• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখী জীৱনৰ মন্ত্ৰণা কি? এই ৰাশিৰ জাতকসকলে যিকোনো পৰিস্থিতিতেই স্থিতপ্ৰজ্ঞ হৈ থাকে…

সুখী জীৱনৰ মন্ত্ৰণা কি? এই ৰাশিৰ জাতকসকলে যিকোনো পৰিস্থিতিতেই স্থিতপ্ৰজ্ঞ হৈ থাকে…

4 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

7 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

7 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

8 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

8 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

8 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

9 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

10 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

10 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

11 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

11 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

12 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুখী জীৱনৰ মন্ত্ৰণা কি? এই ৰাশিৰ জাতকসকলে যিকোনো পৰিস্থিতিতেই স্থিতপ্ৰজ্ঞ হৈ থাকে…

editor by editor
February 22, 2023
in জীৱনশৈলী
0
সুখী জীৱনৰ মন্ত্ৰণা কি? এই ৰাশিৰ জাতকসকলে যিকোনো পৰিস্থিতিতেই স্থিতপ্ৰজ্ঞ হৈ থাকে…
0
SHARES
12.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভালে থাকিবলৈ সকলোতকৈ আগতে প্ৰয়োজন নিজেই সুখী থকা৷ সৰু সৰু বিষয়ত যিসকলে আনন্দ পায় তেওঁলোকেই প্ৰকৃততে সুখী মানুহ৷ কেইটামান ৰাশিৰ জাতকে জীৱনত যিয়েই মুহূৰ্ত নাহক কিয় স্থিতপ্ৰজ্ঞ হৈ থাকে৷ কিন্তু কোন কোন ৰাশিৰ জাতকে এইদৰে স্থিতপ্ৰজ্ঞ হৈ থাকে?

ধনু ৰাশি
এই তালিকাত পোনতেই আছে ধনু ৰাশিৰ জাতকসকল৷ এই ৰাশিৰ মানুহে জীৱনত সকলো সময়তে যোগাত্মক মন লৈ থাকে৷ ইয়াৰোপৰি এই ৰাশিৰ মানুহ এডভেঞ্চাৰ প্ৰিয় হয়৷ ভ্ৰমণতেই সুখ বিচাৰি পায় এই ৰাশিৰ মানুহে৷

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকসকলেও জীৱনটো উপভোগ কৰিব জানে৷ নিজৰ কৰ্মক্ষেত্ৰৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনতো এইসকল লোক অন্যৰ প্ৰতি যত্নবান হয়৷ এইসকল লোকে কোনো ৰাজহুৱা অনুষ্ঠান বা সভা সমিতিত কেন্দ্ৰবিন্দু হ’বলৈ ভালপায়৷ বহুতেই এনে চৰিত্ৰৰ লোকক এটেনছন স্বীকাৰ কৰিবলৈ যত্নপৰ হোৱা বুলিও কয়৷

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকলেও সুখী জীৱনৰ সংজ্ঞা জানে৷ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত এই ৰাশিৰ জাতকসকলো আগবাঢ়ি থাকে৷ পৰনিৰ্ভৰশীলতা এওঁলোকৰ একেবাৰেই অপছন্দ৷ অন্যৰ ধাৰণাৰে পৰিচালিত হ’বলৈ বেয়া পায় এই ৰাশিৰ জাতকসকলে৷ অপৰিসীম প্ৰাণশক্তিৰ বাবেই এই ৰাশিৰ জাতকসকল শীৰ্ষত থাকে৷

তুলা ৰাশি
তুলা ৰাশিৰ জাতকসকলো হাঁহি ভালপোৱা প্ৰকৃতিৰ৷ এই ৰাশিৰ জাতক-জাতিকাসকল সাধাৰণতে কৃতজ্ঞবান হয়৷ মানুহৰ সৈতে অকাৰণত কাজিয়া কৰি বেয়া পায় এই ৰাশিৰ জাতকসকলে৷ কেৱল নিজেই সুখী থাকে এনে নহয় অন্যকো সুখী কৰিবলৈ ভালপায় এই ৰাশিৰ জাতকসকলে৷

মীন ৰাশি
মীন ৰাশিৰ জাতকসকলো অনুভূতিপ্ৰৱণ৷ উচ্ছ্বাসপূৰ্ণ জীৱন আৰু মানুহৰ সৈতে বন্ধুত্ব কৰিবলৈ ভালপায় এই ৰাশিৰ জাতকসকলে৷ নিজেও যোগাত্মক মনৰ গৰাকী হয় এই ৰাশিৰ জাতকসকল৷ নিজেও পজিটিভ থাকিবলৈ যত্ন কৰে এই ৰাশিৰ জাতকসকলে৷

মিথুন ৰাশি
মিথুন ৰাশিৰ ব্যক্তিসকলেও সুখী হ’বলৈ প্ৰতিসময়তে যত্ন কৰে৷ এই ৰাশিৰ জাতকসকলৰ প্ৰতিটো দিনেই এডভেঞ্চাৰ৷ সমস্যাক উৰুৱাই দিয়াৰ মন্ত্ৰ জানে এই ৰাশিৰ জাতকসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান
জীৱনশৈলী

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

September 3, 2026
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন
জীৱনশৈলী

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

September 3, 2026
Next Post
ইমান সম্পদৰ গৰাকী হৈয়ো কিয় খালী ভৰিৰে খোজ কাঢ়ি ফুৰিছে ৰামচৰণে?

ইমান সম্পদৰ গৰাকী হৈয়ো কিয় খালী ভৰিৰে খোজ কাঢ়ি ফুৰিছে ৰামচৰণে?

NIA আদালতত হাজিৰ অখিল গগৈ

NIA আদালতত হাজিৰ অখিল গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.