• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৬ ছেকেণ্ডৰ চুম্বনতেই লুকাই আছে সম্পৰ্কৰ মাপকাঠি, কি কয় বিশেষজ্ঞই…

মাত্ৰ ৬ ছেকেণ্ডৰ চুম্বনতেই লুকাই আছে সম্পৰ্কৰ মাপকাঠি, কি কয় বিশেষজ্ঞই…

3 years ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

9 seconds ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

29 minutes ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

56 minutes ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

2 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

3 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

3 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

4 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

4 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

5 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

6 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

6 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৬ ছেকেণ্ডৰ চুম্বনতেই লুকাই আছে সম্পৰ্কৰ মাপকাঠি, কি কয় বিশেষজ্ঞই…

editor by editor
February 22, 2023
in জীৱনশৈলী
0
মাত্ৰ ৬ ছেকেণ্ডৰ চুম্বনতেই লুকাই আছে সম্পৰ্কৰ মাপকাঠি, কি কয় বিশেষজ্ঞই…
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নাৰী-পুৰুষৰ সম্পৰ্ক যেনেকৈ সহজ তেনেকৈ জটিলো৷ সৰু সৰু ঘটনাক কেন্দ্ৰ কৰিয়েই কেতিয়াবা সম্পৰ্ক ভাঙিও যায়৷ বিশেষজ্ঞই সম্পৰ্ক মসৃণ কৰিবলৈকে আগবঢ়াইছে কেইটামান বিশেষ টিপছ৷

বিশেষজ্ঞই প্ৰকাশ কৰা অনুযায়ী ৬ ছেকেণ্ডৰ এটা চুম্বনতেই লুকাই থাকে সুখী দাম্পত্যৰ মাপকাঠি৷ সম্পৰ্কৰ ৰাসায়ন সময়ে সময়ে সলনি হয় মানুহৰ৷ সম্পৰ্ক একোটাৰ আৰম্ভণি যেনেদৰে ৰঙীন থাকে আজীৱনেই সেয়া ৰঙীন হৈ থাকিব তেনে কোনো কথাও নাথাকে৷ সময়ৰ সৈতে সম্পৰ্ক সলনি হয়৷ পাৰিপাৰ্শ্বিকৰ বাবে বহুসময়ত সম্পৰ্কত প্ৰভাৱ পৰে৷ সম্পৰ্কত দূৰত্ব আহে৷

সম্পৰ্ক ভালে ৰাখিবলৈ বিশেষজ্ঞই দিছে কেইটামান বিশেষ পৰামৰ্শ৷ ওৱাছিংটন বিশ্ববিদ্যালয়ৰ মনস্তত্ত্বক বিভাগৰ অধ্যাপক ডঃ জন গেটমেনে জনোৱা অনুসৰি মাত্ৰ ৬ ছেকেণ্ডৰ চুম্বনতেই সকলো সমস্যা দূৰ হ’ব৷ ব্যস্ততাৰ বাবে বহুতেই সম্পৰ্ক সঠিকভাৱে ধৰি ৰাখিব নোৱাৰে৷ সেয়ে সময় বুজি সংগীৰ সৈতে সময় কটোৱাতো খুবেই গুৰুত্বপূৰ্ণ৷ চুম্বন কৰিলে ষ্ট্ৰেছ হৰমনৰ মাত্ৰা কমি যায়৷ চুম্বনৰ লগে লগেই শৰীৰৰ পৰা অক্সিটছিন আৰু ডোপামিনৰ প্ৰবাহ শৰীৰত বাঢ়ি যায়৷ অৰ্থাৎ শৰীৰৰ পৰা হেপী হৰমন নিসৰণ হয়৷

বিশেষজ্ঞৰ মতে এই সামান্য সময়ৰ ব্যৱধানতেই শৰীৰে সুখী হৰমন নিসৰণ কৰে যাৰ ফলত ব্যক্তি একোগৰাকী মানসিকভাৱে সুখী হৈ পৰে৷ সেয়ে ৬ মিনিটৰ চুম্বনেই সুখী জীৱনৰ প্ৰধান মাপকাঠি বুলি বিশেষজ্ঞই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে
জীৱনশৈলী

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

May 27, 2026
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

May 27, 2026
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

May 27, 2026
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
Next Post
সুখী জীৱনৰ মন্ত্ৰণা কি? এই ৰাশিৰ জাতকসকলে যিকোনো পৰিস্থিতিতেই স্থিতপ্ৰজ্ঞ হৈ থাকে…

সুখী জীৱনৰ মন্ত্ৰণা কি? এই ৰাশিৰ জাতকসকলে যিকোনো পৰিস্থিতিতেই স্থিতপ্ৰজ্ঞ হৈ থাকে...

ইমান সম্পদৰ গৰাকী হৈয়ো কিয় খালী ভৰিৰে খোজ কাঢ়ি ফুৰিছে ৰামচৰণে?

ইমান সম্পদৰ গৰাকী হৈয়ো কিয় খালী ভৰিৰে খোজ কাঢ়ি ফুৰিছে ৰামচৰণে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.