• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম ছুইজাৰলেণ্ড নতুবা কাশ্মীৰ নহয়! অসমত শিলাবৃষ্টি হ’লে অনিষ্টহে হয়…

অসম ছুইজাৰলেণ্ড নতুবা কাশ্মীৰ নহয়! অসমত শিলাবৃষ্টি হ’লে অনিষ্টহে হয়…

4 years ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

9 minutes ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

58 minutes ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

2 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

15 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

16 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

17 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

17 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

18 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

18 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

19 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

20 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম ছুইজাৰলেণ্ড নতুবা কাশ্মীৰ নহয়! অসমত শিলাবৃষ্টি হ’লে অনিষ্টহে হয়…

editor by editor
February 23, 2023
in অসম, জীৱনশৈলী
0
অসম ছুইজাৰলেণ্ড নতুবা কাশ্মীৰ নহয়! অসমত শিলাবৃষ্টি হ’লে অনিষ্টহে হয়…
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
শীত কমি ফাগুন অহাৰ সময়তে আকস্মিক শিলাবৃষ্টিৰে তচনচ কৰিছে অসমৰ বহুকেইটা এলেকা৷ মৰাণ, ধিং, কাকপথাৰ, লখিমপুৰ, ছিপাঝাৰকে ধৰি বহুকেইটা এলেকাৰ কৃষিভূমি নষ্ট কৰিছে শিলাবৃষ্টিয়ে৷ বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক প্ৰায় ৫ দিনলৈ ৰাজ্যত বৃষ্টিপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে৷ সামাজিক মাধ্যমত বহুতেই শিলাবৃষ্টিৰ ফটো শ্বেয়াৰ কৰি ফাগুনৰ বৰষুণত তিতাৰ হেঁপাহ প্ৰকাশ কৰিছে যদিও বহুতৰে বাবে এই শিলাবৃষ্টি শংকাৰো কাৰণ হৈ পৰিছে৷

বহুতেই শ্বেয়াৰ কৰিছে নষ্ট হোৱা সৰিয়হ একোডৰা কোনোবাই আকৌ শ্বেয়াৰ কৰিছে ৰঙালাউ, পান আদি নষ্ট হোৱাৰ ফটো৷ শিল বৰষুণ হ’লেও ফুৰ্টি কৰা একাংশক সমালোচনা কৰিছে সামাজিক মাধ্যমত৷ শিল বৰষুণ হ’লেও ফুৰ্টি কৰা মানুহ এইখন অসমতে আছে৷

এজাক শিলাবৃষ্টিতেই অসমক কাশ্মীৰ, ছুইজাৰলেণ্ডৰ সৈতে তুলনা কৰা মানুহ অসমতেই আছে৷ অসম কাশ্মীৰো নহয়, চুইজাৰলেণ্ডো নহয়৷ অসমত শিল বৰষুণ হ’লে মানুহৰ লাভ নহয় বৰঞ্চ লোকচান হয়৷ ফটোত তাৰেই উদাহৰণ৷ সচাঁই আমি সততে দেখা ফটোবোৰৰ মাজতো হেৰাই যায় বহু ফটো। এই ফটোবোৰতে থাকে জীৱনৰ আচল সত্য। সেয়েহে একাংশ নেটিজেনে লিখিছে- যিসকলে আকৌ অসমক ছুইজাৰলেণ্ড বুলি ভাবি আছে, তেখেতসকললৈ সমবেদনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন
জীৱনশৈলী

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

September 3, 2026
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
Next Post
কালপুৰুষ পঞ্জিকা, এই বৰ্ষত কি কি হ’ব?

কালপুৰুষ পঞ্জিকা, এই বৰ্ষত কি কি হ’ব?

এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?

এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.