• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?

3 months ago
এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

10 hours ago
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

11 hours ago
কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

12 hours ago
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

15 hours ago
এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

16 hours ago
সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

17 hours ago
মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

1 day ago
🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

2 days ago
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

  • About
  • Advertise
  • Careers
Saturday, June 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?

editor by editor
February 23, 2023
in অসম, জীৱনশৈলী, সংগীত
0
এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপলিনা ডেকা৷ অসমৰ বহু যুৱকৰেই হৃদয়ত আলোড়ন তোলা অন্য এক নাম৷ দীপলিনাৰ গীতৰ লগতে দীপলিনাৰ ব্যক্তিত্বৰ অনুৰাগী বহুজনেই৷ দীপলিনাই এখন ফটো পোষ্ট কৰিলেই লাখ লাখ অনুৰাগীৰ লাইক-কমেণ্টেৰে ভৰি পৰে সামাজিক মাধ্যম৷ দীপলিনাৰ ফটোৰ দৰেই গীতৰো বহুত অনুৰাগী৷ দীপলিনাৰ প্ৰায় প্ৰত্যেকটো গীততেই ইউটিউবত মিলিয়ন ভিউজ৷

ফাগুনৰ ৰঙীন সময়খিনি দীপলিনাৰো প্ৰিয় বুলি কিছুদিন পূৰ্বেই দীপলিনাই দিছিল এটা ফেছবুক পোষ্ট৷ পোষ্টটোত বহুতেই কৰিছিল লাইক কমেণ্ট৷ বহু অনুৰাগীয়ে লিখিছিল ‘ফাগুন আপোনাতকৈ জানো ৰঙীন?’ অৱশ্যে সকলোবোৰৰ মাজতেই ক্ষন্তেক সময়ৰ পূৰ্বে দীপলিনাই দিছে আন এক ফেছবুত পোষ্ট৷ এখন হাতৰ ওপৰত আন এখন হাত৷ এখন হাত সম্ভৱত দীপলিনা ডেকাৰ৷ ফটোখনৰ লগতে দীপলিনাই দিছে এটা বিশেষ কেপশ্যনো৷ দীপলিনাই লিখিছে, ‘তোমাৰ হাতত হাত ধৰি আগুৱাম৷’ অৱশ্যে কাৰ হাতত ধৰি আগুৱাব দীপলিনা সেয়াহে বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…
জীৱনশৈলী

June 2, 2023
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?
জীৱনশৈলী

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

June 2, 2023
এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?
অসম

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

June 2, 2023
মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?
জীৱনশৈলী

মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

June 1, 2023
Next Post
ডাবল মাৰ্ডাৰত ব্যৱহৃত দা উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ দা ব্যৱসায়ীও, সামাজিক মাধ্যমত ইউজাৰকাৰীৰ প্ৰশ্ন ফ্ৰীজ বেপাৰী আৰু সত্যনাৰায়ণ পূজা কৰা পুৰোহিতক গ্ৰেপ্তাৰ কৰা হ’বনে?

শোকাৱহ দুৰ্ঘটনা! থিতাতে নিহত ৫ গৰাকীকৈ সুঠাম যুৱক…

শোকাৱহ দুৰ্ঘটনা! থিতাতে নিহত ৫ গৰাকীকৈ সুঠাম যুৱক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন