অসম লাইভ২৪ঃ
মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ দিছে এটাৰ পিছত আনটো গুৰুত্বপূৰ্ণ খবৰ।
‘অসমত সংখ্যালঘুৰ কাৰণে ঘৰিয়ালৰ চকুলো টোকা বন্ধ কৰিবৰ হ’ল।’
‘বিজেপি চৰকাৰৰ দিনত অসমৰ সংখ্যালঘুসকলে বহু বেছি সুবিধা লাভ কৰিছে।’
এনকাউণ্টাৰক লৈয়ো মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য।
‘এনকাউণ্টাৰ ভাবি চিন্তি কৰা বস্তু নহয়, অসম আৰক্ষী সলনি হৈছে, অপৰাধীয়ে পিষ্টল উলিয়ালেহে আৰক্ষীৰ গুলী চলিব।’
ড্ৰাগছ বেপাৰীলৈকো মুখ্যমন্ত্ৰীৰ আহ্বান, ‘বাবা ধৰা পৰিলে হাত দাঙি দিয়া। এনকাউণ্টাৰকলৈ মোক নুশুধিব। যেতিয়া হ’ব লাগে হ’বই।’
‘এনকাউণ্টাৰ হ’ব নালাগে যদি অপৰাধীয়ে ৰিভলভাৰ লগত নাৰাখিব, ৰিভলভাৰৰ সলনি বগা ৰুমাল দাঙি দিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ