• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এডাল্ট ছবিত অভিনয় কৰি মুঠ কিমান ধন আয় কৰিছিল মিয়া খালিফাই?

এডাল্ট ছবিত অভিনয় কৰি মুঠ কিমান ধন আয় কৰিছিল মিয়া খালিফাই?

3 years ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

20 minutes ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

1 hour ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

2 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

3 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

3 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

3 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

4 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

5 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

6 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

8 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এডাল্ট ছবিত অভিনয় কৰি মুঠ কিমান ধন আয় কৰিছিল মিয়া খালিফাই?

editor by editor
February 23, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
এডাল্ট ছবিত অভিনয় কৰি মুঠ কিমান ধন আয় কৰিছিল মিয়া খালিফাই?
0
SHARES
10.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নীলা ছবিৰ পৃথিৱীত মিয়া খালিফাক টক্কৰ দিয়া অভিনেত্ৰী হয়তো কমেই আছে৷ ছানি লিয়নীয়ে এসময়ত টক্কৰ দিবলৈ সক্ষম হৈছিল যদিও মিয়া খালিফা আজিও একক অনন্যা৷ মিয়াই এখন এডাল্ট ছবিত অভিনয় কৰিয়েই কিমান ধন লাভ কৰে শুনিলেই চকু কঁপালত উঠিব আপোনাৰো৷

নীলা ছবিত অভিনয় কৰিলেও মিয়াৰ আছে এটা সুকীয়া ব্যক্তিত্ব৷ যি ব্যক্তিত্বই বহুতকেই আকৰ্ষণো কৰে৷ বহুতেই মিয়াক জানিবলৈ আগ্ৰহী যদিও মিয়াই নিজৰ ব্যক্তিগত জীৱন সম্পৰ্কে খুব কমেইহে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ কিন্তু একাংশ ফেনে তেওঁৰ ব্যক্তিগত জীৱন সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ থকাৰ বাবেই শেহতীয়াকৈ মিয়াই টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছে তেওঁৰ পাৰিশ্ৰমিকৰ কথা৷

টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মিয়াই পাৰিশ্ৰমিকৰ কথা প্ৰকাশ কৰিছে৷ মিয়াই জনোৱা অনুসৰি পৰ্ণ ছবিত অভিনয় কৰি মিয়াই তেওঁৰ বিশেষ কেৰিয়াৰত উপাৰ্জন কৰিছিল মুঠ ১২ হাজাৰ ডলাৰ৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ৯ লাখ ৭২ হাজাৰ ৬৪৬ টকা৷

লগতে মিয়াই কৈছে, ‘বহুতেই ভাৱে মই নীলা ছবিত অভিনয় কৰি কোটি কোটি টকা উপাৰ্জন কৰিছো৷ কিন্তু সেই কথা একেবাৰেই সত্য নহয়৷ মই এই ছবিত অভিনয় কৰি মুঠ ১২ হাজাৰ ডলাৰহে পাইছিলো৷ তাৰ পিছত মই কেতিয়াও পৰ্ণ ছবিত অভিনয় কৰা নাই৷ সেই জগতত কাম কৰা সহজ কথা নহয়৷ বহু চেষ্টা কৰিহে মই স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?
প্ৰযুক্তি

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

June 24, 2026
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
Next Post
‘সফল জীৱনৰ মন্ত্ৰ কি?’ বন্দনা কলিতাই শাহু আৰু স্বামীক হত্যা কৰাৰ পাছত সামাজিক মাধ্যমত কিয় শ্বেয়াৰ কৰিছিল এনে ধৰণৰ পোষ্ট?

‘সফল জীৱনৰ মন্ত্ৰ কি?’ বন্দনা কলিতাই শাহু আৰু স্বামীক হত্যা কৰাৰ পাছত সামাজিক মাধ্যমত কিয় শ্বেয়াৰ কৰিছিল এনে ধৰণৰ পোষ্ট?

মুঠ কিমান সম্পত্তিৰ মালিক গায়ক অৰিজিৎ সিং? বলীউডে উপেক্ষা কৰিব খুজিও কিয় বাৰে বাৰে শিৰ-নত হয় অৰিজিতৰ ওচৰত?

মুঠ কিমান সম্পত্তিৰ মালিক গায়ক অৰিজিৎ সিং? বলীউডে উপেক্ষা কৰিব খুজিও কিয় বাৰে বাৰে শিৰ-নত হয় অৰিজিতৰ ওচৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.