৰ মাপকাঠি, কি কয় বিশেষজ্ঞই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.