অসম লাইভ২৪ঃ
২৬ জুলাইত শাহুৱেক শংকৰী দে’ক হত্যা কৰিছিল বন্দনাই
বন্দনাই পৰিকল্পনা কৰিছিল স্বামী অমৰজ্যোতিক হত্যা কৰাৰ
সেই মৰ্মে ১৭ আগষ্টত সংঘটিত কৰিছিল অমৰৰ হত্যাকাণ্ড
কিন্তু হত্যাৰ দুটা দিনৰ আগলৈকে বন্দনা আছিল অভিব্যক্তিবিহীন
জীৱন কেনেকৈ সফল হয়?
সফল জীৱনৰ মন্ত্ৰ কি?
ফে’চবুকত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল বন্দনাই
দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত বন্দনাই
১৫ ছেপ্টেম্বৰত দুৰন্ত স্প’ৰ্টছ ক্লাবৰ দৌৰ কাৰ্যসূচীত বন্দনা
৩ আৰু ৪ অক্টোবৰত দুৰ্গাপূজা চালে বন্দনাই
৮ অক্টোবৰত বৰপেটাৰ নামঘৰ দৰ্শন কৰিলে
৯ অক্টোবৰত মানস অভয়াৰণ্য ফুৰি আহিলে
সেইদিনাই সৰভোগৰ গৰখীয়া থান দৰ্শন
১২ নৱেম্বৰত উদযাপন কৰিলে বন্দনাই জন্মদিন
৩ ডিচেম্বৰত মা কামাখ্যা মন্দিৰ দৰ্শন
৫ জানুৱাৰীত পুনৰ মা কামাখ্যা মন্দিৰ দৰ্শন
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ