• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?

এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?

3 years ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

7 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

16 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?

editor by editor
February 23, 2023
in অসম, জীৱনশৈলী, সংগীত
0
এখন ফটোতেই হৃদয় ভাঙিছে বহুজনৰ! এই ফাগুন কাৰ পৰশত ৰঙীন হৈছে দীপলিনাৰ?
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপলিনা ডেকা৷ অসমৰ বহু যুৱকৰেই হৃদয়ত আলোড়ন তোলা অন্য এক নাম৷ দীপলিনাৰ গীতৰ লগতে দীপলিনাৰ ব্যক্তিত্বৰ অনুৰাগী বহুজনেই৷ দীপলিনাই এখন ফটো পোষ্ট কৰিলেই লাখ লাখ অনুৰাগীৰ লাইক-কমেণ্টেৰে ভৰি পৰে সামাজিক মাধ্যম৷ দীপলিনাৰ ফটোৰ দৰেই গীতৰো বহুত অনুৰাগী৷ দীপলিনাৰ প্ৰায় প্ৰত্যেকটো গীততেই ইউটিউবত মিলিয়ন ভিউজ৷

ফাগুনৰ ৰঙীন সময়খিনি দীপলিনাৰো প্ৰিয় বুলি কিছুদিন পূৰ্বেই দীপলিনাই দিছিল এটা ফেছবুক পোষ্ট৷ পোষ্টটোত বহুতেই কৰিছিল লাইক কমেণ্ট৷ বহু অনুৰাগীয়ে লিখিছিল ‘ফাগুন আপোনাতকৈ জানো ৰঙীন?’ অৱশ্যে সকলোবোৰৰ মাজতেই ক্ষন্তেক সময়ৰ পূৰ্বে দীপলিনাই দিছে আন এক ফেছবুত পোষ্ট৷ এখন হাতৰ ওপৰত আন এখন হাত৷ এখন হাত সম্ভৱত দীপলিনা ডেকাৰ৷ ফটোখনৰ লগতে দীপলিনাই দিছে এটা বিশেষ কেপশ্যনো৷ দীপলিনাই লিখিছে, ‘তোমাৰ হাতত হাত ধৰি আগুৱাম৷’ অৱশ্যে কাৰ হাতত ধৰি আগুৱাব দীপলিনা সেয়াহে বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
Next Post
ডাবল মাৰ্ডাৰত ব্যৱহৃত দা উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ দা ব্যৱসায়ীও, সামাজিক মাধ্যমত ইউজাৰকাৰীৰ প্ৰশ্ন ফ্ৰীজ বেপাৰী আৰু সত্যনাৰায়ণ পূজা কৰা পুৰোহিতক গ্ৰেপ্তাৰ কৰা হ’বনে?

ডাবল মাৰ্ডাৰত ব্যৱহৃত দা উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ দা ব্যৱসায়ীও, সামাজিক মাধ্যমত ইউজাৰকাৰীৰ প্ৰশ্ন ফ্ৰীজ বেপাৰী আৰু সত্যনাৰায়ণ পূজা কৰা পুৰোহিতক গ্ৰেপ্তাৰ কৰা হ’বনে?

শোকাৱহ দুৰ্ঘটনা! থিতাতে নিহত ৫ গৰাকীকৈ সুঠাম যুৱক…

শোকাৱহ দুৰ্ঘটনা! থিতাতে নিহত ৫ গৰাকীকৈ সুঠাম যুৱক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.